• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

8 months ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

27 minutes ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

1 hour ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

9 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

9 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

10 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

11 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

11 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

12 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

14 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

14 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

15 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

editor by editor
November 24, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ
0
SHARES
586
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰৰ আৰম্ভণিতে এক অত্যন্ত বিৰল যোগ আৰম্ভ হব। হিন্দু পঞ্জিকা অনুসৰি ২০২৬ চনৰ প্ৰথম মাহতেই সূৰ্য আৰু মঙ্গলে শনিৰ ঘৰত অৱস্থান কৰিব। এই গ্ৰহৰ অৱস্থান তিনিটা ৰাশিৰ বাবে অত্যন্ত শুভ বুলি ধাৰণা কৰা হৈছে। জ্যোতিষীৰ অনুমান যে শনিৰ ঘৰ মঙলত সূৰ্যৰ সংযোগে এই তিনিটা ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীসকলৰ বাবে উল্লেখযোগ্য কেৰিয়াৰ গঢ়ি তুলিব।

সূৰ্য-মঙ্গল গ্ৰহৰ সংযোগ কেতিয়া হব?

দৃক পঞ্চাংগ অনুসৰি ১৪ জানুৱাৰীত সূৰ্য আৰু শনিৰ শাসনাধীন মকৰ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰপাছতেই ১৬ জানুৱাৰীত মঙলে একেই ৰাশিত প্ৰৱেশ কৰিব। মকৰ ৰাশিত সূৰ্য আৰু মঙলৰ সংযোগে আদিত্য মঙ্গল ৰাজযোগ তৈয়াৰ কৰিব। যি ১৩ ফেব্ৰুৱাৰী পৰ্যন্ত স্থায়ী হব।

এই ৩ৰাশিৰ জাতকে সুফল পাব

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক জাতিকাৰ পদোন্নতি, দৰমহা বৃদ্ধি আৰু সপোনৰ চাকৰি পোৱাৰ সুবৰ্ণ সুযোগ আহিব। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব। এই সময়ত ব্যৱসায়িক লাভো বৃদ্ধি পাব। আপুনি এক লাভজনক চুক্তি কৰিব পাৰে। এই বিৰল সংযোগে অবিবাহিত ব্যক্তিৰ বিবাহৰ সম্ভাৱনা বঢ়াই তুলিব পাৰে।

তুলা ৰাশি

শনিৰ ঘৰত সূৰ্য আৰু মঙ্গলৰ সংযোগে আপোনাক সম্পদ, সম্পত্তি, যানবাহন বা নতুন ঘৰ ক্ৰয়ৰ ,সুযোগ দিব পাৰে। আপুনি অপ্ৰত্যাশিত আৰ্থিক লাভ পাব পাৰে। আপোনাৰ সামাজিক প্ৰভাৱ বৃদ্ধি পাব। আপোনাৰ পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হব আৰু আপোনাৰ বিবাহিত জীৱন সুখৰ হব। এই সময়ত আপুনি চাকৰি বা ব্যৱসায়ো কৰিব পাৰে। এই পদক্ষেপ দীৰ্ঘম্যাদত খুবেই লাভজনক প্ৰমাণিত হব।

মকৰ ৰাশি

যিহেতু সূৰ্য মঙ্গলে আপোনাৰ ৰাশিচক্ৰৰ ৰাশিত প্ৰৱেশ কৰিছে সেয়ে এই সংযোগ আপোনাৰ বাবে খুবেই উপকাৰী হব পাৰে। আপুনি নতুন উদ্যোগ আৰম্ভ কৰিব যিয়ে আপোনাৰ পাৰিবাৰিক ব্যৱসায় সম্প্ৰসাৰণত সুফল দিব। আপোনাৰ কৰ্মজীৱনত সন্মান আৰু সাফল্যৰ সম্ভাৱনা আছে। হঠাৎ আৰ্থিক লাভৰো প্ৰৱল সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
Next Post
৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.