• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন জীৱনৰে কাহিনী… ৭বছৰ পূৰ্বে আজিৰ দিনটোৰ পৰাই আৰম্ভ হৈছিল সোনাক্ষী-জাহিৰৰ প্ৰেমকাহিনী, চাওক দুয়োৰে বিবাহৰ কেইখনমান বিশেষ ফটো

নতুন জীৱনৰে কাহিনী… ৭বছৰ পূৰ্বে আজিৰ দিনটোৰ পৰাই আৰম্ভ হৈছিল সোনাক্ষী-জাহিৰৰ প্ৰেমকাহিনী, চাওক দুয়োৰে বিবাহৰ কেইখনমান বিশেষ ফটো

2 years ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

35 minutes ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

2 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

2 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

3 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

4 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

4 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

5 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

6 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

6 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

7 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

নতুন জীৱনৰে কাহিনী… ৭বছৰ পূৰ্বে আজিৰ দিনটোৰ পৰাই আৰম্ভ হৈছিল সোনাক্ষী-জাহিৰৰ প্ৰেমকাহিনী, চাওক দুয়োৰে বিবাহৰ কেইখনমান বিশেষ ফটো

নতুন জীৱনৰে কাহিনী... ৭বছৰ পূৰ্বে আজিৰ দিনটোৰ পৰাই আৰম্ভ হৈছিল সোনাক্ষী-জাহিৰৰ প্ৰেমকাহিনী, চাওক দুয়োৰে বিবাহৰ কেইখনমান বিশেষ ফটো

editor by editor
June 23, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
নতুন জীৱনৰে কাহিনী… ৭বছৰ পূৰ্বে আজিৰ দিনটোৰ পৰাই আৰম্ভ হৈছিল সোনাক্ষী-জাহিৰৰ প্ৰেমকাহিনী, চাওক দুয়োৰে বিবাহৰ কেইখনমান বিশেষ ফটো
0
SHARES
727
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়াত বহিল সোনাক্ষী-জাহিৰ৷ বগা পোছাকেৰে বিবাহত স্বাক্ষৰ কৰিলে সোনাক্ষী-জাহিৰে৷ পৰিকল্পনামতেই খুব সাধাৰণ পোছাক, সাধাৰণ মেকআপেৰে বিয়াত বহিল সোনাক্ষী সিনহা৷ পত্নী সোনাক্ষীৰ সৈতে একেই ৰঙৰ পোছাকত দেখা গ’ল জাহিৰ ইকবালকো৷ সাত বছৰ পূৰ্বে এই দিনটোতেই দুয়োৰে আলাপ হৈছিল৷ চিনাকী হৈছিল এজনৰ সৈতে আনজন৷ সকলো প্ৰতিবন্ধকতা নেওচি বৈবাহিক জীৱন আৰম্ভ কৰিলে সোনাক্ষী-জাহিৰে৷

বিবাহৰ ছবি সামাজিক মাধ্যমত নিজেই পোষ্ট কৰিছে দম্পত্তিহালে৷ বিগত এটা মাহে চলি আছিল সোনাক্ষী-জাহিৰৰ বিবাহৰ চৰ্চা৷ শনিবাৰে অভিনেত্ৰীগৰাকীৰ ঘৰত আছিল মেহেন্দি অনুষ্ঠানৰ লগতে পুজাপাঠো৷ দেওবাৰে দুয়োৱে আইনী বিবাহ সম্পন্ন কৰিছে৷ বিয়াৰ পূৰ্বে বান্দ্ৰাৰ এক মছজিদত দেখা গৈছিল জাহিৰক৷ তাৰপিছতেই সকলোৰে বাঢ়িছিল উৎকণ্ঠা৷ নৱবধূৰ ৰূপত কেতিয়া দেখা যাব সোনাক্ষীক?

উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত বহু প্ৰত্যাশিত বিবাহৰ ছবি ভাইৰেল হৈছে৷ বগা ৰং সোনাক্ষীৰ পছন্দ বাবেই জাহিৰৰ ঘৰৰ পৰা সোনাক্ষীলৈ এই পোছাক পঠিওৱা হৈছে বুলি জনাইছে একাংশ সূত্রই৷ নৱদম্পত্তিহালৰ ফটো দেখা মাত্ৰকেই এতিয়া বহুতেই শুভেচ্ছাৰে ভৰাই পেলাইছে দুয়োকে৷ নিশা ৮ বজাৰ পৰা আৰম্ভ হৈছে ৰিচিপছন পাৰ্টীও৷ বিয়াৰ নিমন্ত্ৰণপত্ৰত অতিথিৰ উদ্দেশ্যি পূৰ্বেই সোনাক্ষীয়ে জনাইছিল যে এই পাৰ্টীত সকলোৱে যাতে ৰঙাক বাদ দি অন্য ৰঙৰ পোছাক পৰিধান কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে
বিনোদন

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

September 10, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
Next Post
নাই দিন-ৰাতিৰ বান্ধোন, নাই নক্ষত্ৰক প্ৰদক্ষিণ কৰিবলগা কামো… মহাকাশত বিজ্ঞানীয়ে লাভ কৰা স্বাধীন গ্ৰহত জীৱ আছেনে?

নাই দিন-ৰাতিৰ বান্ধোন, নাই নক্ষত্ৰক প্ৰদক্ষিণ কৰিবলগা কামো... মহাকাশত বিজ্ঞানীয়ে লাভ কৰা স্বাধীন গ্ৰহত জীৱ আছেনে?

কৃষ্ণা দ্বিতীয়া, মহাদেৱৰ আশীৰ্বাদত ধনলাভৰ যোগ আছে ৫ৰাশিৰ ভাগ্যত

কৃষ্ণা দ্বিতীয়া, মহাদেৱৰ আশীৰ্বাদত ধনলাভৰ যোগ আছে ৫ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.