একাংশ আৰক্ষীৰ ওপৰত অসন্তুষ্ট ন্যায়ালয়। একাংশ আৰক্ষী চৰকাৰৰ প্ৰিয়পাত্ৰ হয়। বে-আইনীভাৱে তেওঁলোকে অগাধ সম্পত্তি গঢ়ে। চৰকাৰ পৰিৱৰ্তন হ’লে বিপদত পৰে এনে আৰক্ষী।