• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্কুল ভান চালকৰ পুত্ৰৰ সফলতাৰ কাহিনী! UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নজিৰ স্থাপন

স্কুল ভান চালকৰ পুত্ৰৰ সফলতাৰ কাহিনী! UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নজিৰ স্থাপন

4 years ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

6 minutes ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

53 minutes ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

1 hour ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

2 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

2 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

3 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

4 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

5 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

5 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

6 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্কুল ভান চালকৰ পুত্ৰৰ সফলতাৰ কাহিনী! UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নজিৰ স্থাপন

editor by editor
June 1, 2022
in বিবিধ, ভাৰত
0
স্কুল ভান চালকৰ পুত্ৰৰ সফলতাৰ কাহিনী! UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নজিৰ স্থাপন
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী স্কুল ভ্যান চালক বিজয় কুমাৰ ঠাকুৰৰ একমাত্ৰ পুত্ৰ সুমিত ঠাকুৰে ইউপিএছচিৰ অসামৰিক সেৱাৰ ফলাফল ২০২১ত ২৬৩ সংখ্যক স্থান লাভ কৰি সফলতা অৰ্জন কৰিছে৷

ঝাৰখণ্ড আদিত্যপুৰ ২ কলনীৰ ৩ নং পথৰ বাসিন্দা সুমিতৰ এই সাফল্যই ৰাজ্যখনৰ লগতে তেওঁলোকৰ এলেকাটোতো আনন্দৰ জোৱাৰ তুলিছে৷

সুমিতে ২০১২ চনত বিস্তুপুৰৰ ৰামকৃষ্ণ মিছন স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তাৰ পিছত ৰাজেন্দ্ৰ বিদ্যালয়ৰ পৰা ইন্টাৰমিডিয়েটৰ শিক্ষা লাভ কৰিছিল।

লগতে পঢ়ক বিশ্বৰ সৰ্ববৃহৎ হুইস্কিৰ বটলটো কিমান ডাঙৰ? ইয়াৰ মূল্য কিমান?

২০১৮ চনত বিআইটি ছিন্দ্ৰীৰ পৰা কম্পিউটাৰ বিজ্ঞানত বিটেক ডিগ্ৰী লাভ কৰি বাংগালুৰুত থাকি সুমিতে ইউপিএছচিৰ প্ৰস্তুতি চলোৱা বুলি প্ৰকাশ কৰিছে৷

সুমিতে লগতে প্ৰকাশ কৰিছে যে বিআইটি ছিন্দ্ৰীৰ পৰা অভিযান্ত্ৰিক স্নাতক হোৱাৰ সময়তে তেওঁ কেম্পাছ প্লেচমেণ্টত তিনিটা বহুজাতিক কোম্পানীত লোভনীয় দৰমহাৰ চাকৰি লাভ কৰিছিল যদিও সেইবোৰ অস্বীকাৰ কৰিছিল। সুমিতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সপোন থকাৰ বাবেই সেই লোভনীয় চাকৰিৰ প্ৰত্যাখ্যান কৰিছিল৷

সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি সুমিতে ইউপিএছচিৰ অসামৰিক সেৱাৰ পৰীক্ষাত তৃতীয়বাৰ বাবে অৱতীৰ্ণ হৈছিল৷ যোৱা বছৰো তেওঁ ৪৩৫ সংখ্যক স্থানেৰে উত্তীৰ্ণ হৈছিল যদিও একেবাৰেই সুখী হোৱা নাছিল।

লগতে পঢ়ক ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা উদ্বোধন যোগীৰ : আৰু কি কি কৰিব ৰাম মন্দিৰত?

আনহাতে, ২০১৯ চনত প্ৰথমবাৰৰ বাবে কৰা প্ৰচেষ্টাত তেওঁ মাত্ৰ তিনি নম্বৰৰ বাবে এই  পৰীক্ষাত উত্তীৰ্ণ হোৱাত ব্যৰ্থ হৈছিল।

সুমিতে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ দিল্লীৰ ভিৰ ভাল নাপালে আৰু সেয়ে ইউপিএছচিৰ পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ বাংগালুৰুত অকলে থাকিবলৈ লয়।

ইফালে সুমিতে প্ৰথমাৱস্থাত কোনো কোচিং ক্লাছত যোগদান কৰিছিল যদিও তাৰ শিক্ষণ পদ্ধতিটো ভাল নোপোৱাৰ বাবে তিনিমাহৰ পিছতে কোচিং প্ৰতিষ্ঠান ত্যাগ কৰিছিল। নিজৰ মেধা, সাধনা তথা প্ৰচেষ্টাৰ বলতে সুমিতে নিজৰ কাংক্ষিত ফলাফল লাভ কৰা বুলি প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsumit thakur ias
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

April 7, 2026
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ
বাণিজ্য

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

April 7, 2026
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা
স্বাস্থ্য

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

April 7, 2026
Next Post
বিকিনি পিন্ধা কোন এই মডেল?  লয়লাস ভংগীমাৰে বৰফত খোজ

বিকিনি পিন্ধা কোন এই মডেল? লয়লাস ভংগীমাৰে বৰফত খোজ

মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ

মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.