• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰৰ ছোৱাৰী ঘৰলৈ উভতি অহাৰ পাল… সুনীতা আৰু উইলমোৰক উভতাই আনিবলৈ মহাকাশলৈ ৰাওনা হ’ল ক্ৰুৰ-১০

ঘৰৰ ছোৱাৰী ঘৰলৈ উভতি অহাৰ পাল… সুনীতা আৰু উইলমোৰক উভতাই আনিবলৈ মহাকাশলৈ ৰাওনা হ’ল ক্ৰুৰ-১০

1 year ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

14 minutes ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

1 hour ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

2 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

17 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

18 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

18 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

19 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

20 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

20 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

21 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

22 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰৰ ছোৱাৰী ঘৰলৈ উভতি অহাৰ পাল… সুনীতা আৰু উইলমোৰক উভতাই আনিবলৈ মহাকাশলৈ ৰাওনা হ’ল ক্ৰুৰ-১০

ঘৰৰ ছোৱাৰী ঘৰলৈ উভতি অহাৰ পাল... সুনীতা আৰু উইলমোৰক উভতাই আনিবলৈ মহাকাশলৈ ৰাওনা হ’ল ক্ৰুৰ-১০

editor by editor
March 15, 2025
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ঘৰৰ ছোৱাৰী ঘৰলৈ উভতি অহাৰ পাল… সুনীতা আৰু উইলমোৰক উভতাই আনিবলৈ মহাকাশলৈ ৰাওনা হ’ল ক্ৰুৰ-১০
0
SHARES
743
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপেক্ষা শেষ হ’ল৷ পৃথিৱীলৈ উভতি অহাৰ সকলো পথ মুকলি হল সুনীতা উইলিয়ামছ আৰু সহযাত্ৰী বেৰি বুচ উইলমোৰৰ৷ এই দুই মহাকাশচাৰীক পৃথিৱীলৈ উভতাই আনিবলৈ শুকুৰবাৰে মহাকাশলৈ ৰাওনা হল স্পেছ এক্সৰ ক্ৰু-১০৷ মহাকাশযানখনত সুনীতা আৰু বুচ উইলমোৰক উভতাই আনিবলৈ যাত্ৰা কৰিছে চাৰি মহাকাশচাৰীও৷ আন্তৰ্জাতিক স্পেছ ষ্টেচনত উপস্থিত হৈয়ে ক্ৰুৰ-১৯ৰ অভিযানত মহাকাশত থকা সুনীতা আৰু উইলমোৰক দায়িত্বৰ পৰা অব্যাহতি দিব এই চাৰি মহাকাশচাৰীয়ে৷ ক্ৰুৰ-১৯ৰ মহাকাশচাৰীৰ সৈতে একেলগে আকৌ পৃথিৱীলৈ উভতি আহিব ক্ৰুৰ-১০ত যাত্ৰা কৰা চাৰি মহাকাশচাৰী৷

চলিত সপ্তাহৰ আৰম্ভণিতেই মহাকাশযাতনখন ৰাওনা হোৱাৰ কথা থাকিলেও প্ৰযুক্তিগত ত্ৰুটিৰ কাৰণে সেই অভিযান পিছুৱাই দিয়াৰ কথা কৈছিল নাছাই৷ কিন্তু অৱশেষত সকলো ত্ৰুটি শেষ কৰি শনিবাৰে ৰাওনা হল উদ্ধাৰকাৰী মহাকাশযানখন৷ মহাকাশযানৰ সৈতে যাত্ৰা কৰা চাৰি মহাকাশচাৰী ক্ৰমে এন মেকক্লেইন আৰু নিকোল আয়াৰ্চ, জেকছা( জাপান এৰোস্পেছ এক্সপ্লোৰেছন এজেন্সি) তাকুৱা ওনিছি আৰু ৰছকছমছৰ মহাকাশচাৰী কিৰিল পেছকভ৷ পৰিকল্পনা অনুসৰি ক্ৰৰ-৯ অভিযানত যিসকল মহাকাশলৈ গৈছিল সেইসকল হৈছে নিক, আলেকজেণ্ডাৰ আৰু বোয়িং ষ্টাৰলাইনাৰৰ মহাকাশযানত উঠি মহাকাশত ভৰি থৈছিল সুনীতা আৰু বেৰি উইলমোৰে৷ মহাকাশলৈ উৰামৰা যানখনে বুধবাৰ ১৯ মাৰ্চত আন্তৰ্জাতিক স্পেছ ষ্টেচনৰ পৰা পৃথিৱীত উপস্থিত হব৷

https://x.com/NASA/status/1900684862035546258

বিগত বছৰ জুন মাহৰ ৮ দিনীয়া অভিযানত মহাকাশলৈ গৈছিল সুনীতা আৰু বেৰি৷ কিন্তু বিগত ১০ মাহত তেওঁক উভতাই অনাত অসফল হয় নাছা৷ যান্ত্ৰিক বিজুতিৰ বাবে তেওঁলোকক উভতাই অনাৰ অভিযান বাৰে বাৰে পিছুৱাই দিয়া হৈছিল৷ শেহতীয়াকৈ নাছাই স্পেছ এক্সৰ সহায়ত সুনীতা আৰু বেৰি বুচ উইলমোৰক পৃথিৱীলৈ উভতাই অনাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী
জীৱনশৈলী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

August 17, 2026
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
Next Post
শুক্ৰাদিত্য ৰাজযোগ, আগন্তুক সপ্তাহত সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

শুক্ৰাদিত্য ৰাজযোগ, আগন্তুক সপ্তাহত সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

যাম ভাৱিলেও যাব নোৱাৰিব আমেৰিকা, ৪১ দেশৰ ভ্ৰমণ ভিছাতো নিষেধাজ্ঞা জাৰি কৰিব ট্ৰাম্প চৰকাৰে!

যাম ভাৱিলেও যাব নোৱাৰিব আমেৰিকা, ৪১ দেশৰ ভ্ৰমণ ভিছাতো নিষেধাজ্ঞা জাৰি কৰিব ট্ৰাম্প চৰকাৰে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.