• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

48 minutes ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

2 minutes ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

2 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

3 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

4 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

21 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

22 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

23 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

1 day ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

editor by editor
January 17, 2026
in জীৱনশৈলী
0
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত
0
SHARES
685
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৮ জানুৱাৰী মাঘ মাহৰ অমাবল্যা৷ মাঘী অমাবল্যা তিথিত পালিত হয় মৌনী অমাবস্যা৷ এই দিনটোত মৌনব্ৰত ৰখাৰ ৰীতি প্ৰচলিত আছে৷ কাইলৈ মকৰ ৰশিত মিলিত হব সূৰ্য, চন্দ্ৰ, বুধ, শুক্ৰ আৰু মঙ্গল৷ পাঁচ ৰাশিয়ে একে ঘৰত অহাত গঠিত হব পঞ্চগ্ৰহী যোগ৷ জ্যোতিষ গণনা অনুসৰি পাঁচ গ্ৰহৰ এই মিলন কোনো কোনো ৰাশিৰ বাবে অত্যন্ত ক্ষতিকৰ হব৷ জানি থওক কোন কোন ৰাশি সাৱধান হব?

মিথুন ৰাশি

মিথুন ৰাশিৰ অষ্টম ঘৰত গঠিত হ’ব পঞ্চগ্ৰহী যোগ৷ ইয়াৰ প্ৰভাৱত আপুনি ধৰ্মীয় কামত মনোনিবেশ কৰিব নোৱাৰিব৷ ৰাস্তাই ঘাটে সাৱধানে চলাফিৰা কৰক, পথ দুৰ্ঘটনাৰ আশংকা আছে৷ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত নানান সংকটৰ মাজত সোমাই পৰিব৷ পাৰিবাৰিক সম্পত্তিক লৈ ঝামেলাত সোমাই পৰিব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ সপ্তম ঘৰত গঠিত হব পঞ্চগ্ৰহী যোগ৷ ইয়াৰ ফলত অসুখ-বিসুখজনিত সমস্যাত ভূগিব এই ৰাশিৰ জাতক৷ ব্যক্তিগত সম্পৰ্কক লৈয়ো সচেতন থাকক৷ পাৰ্টনাৰৰ সৈতে ভুল বুজাবুজি বাঢ়িব৷ এই সময়ত কাৰো কাষত নিজৰ পৰিকল্পনাৰ কথা প্ৰকাশ নকৰিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ ষষ্ঠ ঘৰত গঠিত হব পঞ্চগ্ৰহী যোগ৷ এই সময়ত কোনো ঝামেলাত নোহোমাই ভাল৷ অন্যথা আইনী জটিলতাত সোমাই পৰিব পাৰে৷ এই সময়ত আপুনি নতুন কাম আৰম্ভ নকৰিব ব্যৰ্থ হব পাৰে৷ আদালতৰ ৰায় আপোনাৰ পক্ষত নাহে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ তৃতীয় ঘৰত গঠিত হব পঞ্চগ্ৰহী যোগ৷ এই সময়ত ভায়েক ভনীয়েকৰ সম্পৰ্কত তিক্ততা বাঢ়িব৷ কৰোবালৈ যোৱাৰ পৰিকল্পনা থাকিলে বাতিল হব পাৰে৷ নিজৰ কথাত লেকাম ৰাখক অন্যথা ভুল বুজাবুজি তৈয়াৰ হব৷ এই সময়ত সতৰ্ক হৈ চলক৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ দ্বাদশ ঘৰত গঠিত হব পঞ্চগ্ৰহী যোগ৷ এই সময়ত মাত্ৰাতিৰিক্ত খৰচ বাঢ়িব পাৰে৷ বাজেটৰ মাজত থাকি খৰচ কৰাৰ চেষ্টা কৰক৷ নিজৰ শৰীৰৰ যত্ন লওক৷ স্বাস্থ্য বেয়া হব পাৰে৷ পুৰণি অসুখ আকৌ আৰম্ভ হোৱাৰ আশংকা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?
জীৱনশৈলী

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

January 17, 2026
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East
জীৱনশৈলী

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
Next Post
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন