• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিথ্যাচাৰী প্ৰধানমন্ত্ৰী বৰিছ জনচন : কিয় ক্ষমা খুজিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে?

মিথ্যাচাৰী প্ৰধানমন্ত্ৰী বৰিছ জনচন : কিয় ক্ষমা খুজিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মিথ্যাচাৰী প্ৰধানমন্ত্ৰী বৰিছ জনচন : কিয় ক্ষমা খুজিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে?

editor by editor
May 26, 2022
in বিশ্ব, ৰাজনীতি
0
মিথ্যাচাৰী প্ৰধানমন্ত্ৰী বৰিছ জনচন : কিয় ক্ষমা খুজিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে?
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তদন্ত আৰম্ভ হোৱাৰ প্ৰায় ছমাহৰ পিছত অৱশেষত প্ৰকাশ কৰা হয় ছু গ্ৰেৰ প্ৰতিবেদন। প্ৰতিবেদনখনত ২০২০ চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ বাসগৃহ ১০ ডাউনিং ষ্ট্ৰীটত অনুষ্ঠিত হোৱা কেইবাটাও পাৰ্টিৰ ছবি আৰু বিশদ তথ্য প্ৰকাশ পাইছে। ইয়াৰে অধিকাংশই আইন উলংঘা কৰি সংগঠিত কৰা হৈছিল বুলি কোৱা হৈছে। প্ৰতিবেদনত আৰু কোৱা হৈছে যে, ‘‘যি সময়ত মহামাৰীৰ সময়ত যেতিয়া সাধাৰণ মানুহৰ জীৱনৰ ওপৰত ইটোৰ পিছত সিটো নিষেধাজ্ঞা জাপি দিয়া হৈছিল, সেই সময়ত চৰকাৰৰ এনে আচৰণৰ ন্যায্যতা প্ৰদান কৰাটো অসম্ভৱ।’’

গ্ৰেৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ কিছু সময়ৰ পিছতে হাউছ অৱ কমনছত ক্ষমা খুজি ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনে কয় যে তেওঁ সমগ্ৰ বিষয়টোৰ সম্পূৰ্ণ দায়িত্ব লৈছে। ‘‘এই ঘটনাৰ পৰা মই বহু কথা শিকিছো। সৰ্বোপৰি মোৰ উপস্থিতিত ঘটা সকলো কাৰ্যৰ সম্পূৰ্ণ দায়িত্ব মই লৈছো।’’

উল্লেখ্য যে ২০২০ চনত ব্ৰিটেইনৰ কঠোৰ কোভিড লকডাউনৰ নিয়ম উলংঘা কৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ চৰকাৰী বাসগৃহত কেইবাটাও পাৰ্টি কৰাৰ অভিযোগ উঠিছিল। প্ৰধানমন্ত্ৰী বৰিছ প্ৰথমে সংসদত কয় যে তেওঁ সেই পাৰ্টিসমূহৰ বিষয়ে অৱগত নহয় আৰু কোনো এটা পাৰ্টিতে তেওঁ উপস্থিত থকা নাছিল বুলি দাবী কৰি আহিছিল।

লগতে পঢ়ক বিধায়কৰ বান বিলাসিতা! বান বিধ্বস্ত জিলাৰ উপায়ুক্তৰ অনুকৰণীয় কৰ্তব্য নিষ্ঠা

অৱশ্যে, ব্ৰিটিছ সংবাদ মাধ্যমৰ কেইবাখনো ফ্ৰণ্ট লাইন ছবিত বৰিছে বহু পাৰ্টিত অংশগ্ৰহণ কৰা দেখা গৈছিল। প্রধানমন্ত্রীয়ে মিছা কথা কৈ সংসদক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ ইয়াৰ পিছতে সমগ্ৰ বিষয়টো লণ্ডন আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইতিমধ্যে প্ৰধানমন্ত্ৰী বৰিছ আৰু তেওঁৰ পত্নীকে ধৰি দলটোত উপস্থিত থকা কেইবাজনো চৰকাৰী বিষয়াকো আৰক্ষীয়ে জৰিমনা বিহিছে।

প্ৰধানমন্ত্ৰীৰ বাসগৃহত এজন চৰকাৰী ফটোগ্ৰাফাৰে তোলা ছবিও পোহৰলৈ আহিছে। অভিযোগ উত্থাপন হৈছে যে সেইদিনা (২৩ নৱেম্বৰ, ২০২০) ১০ ডাউনিং ষ্ট্ৰীটত বৰিছৰ এজন সহায়কৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। সেই সময়ত ব্ৰিটেইনত দুজনতকৈ অধিক লোকৰ সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল।

প্ৰধানমন্ত্ৰী বৰিছে দাবী কৰিছিল যে সেইটো তাৰিখত তেওঁৰ বাসগৃহত কোনো পাৰ্টি হোৱা নাছিল। কিন্তু সেই ছবিখনত বৰিছৰ কাষৰ টেবুলখনত ৱাইন আৰু জিনৰ বটল, বহুত খালী গিলাচ৷ গ্ৰে প্ৰতিবেদন প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ মিথ্যাচাৰ প্ৰমাণ কৰিলে বুলি এতিয়া ব্ৰিটিছ সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷

লগতে পঢ়ক সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী

ইফালে এই সমগ্ৰ বিষয়টোক লৈ বিৰোধীয়ে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰাই নহয়, পদত্যাগৰ দাবীও কৰি আহিছে। ছু গ্ৰে প্ৰতিবেদনৰ পিছতো সংসদৰ মজিয়াত মিথাচ্যাৰ আশ্ৰয় লোৱাৰ দাবী কৰি বিৰোধী সাংসদে পুনৰ প্ৰধানমন্ত্ৰী জনচনৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে৷

অৱশ্যে প্ৰতিবেদন প্ৰকাশ পোৱা পিছতে সংসদৰ মজিয়াত প্ৰধানমন্ত্ৰী জনচনে ক্ষমা খুজি কয় যে ‘‘আমাৰ দোষ যিয়েই নহওক কিয়, মই বিশ্বাস কৰো যে আমাৰ আমোলাসকল কঠোৰ পৰিশ্ৰমী, ভাল মানুহ, দেশৰ বাবে ভাল কাম কৰে।’’

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ সেই পাৰ্টিসমূহত অতি কম সময়ৰ বাবে অংশগ্ৰহণ কৰি কৰ্মীসকলক উৎসাহিত কৰিছিল আৰু তাৰ পিছত কি হ’ল তেওঁ একোৱে নাজানে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBritish PM Boris Johnson
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
Next Post
মুকেশ আম্বানীৰ পৰা ছালিল পাৰিখলৈ, শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দৰমহা কিমান?

মুকেশ আম্বানীৰ পৰা ছালিল পাৰিখলৈ, শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দৰমহা কিমান?

পিতৃয়ে বগৰাই বগৰাই পিটিলে ক্ৰিকেটাৰ শিখৰ ধৱনক, কিন্তু কিয়? চাওক ভিডিঅ’

পিতৃয়ে বগৰাই বগৰাই পিটিলে ক্ৰিকেটাৰ শিখৰ ধৱনক, কিন্তু কিয়? চাওক ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.