• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

7 months ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

29 minutes ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

1 hour ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

2 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

3 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

3 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

4 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

5 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

5 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

6 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

23 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

23 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

editor by editor
January 17, 2026
in জীৱনশৈলী
0
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰজনন কেৱল মহিলাৰ ওপৰত নিৰ্ভৰশীল নহয়৷ পুৰুষৰ শুক্ৰাণুৰ সংখ্যা আৰু মানেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সম্প্ৰতি গৱেষণাত দেখা গৈছে ৪৩ বছৰ বয়সৰ পাছৰে পৰা শুক্ৰাণুৰ গুণগত মান দ্ৰুত কমিবলৈ আৰম্ভ কৰে৷ ফলত তাৰপিছত কেৱল সন্তানধাৰণৰ ক্ষমতাই নহয় ভৱিষ্যৎ সন্তানৰো জিনগত সমস্যা অহাৰ আশংকা বাঢ়ে৷

ব্ৰিটেইনৰ বিখ্যাত ৱেলকাম ছাংগাৰ ইনষ্টিটিউটৰ গৱেষণাত সম্প্ৰতি ২৪ৰ পৰা ৭৫ বছৰ বয়সীয়া ৮১ জন সুস্থ পুৰুষৰ শুক্ৰাণু বিশ্লেষণ কৰে৷ এই গৱেষণাৰ মূল লক্ষ্য আছিল বয়স বঢ়াৰ লগে লগে শুক্ৰাণুৰ জিনৰ কি ধৰণৰ পৰিবৰ্তন বা মিউটেছন ঘটে সেয়া বিচাৰি উলিয়াইছে৷ তাত দেখা গৈছে প্ৰতি বছৰে শুক্ৰাণুত গড়ে ১.৬৭ টা নতুন জিনগত মিউটেছন যোগ হৈছে৷ অৰ্থাৎ যিমানে বয়স বাঢ়িছে শুক্ৰাণুৰ ডি এন এ সিমানেই পৰিবৰ্তিত হৈছে৷ বিজ্ঞানীয়ে কৈছে প্ৰায় ৪৩ বছৰ বয়সত এই পৰিবৰ্তনৰ হাত হঠাৎ বাঢ়ি যায়৷ ইয়াত কোৱা হৈছে শুক্ৰাণুৰ টাৰ্নিং পয়েণ্ট৷ এই পৰিবৰ্তনৰ ফলত কিছু শুক্ৰাণুত এনে মিউটেছন দেখা যায় যিয়ে ভৱিষ্যৎ সন্তানৰ মাজত বিৰল জিনগত ৰোগ বা বিকাশজনিত সমস্যাৰ কাৰণ হব পাৰে৷ উদাহৰণ হিচাপে গৱেষকে উল্লেখ কৰিছে যে নুনান চিনড্ৰোম, এপাৰ্ট চিনড্ৰোম আৰু কষ্টেলো চিনড্ৰোমৰ দৰে ৰোগ, য’ত শিশুৰ হৃদযন্ত্ৰ, হাড়ৰ গঠন আৰু স্নায়ু বিকাশত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে৷

গৱেষক দলৰ প্ৰধান ডাঃ মাইকেল আৰু ডোনোভানে কৈছে, ‘আমি দীৰ্ঘদিন ধৰি ভাৱিছো কেৱল মহিলাসকলৰ প্ৰজনন বয়সৰ সীমা আছে, কিন্তু ইয়াত দেখা গৈছে পুৰুষৰো এক জৈৱিক ঘড়ী আছে৷ বয়স বাঢ়িলে শুক্ৰাণুৰ মান আৰু জীনৰ স্থিতিশীলতা দুয়োটাই কমি যায়৷ বিজ্ঞানীয়ে লগতে কৈছে, এইসমূহ পৰিবৰ্তিত শুক্ৰাণু বহুসংখ্যক শুক্ৰাণুৱে স্বাৰ্থপৰৰ দৰে আচৰণ কৰে অৰ্থাৎ তাৰ কিছু সংখ্যকৰ বৃদ্ধি দ্ৰুত হয় আৰু স্বাভাৱিক শুক্ৰাণুক প্ৰতিযোগিতাত হৰুৱাই দিয়ে৷ ফলত ক্ষতিকৰ মিউটেচনসমূহৰ পৰিমাণ আৰু বাঢ়ি যায়৷

অৱশ্যে এই গৱেষণা সৰু পৰিসৰত হৈছে৷ প্ৰথম গৱেষণাতেই এই কথা স্পষ্টভাৱে প্ৰকাশ পাইছে যে পুৰুষৰো বয়স বাঢ়িলে জিনগত সমস্যা বাঢ়িব পাৰে৷ বিশেষজ্ঞৰ পৰামৰ্শ যিসকলে ভৱিষ্যতে সন্তান লোৱাৰ পৰিকল্পনা কৰিছে তেওঁলোকে উচিত সুস্থ জীৱনযাপন বজায় ৰখা, ধূমপান আৰু অতিৰিক্ত মদ্যপান এৰাই চলা আৰু প্ৰয়োজনত আগেভাগেই শুক্ৰাণু সংৰক্ষণ কৰা উচিত৷

বিশেষজ্ঞৰ মতে এজন সুস্থ পুৰুষৰ প্ৰতি মিলিলিটাৰত ১৫ বিলিয়নতকৈ বেছি আৰু মুঠ ৩৯ মিলিয়নতকৈ কম শুক্ৰাণু থকা উচিত নহয়৷ যদি সংখ্যাটো ইয়াতকৈ কম হয় তেতিয়া সন্তানধাৰণত সমস্যা হব পাৰে৷ কেৱল সংখ্যাই নহয়, শুক্ৰাণুৰ গতি, আকাৰ আৰু গুণমানেও গৰ্ভধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত
জীৱনশৈলী

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

August 13, 2026
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন
জীৱনশৈলী

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

August 13, 2026
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে
বিনোদন

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

August 13, 2026
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?
জীৱনশৈলী

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

August 13, 2026
Next Post
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

অগ্নিগৰ্ভা কোকৰাঝাৰ! প্ৰতিবাদকাৰীয়ে জ্ব**লালে বীৰছা কামাণ্ডো ফৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়, আৰক্ষী থানাও লক্ষ্য প্ৰতিবাদকাৰীৰ

অগ্নিগৰ্ভা কোকৰাঝাৰ! প্ৰতিবাদকাৰীয়ে জ্ব**লালে বীৰছা কামাণ্ডো ফৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়, আৰক্ষী থানাও লক্ষ্য প্ৰতিবাদকাৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.