• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

2 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

18 minutes ago
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

54 minutes ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

1 hour ago
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

2 hours ago
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

3 hours ago
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

4 hours ago
গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

5 hours ago
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

editor by editor
March 22, 2026
in জীৱনশৈলী
0
বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি
0
SHARES
258
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২২ মাৰ্চ ২০২৬ দেওবাৰে চন্দ্ৰই মেষ ৰাশি এৰি বৃষ ৰাশিত গোচৰ কৰিছে৷ বৈদিক পঞ্জিকা অনুসৰি চ’তৰ শুক্লা চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি আছে বৈধৃতি যোগ আৰু বিষকুম্ভ যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি আছে ভৰণী নক্ষত্ৰ আৰু কৃত্তিকা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকে প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

আজিৰ দিনটো ৰোহিনী নক্ষত্ৰৰ শুভ প্ৰভাৱত বেছ লাভজনক হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ আজি ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্ক ভালে থাকিব৷ কেৰিয়াৰত নিজকে বেছ লাভজনক স্থানত দেখা পাব৷ বিদেশত চাকৰি কৰাৰ সুযোগ পাব৷ কৰ্মক্ষেত্ৰত বৃষ ৰাশিৰ জাতকৰ প্ৰভাৱ আৰু দক্ষতা বাঢ়িব৷ ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলক পিছপেলাই আগুৱাব৷

মিথুন ৰাশি

আজি বিষকুম্ভ যোগৰ প্ৰভাৱত ভাল দিন কটাব মিথুন ৰাশিৰ জাতকে৷ বন্ধু আৰু পৰিয়ালৰ সৈতে আজিৰ দিনটো বেছ আনন্দেৰে কটাব পাৰিব৷ ধৰ্মীয় বিষয়ৰ প্ৰতিও আগ্ৰহ বাঢ়িব৷ আৰ্থিক বিষয়ত কোনো অভিজ্ঞ ব্যক্তিৰ পৰা লাভজনক পৰামৰ্শ পাব৷ পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ আজি নতুন কামত আগুৱাব পাৰে৷

সিংহ ৰাশি

আজি বৈধৃতি যোগৰ শুভ প্ৰভাৱত উন্নতিৰ নতুন পথ খুলিব সিংহ ৰাশিৰ জাতকৰ সন্মুখত৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ প্ৰতি পদতে নিজৰ পৰিয়ালৰ সদস্যৰ সহায় পাব৷ নতুন চাকৰি লাভৰো যোগ আছে৷ নিজৰ ব্যৱসায় আৰম্ভ কৰিব খুজিলে আজিৰ দিনটোত সফল হব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷

বৃশ্চিক ৰাশি

নিজৰ কেৰিয়াৰৰ পথত বহু পৰিমাণে উন্নতি কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ আজি সূৰ্যদেৱৰ আশীৰ্বাদত আপুনি কিছু অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰে৷ ব্যৱসায়ত কোনো সমস্যা থাকিলে আজি দূৰ হব৷ বন্ধুৰ সৈতে নতুন কোনো পৰিকল্পনাও ওপৰত কাম কৰিব পাৰে৷ ৰবি যোগৰ প্ৰভাৱত কোনো সম্পত্তি ক্ৰয় কৰিব পাৰে৷

কুম্ভ ৰাশি

২২ মাৰ্চত পজিটিভ পৰিবৰ্তন আহিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ অতিৰিক্ত অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব৷ পাবলগীয়া ধন উভতাই পাব পাৰে৷ নিজৰ বেংক বেলেন্স আজি বহুপৰিমাণে বঢ়াব পাৰিব কুম্ভ ৰাশিৰ জাতকে৷ ঘৰৰ জ্যেষ্ঠসকলৰ সৈতে সুসম্পৰ্ক থাকিব৷ তেওঁলোকৰ আশীৰ্বাদো লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?
জীৱনশৈলী

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

March 22, 2026
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন
জীৱনশৈলী

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

March 22, 2026
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

March 22, 2026
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?
জীৱনশৈলী

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

March 22, 2026
Next Post
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন