হঠাৎ শুকুৰ আলী অসুস্থ হৈ পৰিছে। বানৰ কৱলত পৰা দুৰ্দশাগ্ৰস্ত ৰাইজক সহায়ৰ বাবে অহৰহ কৰি গৈছিল কাম।

তেওঁলোকৰ ঘৰ-দুৱাৰ মেৰামতিৰ বাবে যিমান শ্ৰমিকৰ প্ৰয়োজন হৈছে সেই সকলোবোৰ কৰিছে শুকুৰে।

বন্যাৰ্তক সহায়ৰ বাবে সকলো শ্ৰমিক যোগান ধৰিছে শুকুৰে। কিন্তু এতিয়া বাগৰি পৰিছে শুকুৰ।

দীৰ্ঘদিন উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত সুখ দুখৰ সমভাগী হৈ আছে শুকুৰ আলী।

এতিয়া ল’বলগীয়া হৈছে চেলাইন।

এতিয়া সকলোৱে শুকুৰ আলীৰ আশু আৰোগ্য কামনা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















