• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃক্কৰ পাছত এইবাৰ সফল সংৰোপন গাহৰিৰ হৃদপিণ্ড, ডাঃ ধনীৰাম বৰুৱাৰ চিন্তাৰ সফল ৰূপায়ন মাৰ্কিন চিকিৎসকৰ

বৃক্কৰ পাছত এইবাৰ সফল সংৰোপন গাহৰিৰ হৃদপিণ্ড, ডাঃ ধনীৰাম বৰুৱাৰ চিন্তাৰ সফল ৰূপায়ন মাৰ্কিন চিকিৎসকৰ

5 years ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

37 minutes ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

1 hour ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

3 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

3 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

5 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

17 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

18 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

18 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

19 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

19 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

20 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বৃক্কৰ পাছত এইবাৰ সফল সংৰোপন গাহৰিৰ হৃদপিণ্ড, ডাঃ ধনীৰাম বৰুৱাৰ চিন্তাৰ সফল ৰূপায়ন মাৰ্কিন চিকিৎসকৰ

editor by editor
January 11, 2022
in অসম, গুৱাহাটী, বিশ্ব, ভাৰত, শিক্ষা, স্বাস্থ্য
0
বৃক্কৰ পাছত এইবাৰ সফল সংৰোপন গাহৰিৰ হৃদপিণ্ড, ডাঃ ধনীৰাম বৰুৱাৰ চিন্তাৰ সফল ৰূপায়ন মাৰ্কিন চিকিৎসকৰ
0
SHARES
712
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বৃক্কৰ পাছত এইবাৰ সফল সংৰোপন গাহৰিৰ হৃদপিণ্ড৷ মাৰ্কিন চিকিৎসকৰ মানৱ দেহত সফল সংৰোপন গাহৰিৰ হৃদপিণ্ড৷ আমেৰিকাত সফল ৰূপায়ন বিশিষ্ট চিকিৎসক ডাঃ ধনীৰাম বৰুৱাৰ চিন্তাৰ ফচল৷ আন পাছত আনটো অস্ত্ৰোপচাৰ সম্পন্ন মাৰ্কিন চিকিৎসকৰ৷ আমেৰিকাত এগৰাকী ৫৭ বছৰীয়া ব্যক্তিৰ দেহত সফলভাৱে সংৰোপন কৰা হয় Genetically Modified গাহৰিৰ হৃদপিণ্ড৷ শুকুৰবাৰে University of Maryland Medical Schoolৰ চিকিৎসকে ডেভিড বেনেট নামৰ এগৰাকী ৰোগীৰ শৰীৰত সংৰোপন কৰে এই হৃদপিণ্ড৷ এক জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে এগৰাকী মৃত্যুমুখী ৰোগীক নতুন জীৱন দিলে চিকিৎসাবিজ্ঞানে৷ বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ডেভিড বেনেট৷ ইতিহাসত প্ৰথমবাৰৰ বাবে সম্পন্ন হোৱা এই অস্ত্ৰোপচাৰে অংগ সংৰোপনৰ ক্ষেত্ৰত মানৱ সমাজক আৰু এখোজ আগুৱাই লৈ গ’ল৷ এই উদ্ভাৱনে দূৰ কৰিব অংগ অভাৱৰ সমস্যা৷ উল্লেখ্য, ২৫ বছৰ পূৰ্বে অসমৰ ডাঃ ধনীৰাম বৰুৱাই এগৰাকী ৰোগীৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপনৰ প্ৰচেষ্টা চলোৱাৰ বাবে জে’লৰ ভাত খাবলগীয়া হৈছিল চিকিৎসকগৰাকী৷ কিন্তু ভাৰতত অপৰাধ বুলি গণ্য কৰা এই পদ্ধতিৰ জৰিয়তে চিকিৎসা বিজ্ঞানক এখোজ আগুৱাই নিলে মাৰ্কিন চিকিৎসকে৷ ২০২১ চনৰ অক্টোবৰ মাহত গাহৰিৰ বৃক্ক মানৱ দেহত পৰীক্ষামূলকভাৱে সংৰোপন কৰি সফল হোৱাৰ পাছত এইবাৰ সফল সংৰোপন গাহৰিৰ হৃদপিণ্ড৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24dr dhaniram baruahmedical sciencepig heart implant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!
বিশ্ব

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

August 28, 2026
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!
জীৱনশৈলী

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

August 28, 2026
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

August 28, 2026
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
Next Post
জ্যেষ্ঠ সাংবাদিকৰ আত্মহনন, কিয় চৰম পন্থা বাছি ল’লে বিকাশ মৰাণে?

জ্যেষ্ঠ সাংবাদিকৰ আত্মহনন, কিয় চৰম পন্থা বাছি ল’লে বিকাশ মৰাণে?

চৰকাৰৰ নিৰ্দেশলৈ বুঢ়া আঙুলি দেখুৱাই কাৰ এই হুংকাৰ, SOP নামানো, ওৰে নিশা ভেলাঘৰত থাকিমেই

চৰকাৰৰ নিৰ্দেশলৈ বুঢ়া আঙুলি দেখুৱাই কাৰ এই হুংকাৰ, SOP নামানো, ওৰে নিশা ভেলাঘৰত থাকিমেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.