• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ লাখ শ্ৰমিকৰ কর্মসংস্থাপনৰ ঘোষণা

৩ লাখ শ্ৰমিকৰ কর্মসংস্থাপনৰ ঘোষণা

6 years ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

1 hour ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

2 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

4 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

4 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

5 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

6 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

7 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

8 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

9 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৩ লাখ শ্ৰমিকৰ কর্মসংস্থাপনৰ ঘোষণা

বলীউড অভিনেতা ছনু ছুডৰ প্ৰশংসানীয় সিদ্ধান্ত

editor by editor
July 31, 2020
in ভাৰত
0
৩ লাখ শ্ৰমিকৰ কর্মসংস্থাপনৰ ঘোষণা
0
SHARES
56
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউড অভিনেতা ছনু ছুডৰ প্ৰশংসনীয় কার্য। লকডাউনৰ সময়ছোৱাত অভিনেতাগৰাকীয়ে দুখীয়া-নিচলাক যথেষ্ট সহায় কৰি আহিছে। এইবাৰ আন এক গুৰুত্বপূর্ণ সিদ্ধান্ত ছনু ছুডৰ। ৩০ জুলাইত ছনু ছুডৰ আছিল জন্মদিন। এই বিশেষ দিনটো উপলক্ষে দৰিদ্ৰ শ্ৰমিকসকলৰ বাবে এটা বিশেষ উদ‍্যোগৰ কথা ঘোষণা কৰিলে অভিনেতাগৰাকীয়ে। লকডাউনত যিসকল শ্ৰমিকে চাকৰি হেৰুৱাইছে তেওঁলোকৰ বাবে ৩ লাখ কর্মসংস্থাপনৰ কথা ঘোষণা কৰিলে ছনু ছুডে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে- ‘মোৰ জন্মদিন উপলক্ষে এটা সৰু উদ‍্যোগ ‘প্ৰবাসী ৰোজগাৰ ডট কম’। য’ত অতিকমেও ৩ লাখ লোকে চাকৰিৰ সুযোগ লাভ কৰিব। এই চাকৰিত ভাল দৰমহা, PF, ESI আৰু অন‍্যান‍্য সকলো সুবিধা লাভ কৰিব শ্ৰমিকসকলে।’ জানিব পৰা যায় যে দেশৰ স্বেচ্ছাসেৱী সংগঠন, ষ্টার্ট এপ, চৰকাৰী সংস্থাসহ ৫০০টা কোম্পানীয়ে সহায় কৰিছে ছুডৰ এই এপটোত। শ্ৰমিকৰ কামৰ দক্ষতা চাই সেই অনুযায়ী চাকৰি দিয়া হ’ব বুলি জনাইছে অভিনেতাগৰাকীয়ে। এই চাকৰিৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰি দিছে অভিনেতাগৰাকীয়ে। উল্লেখযোগ‍্য যে ইয়াৰ পূর্বে  অন্ধ্ৰপ্ৰদেশৰ দৰিদ্ৰ কৃষকক আৰু বিহাৰৰ বানত ক্ষতিগ্ৰস্ত লোকক সাহার্য আগবঢ়াইছিল বলীউডৰ অভিনেতাগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actor Sonu SudBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

March 28, 2026
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

March 28, 2026
Next Post
স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ

স্বামী-পৰিয়ালৰ বিৰুদ্ধে FIR অভিনেতা নৱাজুদ্দিনৰ পত্নীৰ

নিমাতীঘাত-কমলাবাৰী সংযোগী দলঙৰ নিৰ্মাণ সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ

নিমাতীঘাত-কমলাবাৰী সংযোগী দলঙৰ নিৰ্মাণ সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.