• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুত্ৰ সন্তানৰ প্ৰত্যাশাৰেই ১০ জনী কন্যা, অৱশেষত ১৯ বছৰত একাদশতম সন্তান পুত্ৰ হ’ল এই দম্পতিৰ, তাৰপিছত

পুত্ৰ সন্তানৰ প্ৰত্যাশাৰেই ১০ জনী কন্যা, অৱশেষত ১৯ বছৰত একাদশতম সন্তান পুত্ৰ হ’ল এই দম্পতিৰ, তাৰপিছত

8 months ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

17 minutes ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

1 hour ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

2 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

3 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

4 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

5 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

17 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

18 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

18 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

19 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

19 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুত্ৰ সন্তানৰ প্ৰত্যাশাৰেই ১০ জনী কন্যা, অৱশেষত ১৯ বছৰত একাদশতম সন্তান পুত্ৰ হ’ল এই দম্পতিৰ, তাৰপিছত

পুত্ৰ সন্তানৰ প্ৰত্যাশাৰেই ১০ জনী কন্যা, অৱশেষত ১৯ বছৰত একাদশতম সন্তান পুত্ৰ হ’ল এই দম্পতিৰ, তাৰপিছত

editor by editor
January 7, 2026
in জীৱনশৈলী
0
পুত্ৰ সন্তানৰ প্ৰত্যাশাৰেই ১০ জনী কন্যা, অৱশেষত ১৯ বছৰত একাদশতম সন্তান পুত্ৰ হ’ল এই দম্পতিৰ, তাৰপিছত
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯ বছৰত ১০জনী কন্যা সন্তানৰ পাছত এটি পুত্ৰ সন্তান লাভ কৰিবলৈ সক্ষম হৈছে হাৰিয়ানাৰ এক দম্পতিয়ে৷ ফাতেহবাদ জিলাৰ ভুনা ব্লকৰ ভোজৰাজ গাওঁত এই ঘটনা৷ এটি পুত্ৰ সন্তান লাভৰ আশাৰে একাদশবাৰ গৰ্ভৱতী হৈছে সুনীতা৷ ঢানি ভোজৰাজৰ বাসিন্দা সঞ্জয় আৰু তেওঁৰ পত্নী সুনীতাই ১৯ বছৰ ধৰি এটি পুত্ৰ সন্তানৰ বাবে খুবেই আশাৰে ৰৈ থকাৰ কথাও জনাইছে৷

বিবাহৰ পাছৰে পৰাই তেওঁলোকে এক পুত্ৰ সন্তান বিচাৰিছিল৷ কিন্তু প্ৰতিবাৰেই তেওঁলোকৰ কন্যা সন্তানেই জন্ম হয়৷ একোতেই সন্তুষ্ট হোৱা নাছিল দম্পতি৷ সঞ্জয়ে কৈছে, তেওঁ কন্যা সন্তান জন্ম হ’লেও অৱশ্যে কন্যা কেইগৰাকীকো লৰাৰ দৰেই ডাঙৰ দীঘল কৰিছে৷ কন্যাকেইগৰাকীক কোনোদিনো বোজা অনুভৱ কৰা নাই৷ আৰ্থিক সীমাবদ্ধতা থকা সত্ত্বেও সঞ্জয় আৰু সুনীতাই তেওঁলোকৰ কন্যাসকলক শিক্ষা আৰু লালন পালন যিমানেই সম্ভৱ আৰামদায়ক কৰাৰ চেষ্টা কৰিছে৷ গাওঁবাসীয়ে কৈছে, সঞ্জয়ৰ পৰিয়ালে সকলোসময়তে সাধাৰণ জীৱনযাপন কৰে৷ সীমিত সম্পদ থকা সত্ত্বেও, কন্যাসকলক মূল্যবোধ, শিক্ষা আৰু আত্মসন্মান প্ৰদান কৰে৷ সেই কাৰণেই এই পৰিবাৰৰ এলেকাটোৰ উদাহৰণ হিচাপেও বহুজনে লয়৷

একাদশতম সন্তানৰ পাছত পুত্ৰ সন্তানৰ জন্ম

সঞ্জয়ে জনাইছে উন্নত চিকিৎসা নিশ্চিত কৰাৰ বাবে তেওঁ পত্নীক ঘৰৰ পৰা প্ৰায় ৫০ কিঃমিঃ দূৰৈৰ এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰাইছিল৷ তাতেই সন্তান প্ৰসৱ কৰিছে পত্নী৷ জন্মৰ সময়ত নৱজাতকটিয়ে ৰক্তাল্পতাত ভূগিছিল বুলিও জনাইছে চিকিৎসকে৷ চিকিৎসকে শিশুটিক পাৰ্যমানে চিকিৎসাও প্ৰদান কৰিছে৷ বৰ্তমান মাতৃ আৰু শিশু দুয়োজনে সুস্থ বুলিও জনাইছে চিকিৎসকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
নতুন বছৰত কেতুৰ কৃপা, জানুৱাৰীৰ শেষত কেৰিয়াৰত উন্নতি ৩ৰাশিৰ

নতুন বছৰত কেতুৰ কৃপা, জানুৱাৰীৰ শেষত কেৰিয়াৰত উন্নতি ৩ৰাশিৰ

বছৰৰ আৰম্ভণিতে শুক্ৰৰ অৱস্থানৰ সলনি, বিলাসী জীৱন কটাব এই ৩ৰাশিৰ জাতকে

বছৰৰ আৰম্ভণিতে শুক্ৰৰ অৱস্থানৰ সলনি, বিলাসী জীৱন কটাব এই ৩ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.