• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহালয়াত সূৰ্যগ্ৰহণ, লক্ষ্মীপূজাত চন্দ্ৰগ্ৰহণ! কি কি প্রভাৱ পৰিব জনমানসত?

মহালয়াত সূৰ্যগ্ৰহণ, লক্ষ্মীপূজাত চন্দ্ৰগ্ৰহণ! কি কি প্রভাৱ পৰিব জনমানসত?

3 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

5 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

5 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

6 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

6 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

7 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

7 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

8 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

9 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

10 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

10 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

11 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহালয়াত সূৰ্যগ্ৰহণ, লক্ষ্মীপূজাত চন্দ্ৰগ্ৰহণ! কি কি প্রভাৱ পৰিব জনমানসত?

editor by editor
September 28, 2023
in জীৱনশৈলী, বিবিধ
0
মহালয়াত সূৰ্যগ্ৰহণ, লক্ষ্মীপূজাত চন্দ্ৰগ্ৰহণ! কি কি প্রভাৱ পৰিব জনমানসত?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গ্ৰহণ হ’ল এটা মহাজাগতিক ঘটনা৷ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গ্ৰহণ হৈয়েই থাকে৷ এই বছৰো দুটাকৈ সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ আছে৷ ইতিমধ্য এটা চন্দ্ৰগ্ৰহণ আৰু আৰু এটা সূৰ্যগ্ৰহণ সম্পন্ন হৈছে৷ আগন্তুক মাহত পৰিছে আনটো সূৰ্য আৰু চন্দ্ৰগ্ৰহণ৷ মাত্ৰ ১৫ দিনৰ ভিতৰতেই দুটাকৈ গ্ৰহণ হ’ব৷ মাত্ৰ ১৫ দিনৰ ভিতৰত হ’বলগা দুটা গ্ৰহণে নানান ক্ষেত্ৰত উল্লেখযোগ্য প্রভাৱ পেলাব বুলি জ্যোতিষীসকলে মন্তব্য কৰিছে৷ ২০২৩ চনৰ শেষৰটো সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ গুৰুত্ব বৃদ্ধি পোৱাৰ কাৰণ হৈছে এই দুটা গ্ৰহণে বিশেষ দুটা দিনত পৰিছে৷ কাৰণ ১৪ অক্টোবৰৰ সূৰ্যগ্ৰহণৰ দিনটোতেই পৰিছে মহালয়া৷ আৰু তাৰ ঠিক ১৫ দিন পাছত অৰ্থাৎ ২৮ অক্টোবৰত লক্ষ্মীপূজাৰ নিশা আকৌ চন্দ্ৰগ্ৰহণ৷

মহালয়াত সূৰ্যগ্ৰহণ
মহালয়া মানেই দেৱী দূৰ্গা কৈলাশৰ পৰা নামি অহাৰ সময়৷ পিতৃতৰ্পণৰ সময়৷ মহালয়া বা সৰ্বপিতৃ অমাবস্যই লৈ আনে উৎসৱৰ বতৰা৷ কিন্তু এই বছৰ মহালয়াতেই পৰিছে সূৰ্যগ্ৰহণ৷ বিগত ১০০ বছৰত এয়া এক বিৰল ঘটনা৷ সূৰ্যৰ বলয়গ্ৰাস গ্ৰহণ কিন্তু ভাৰতৰ পৰা দেখা নাযাব৷ ভাৰতৰ পৰা দেখা নাযায় বাবেই পিতৃতৰ্পণৰ নিয়মত প্রভাৱ নপৰে বুলিও জনাইছে জ্যোতিষবীদসকলে৷ ভাৰতীয় সময়মতে নিশা ৮বাজি ৩০ মিনিটৰ পৰা সূৰ্যগ্ৰহণ আৰম্ভ হৈ নিশা ২বাজি ১৫ মিনিটলৈ এই গ্ৰহণ থাকিব৷

লক্ষ্মীপূজাত চন্দ্ৰগ্ৰহণ
শাস্ত্ৰজ্ঞ পণ্ডিতসকলে জনোৱা অনুসৰি লক্ষ্মীপুজাত খণ্ডগ্ৰাস চন্দ্ৰগ্ৰহণ কেতিয়া হৈছিল শাস্ত্ৰজ্ঞসকলেও সঠিককৈ ক’ব নোৱাৰে৷ এইবাৰ ব্যতিক্ৰম৷ বিগত ৫০ বছৰত লক্ষ্মী পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ হোৱা নাই৷ পঞ্জিকা অনুসৰি লক্ষ্মীপুজাৰ দিনা ৰাতি ১ বাজি ৫৬ মিনিট পৰ্যন্ত থাকিব পুৰ্ণিমা তিথি৷ নিশা ১বাজি ৫ মিনিটত আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ৷ লক্ষ্মী পুজাৰ নিশা গ্ৰহণৰ পাছত গা ধোৱাটো শুভ বুলি জনাইছে জ্যোতিষশাস্ত্ৰই৷ ইয়াৰ ফলত মা লক্ষ্মীৰ আৰ্শীৰ্বাদত আপোনাৰ সংসাৰ ধনেৰে উপচি পৰিব৷ চন্দ্ৰগ্ৰহণ থাকিলেও সেইদিনা লক্ষ্মীপুজাৰ সকলোবোৰ নিয়মেই মানিব পাৰিব বুলি জনাইছে জ্যোতিষবীদসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
দৈত্যগুৰুৰ ৰাশি পৰিবৰ্তনত বিপদ বাঢ়িব ৩ ৰাশিৰ জীৱনত, অক্টোবৰত এইকেইটা ৰাশিৰ জাতক সাৱধানে থাকক

দৈত্যগুৰুৰ ৰাশি পৰিবৰ্তনত বিপদ বাঢ়িব ৩ ৰাশিৰ জীৱনত, অক্টোবৰত এইকেইটা ৰাশিৰ জাতক সাৱধানে থাকক

চন্দ্ৰ-সূৰ্যতেই সপোন সীমাৱদ্ধ হৈ থাকিব জানো? এইবাৰ শুক্ৰ জয় কৰাৰ মন ISROৰ বিজ্ঞানীৰ, শুক্ৰ অভিযানক লৈ বিশেষ ঘোষণা ইছৰো প্ৰধান এছ সোমনাথৰ

চন্দ্ৰ-সূৰ্যতেই সপোন সীমাৱদ্ধ হৈ থাকিব জানো? এইবাৰ শুক্ৰ জয় কৰাৰ মন ISROৰ বিজ্ঞানীৰ, শুক্ৰ অভিযানক লৈ বিশেষ ঘোষণা ইছৰো প্ৰধান এছ সোমনাথৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.