• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰাদিত্য ৰাজযোগ, আগন্তুক সপ্তাহত সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

শুক্ৰাদিত্য ৰাজযোগ, আগন্তুক সপ্তাহত সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

1 year ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

5 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

6 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

7 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

7 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

8 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

9 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

9 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

10 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

11 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

12 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

12 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰাদিত্য ৰাজযোগ, আগন্তুক সপ্তাহত সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

শুক্ৰাদিত্য ৰাজযোগ, আগন্তুক সপ্তাহত সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

editor by editor
March 15, 2025
in জীৱনশৈলী, লেখা
0
শুক্ৰাদিত্য ৰাজযোগ, আগন্তুক সপ্তাহত সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰ ১৭মাৰ্চৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত মীন ৰাশিত শুক্ৰাদিত্য ৰাজযোগ থাকিব৷ মাৰ্চ মাহৰ এই তৃতীয় সপ্তাহত মীন ৰাশিত সূৰ্য আৰু শুক্ৰৰ যুঁটিৰ ফলত এই ৰাজযোগ গঠিত হব৷ জ্যোতিষ গণনা অনুসৰি মাৰ্চৰ তৃতীয় সপ্তাহত শুক্ৰাদিত্য যোগৰ প্ৰভাৱত দুৰ্দান্ত উন্নতি কৰাৰ সুযোগ পাব কোন কোন ৰাশিৰ জাতকে? জানি থওক ১৭ মাৰ্চৰ পৰা ২৩ মাৰ্চৰ ভিতৰত এই সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকে?

বৃষ ৰাশি

মাৰ্চ মাহৰ তৃতীয় সপ্তাহ অত্যন্ত লাভজনক হব মেষ ৰাশিৰ জাতকৰ বাবে৷ কেৰিয়াৰ আৰু পঢ়াশুনা সংক্ৰান্তিয় কোনো ভাল খবৰ পাব পাৰে৷ যিসকলে চাকৰি পৰিবৰ্তন কৰিব খুজিছে তেওঁলোকৰ এই সময় ভালকৈ যাব৷ চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ সপ্তাহৰ আৰম্ভণিতে ধৰ্মীয় কামত অংশ লোৱাৰ সুযোগ পাব আপুনি৷ অফিচত চিনিয়ৰে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷

মিথুন ৰাশি

নতুন সপ্তাহত সৌভাগ্য আৰু সুখ আহিব মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি সকলো কামতে সৌভাগ্যক নিজৰ কাষত পাব৷ সপ্তাহৰ আৰম্ভণিতেই সুখবৰ পাব পাৰে৷ নিজৰ জ্ঞান আৰু বুদ্ধি কামত লগাই সাফল্য অৰ্জন কৰিব পাৰে মিথুন ৰাশিৰ জাতকে৷ দীৰ্ঘদিন ধৰি কোনো সমস্যাত ভূগি থাকিলে এই সময়ত মুক্তি পাব পাৰে৷ উপাৰ্জনৰ নতুন পথ মুকলি হব৷

সিংহ ৰাশি

মাৰ্চৰ তৃতীয় সপ্তাহত ভাগ্যক কাষত পাব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মাজত প্ৰচুৰ এনাৰ্জি আৰু আত্মবিশ্বাস থাকিব৷ সকলো কাম সহজে আৰু সময়মতে সম্পন্ন কৰিব পাৰিব৷ ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে ডাঙৰ পদ আৰু প্ৰতিষ্ঠা পাব পাৰে৷ সন্তান সংক্ৰান্তিয় ভাল খবৰ পাব সিংহ ৰাশিৰ জাতকে৷ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷

কন্যা ৰাশি

১৭ মাৰ্চৰ পৰা আৰম্ভ হোৱা সপ্তাহত সকলো কামতে সৌভাগ্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আপুনি বিনিয়োগৰ পৰা মোটা টকা লাভ কৰিব পাৰে৷ নতুন বিনিয়োগৰ বাবে এই সময় শুভ৷ কোনো শুভাকাংক্ষীৰ পৰামৰ্শত বিনিয়োগ কৰক৷ কাৰো সৈতে ৰূঢ় ব্যৱহাৰ নকৰিব৷ প্ৰতিযোগিতামূলক পৰীক্ষাতো সাফল্য পাব৷

কুম্ভ ৰাশি

১৭ৰ পৰা ২৩ মাৰ্চৰ ভিতৰত এই সপ্তাহত আৰ্থিকভাৱে দুৰ্দান্ত লাভ কৰাৰ যোগ আছে কুম্ভ ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতে অতিৰিক্ত উপাৰ্জন হব পাৰে৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি দুৰ্দান্ত হব৷ সপ্তাহৰ আৰম্ভণিতে কৰোবালৈ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ বাবে লাভজনক হব৷ অফিচত চিনিয়ৰ আৰু জুনিয়ৰৰ সমৰ্থন পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?
জীৱনশৈলী

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

July 22, 2026
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?
জীৱনশৈলী

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

July 22, 2026
Next Post
যাম ভাৱিলেও যাব নোৱাৰিব আমেৰিকা, ৪১ দেশৰ ভ্ৰমণ ভিছাতো নিষেধাজ্ঞা জাৰি কৰিব ট্ৰাম্প চৰকাৰে!

যাম ভাৱিলেও যাব নোৱাৰিব আমেৰিকা, ৪১ দেশৰ ভ্ৰমণ ভিছাতো নিষেধাজ্ঞা জাৰি কৰিব ট্ৰাম্প চৰকাৰে!

শৰীৰতেই লুকুৱাই আনিছিল ১৪কোটি ৫৬ লাখ সোণ, শৰীৰৰ কোন অংগত গোপনে লুকুৱাই আনিছিল সোণ? কোনে শিকাইছিল কৌশল?

শৰীৰতেই লুকুৱাই আনিছিল ১৪কোটি ৫৬ লাখ সোণ, শৰীৰৰ কোন অংগত গোপনে লুকুৱাই আনিছিল সোণ? কোনে শিকাইছিল কৌশল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.