• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰতন টাটাৰ অডিঅ’ টেপ লিকড্! উচ্চতম ন্যায়ালয়ত শুনানি, কোনে কৰিছিল লিকড্?

ৰতন টাটাৰ অডিঅ’ টেপ লিকড্! উচ্চতম ন্যায়ালয়ত শুনানি, কোনে কৰিছিল লিকড্?

4 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

5 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

5 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

6 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

6 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

7 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

7 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

8 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

8 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

9 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

10 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

11 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰতন টাটাৰ অডিঅ’ টেপ লিকড্! উচ্চতম ন্যায়ালয়ত শুনানি, কোনে কৰিছিল লিকড্?

editor by editor
September 1, 2022
in ভাৰত, ৰাজনীতি
0
ৰতন টাটাৰ অডিঅ’ টেপ লিকড্! উচ্চতম ন্যায়ালয়ত শুনানি, কোনে কৰিছিল লিকড্?
0
SHARES
29k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০১০ চনত নীৰা ৰাডিয়াৰ সৈতে জড়িত অডিঅ’ টেপ লিক হোৱাৰ তদন্ত বিচাৰি উদ্যোগপতি ৰতন টাটাই দাখিল কৰা আবেদনৰ শুনানি আজি উচ্চতম ন্যায়ালয়ত হ’ব। প্ৰায় আঠ বছৰৰ মূৰত এই শুনানি গ্ৰহণ কৰা হৈছে।

টেপ লিক হোৱাটো তেওঁৰ গোপনীয়তাৰ অধিকাৰ উলংঘা কৰা বুলি মন্তব্য কৰিছে টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাই।

উদ্যোগপতি, সাংবাদিক, চৰকাৰী বিষয়া আদি গুৰুত্বপূৰ্ণ পদবীত থকা আনসকলৰ সৈতে নিৰা ৰাডিয়াৰ ফোন কথোপকথন এদশক পূৰ্বে এক তদন্তৰ অংশ হিচাপে টেপ কৰা হৈছিল।

লগতে পঢ়ক ‘নৱপ্ৰজন্মৰ যুৱকৰ বাবে পত্নী হৈ পৰিছে চিৰন্তন চিন্তা আৰু অশান্তিৰ কাৰক’ এইদৰে কোনে ক’লে?

২০১২ চনত চৰকাৰে দাখিল কৰা আবেদনৰ প্ৰতিলিপি উচ্চ ন্যায়ালয়ৰ পৰা বিচাৰিছিল ৰতন টাটাই। সেই আবেদনত কেনেকৈ টেপটো লিক হৈছিল তাৰ বিষয়ে সোধা হৈছিল আৰু তাৰ কিছুদিনৰ পাছত এই বিবাদ ‘ৰেডিয়া টেপ’ বিতৰ্ক নামেৰে জনাজাত হয়।

এই গোচৰৰ শেষ শুনানি ২০১৪ চনৰ ২৯ এপ্ৰিলত হৈছিল। এই শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই বিষয়টোৰ বিভিন্ন দিশত গুৰুত্ব আৰোপ কৰিছিল।

উল্লেখ্য যে ২০১০ চনত নীৰা ৰডিয়াৰ সৈতে ৰতন টাটাৰ কথা-বতৰা সংবাদ মাধ্যমত ফাদিল কৰা হৈছিল। ইয়াৰ পিছতে ৰতন টাটাই চৰকাৰৰ বিৰুদ্ধে আদালতত উপস্থিত হৈ কয় যে টেপসমূহ মুকলি কৰাটো তেওঁৰ গোপনীয়তাৰ অধিকাৰ উলংঘা কৰা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamNira Radiaratan tataratan tata niira radia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
Next Post
ভৰি নাই, ভৰিৰ সলনি জন্তু শিঙৰ দৰে আকৃতি লৈ জন্ম শিশুৰ, হতভম্ব চিকিৎসকসহ মাতৃ

ভৰি নাই, ভৰিৰ সলনি জন্তু শিঙৰ দৰে আকৃতি লৈ জন্ম শিশুৰ, হতভম্ব চিকিৎসকসহ মাতৃ

বিজেপি নেত্ৰী ঘৰত উদ্ধাৰ ৰে’ল ষ্টেচনৰ পৰা চুৰি হোৱা শিশু, ৮ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

বিজেপি নেত্ৰী ঘৰত উদ্ধাৰ ৰে’ল ষ্টেচনৰ পৰা চুৰি হোৱা শিশু, ৮ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.