• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কভিডৰ মাজতে এইবাৰ এখন দেশত কলেৰাৰ প্ৰভাৱ, মাথো এসপ্তাহতে নিহত শতাধিক

কভিডৰ মাজতে এইবাৰ এখন দেশত কলেৰাৰ প্ৰভাৱ, মাথো এসপ্তাহতে নিহত শতাধিক

1 year ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

39 minutes ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

1 hour ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

1 hour ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

4 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

4 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

5 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

6 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

7 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

20 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

21 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

22 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কভিডৰ মাজতে এইবাৰ এখন দেশত কলেৰাৰ প্ৰভাৱ, মাথো এসপ্তাহতে নিহত শতাধিক

editor by editor
May 28, 2025
in বিবিধ, বিশ্ব
0
কভিডৰ মাজতে এইবাৰ এখন দেশত কলেৰাৰ প্ৰভাৱ, মাথো এসপ্তাহতে নিহত শতাধিক
0
SHARES
412
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কভিডৰ মাজতে এইবাৰ এখন দেশত কলেৰাৰ প্ৰভাৱ, মাথো এসপ্তাহতে নিহত শতাধিক

এফালে চীন, ভাৰত আদিত কভিডৰ প্ৰাদুৰ্ভাৱ পুনৰ এবাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তাৰে মাজতে আহিছে ছুডানৰ পৰা আন এক খবৰ।
ছুডানত কলেৰাৰ প্ৰাদুৰ্ভাৱৰ ইমানেই বৃদ্ধি পাইছে যে, মাথো এটা সপ্তাহতে মৃত্যু হৈছে শতাধিক।

প্ৰকাশিত তথ্য অনুসৰি, কলেৰাৰ ফলত ছুডানত বিগত এসপ্তাহত ১৭০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ২৫০০ৰো অধিক লোক অসুস্থ হৈ পৰিছে।

স্বাস্থ্য বিষয়াসকলৰ মতে, ৰাজধানী খাৰ্টুম আৰু কাষৰীয়া চহৰ ওমদুৰমানত সৰ্বাধিক সংখ্যক লোক আক্ৰান্ত হৈছে। উত্তৰ কৰ্ডোফান, চেনাৰ, গাজিৰা, হোয়াইট নীল আৰু ৰিভাৰ নীল প্ৰদেশতো সংক্ৰমণ নিশ্চিত হৈছে।

লগেত ইয়াকো কৈছে যে, দেশখনত মে’ মাহৰ মাজভাগৰ পৰা কলেৰাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। কেৱল এটা সপ্তাহতে ২০০০ৰো অধিক সন্দেহযুক্ত ৰোগীৰ চিকিৎসা কৰা হৈছে।

স্বাস্থ্য বিবাগৰ পৰা সদৰি কৰৈ অনুসৰি, কেন্দ্ৰসমূহত ৰোগীৰ ভিৰ অতিমাত্ৰা আৰু পৰিস্থিতি অত্যন্ত চিন্তনীয়। তাৰে মাজতে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ হৈছে বহু ৰোগী দেৰিকৈ আহি পোৱা।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি কলেৰা হৈছে এক অতি সংক্ৰামক পানীজনিত ৰোগ যিয়ে ডায়েৰিয়া আৰু পানীলগাৰ সৃষ্টি কৰে আৰু তৎকালীন চিকিৎসা নকৰিলে ঘণ্টাৰ ভিতৰতে মাৰাত্মক হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CholeraSudan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে
বিশ্ব

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

June 25, 2026
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?
বিবিধ

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

June 25, 2026
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান
প্ৰযুক্তি

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

June 25, 2026
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

June 25, 2026
Next Post
সংখ্যালঘু অধ্যুষিত অঞ্চলত খিলঞ্জীয়া লোকক দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ

সংখ্যালঘু অধ্যুষিত অঞ্চলত খিলঞ্জীয়া লোকক দিয়া হ'ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ

বুধৰ ভদ্ৰ ৰাজ যোগ, ৫ ৰাশিয়ে লাভ কৰিব ধনৰ লগতে অপাৰ মান-সন্মান

বুধৰ ভদ্ৰ ৰাজ যোগ, ৫ ৰাশিয়ে লাভ কৰিব ধনৰ লগতে অপাৰ মান-সন্মান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.