• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

7 months ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

24 minutes ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

1 hour ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

2 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

3 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

4 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

6 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

7 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

7 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

7 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

9 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

9 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

editor by editor
November 24, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বৰ্তমান সময়ত সকলোৱে নিজৰ উপাৰ্জন সুৰক্ষিত কৰিব খোজে। বহুতে চেষ্টা কৰিও সফল হব নোৱাৰে। মাহৰ শেষত আপুনি কিমান দৰমহা পাইছে তাতকৈ বেছি গুৰুত্বপূৰ্ণ কথা হৈছে আপুনি কিমান সঞ্চয় কৰিছে। জৰুৰী পৰিস্থিতিত আপোনাৰ হাতত কিমান ফাণ্ড আছে সেয়াই প্ৰকৃত বিষয়। বজাৰত বিনিয়োগৰ বাবে একাধিক অপছন আছে। আজি আমি সকলোতকৈ নিৰাপদ বিকল্প SIP and PPF সম্পৰ্কে এই প্ৰতিবেদনত উল্লেখ কৰিছো। বছৰি ৯০,০০০ টকা জমা কৰিলে ১৫ বছৰত কোন স্কিমত আপুনি বেছি লাভ পাব?
ভৱিষ্যতৰ বাবে মোটা অংকৰ ফাণ্ড গঢ়ি তুলিবলৈ বেছি দৰমহা বা খুবেই ডাঙৰ অংকৰ ধনৰ প্ৰয়োজন নহয়। আপুনি যদি নিয়মিতভাৱে অলপ অলপকৈ বিনিয়োগ কৰি যায় তেতিয়া দীৰ্ঘম্যাদত ভাল অংকৰ ধন লাভ সম্ভৱ। উভয়েই নিয়মিত বিনিয়োগৰ উপায় হলেও ৰিটাৰ্ণৰ দিশৰ পৰা SIP আৰু PPFৰ মাজত পাৰ্থক্য আছে। ইয়াত SIPৰ ৰিটাৰ্ণ বছৰি ১২ শতাংশ ধৰা হৈছে। মাহিলী ৭৫০০ টকা বিনিয়োগ হিচাপে গণনা কৰা হৈছে। কাৰণ মুঠ বাৰ্ষিক বিনিয়োগ ৯০,০০০ টকা।

SIP ত কিমান ৰিটাৰ্ণ পোৱা যাব

১৫ বছৰ ধৰি প্ৰতিমাহে ৭৫০০ টকাকৈ SIPত বিনিয়োগ কৰিয়ে যদি গড়ে ১২শতাংশ ৰিটাৰ্ণ পোৱা যায় তেতিয়া আপোনাৰ মুঠ ফাণ্ড প্ৰায় ৩৭.৮লাখ টকা পৰ্যন্ত হব পাৰে। এই সময়ত আপুনি মুঠ বিনিয়োগ কৰিব মাত্ৰ ১৩.৫ লাখ টকা।  কিন্তু কম্পাউণ্ডিঙৰ জোৰত আপোনাৰ টকা প্ৰায় তিনিগুণ বাঢ়ি যায়।

PPF ফাণ্ডত কিমান ৰিটাৰ্ণ পোৱা যাব

যদি আপুনি৯০,০০০ টকা বছৰি PPFত জমা কৰে তেতিয়া ৭.১ শতাংশ সুদৰ হাৰত ১৫ বছৰত আপোনাৰ ফাণ্ড প্ৰায় ২৪.৪ লাখ টকা হব। ইয়াতো আপোনাৰ মুঠ বিনিয়োগ থাকিব ১৩.৫ লাখ টকা। নিৰ্দিষ্ট সুগ থকাত বৃদ্ধিৰ সীমাবদ্ধতা থাকে। অর্থাৎ, একে পৰিমাণে বিনিয়োগ কৰাৰ পাছতো ৰিটাৰ্ণৰ দিশৰ পৰা SIP, PPF-ৰ তুলনাত বহু বেছি লাভজনক প্ৰমাণিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!
অসম

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

June 19, 2026
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!
জীৱনশৈলী

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

June 19, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

June 19, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
Next Post
কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.