• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

3 weeks ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

29 seconds ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

40 minutes ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

1 hour ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

2 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

2 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

2 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

20 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

20 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

20 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

21 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

21 hours ago
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

editor by editor
May 7, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সৌৰজগতৰ ৰজা সূৰ্যই কোষ্ঠীত ভাল অৱস্থানত থাকিলে জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ আৰু সাফল্য আহে৷ সূৰ্যৰ শুভ প্ৰভাৱে জাতকক কেৰিয়াৰৰ উচ্চস্থানলৈ লৈ যায়৷ সূৰ্য দেৱতাই যাৰ প্ৰতি সদয় হয় তেওঁলোকৰ ঘুমন্ত ভাগ্য জাগি উঠে৷ সূৰ্যৰ গোচৰত জিলিকি উঠে তেওঁলোকৰ ভাগ্য৷ বৈদিক জ্যোতিষ গণনা অনুসৰি দেখা গৈছে যে ২০২৬ চনত সূৰ্যৰ বিশেষ আশীৰ্বাদ থাকিব কেইটামান ৰাশিৰ জাতকৰ ওপৰত৷ চলিত বছৰত এই সকলো ৰাশিৰ জাতকে সূৰ্যৰ কৃপাত সকলো সুখ সৌভাগ্য লাভ কৰিব৷ জানি থওক বছৰৰ শেষ পৰ্যন্ত সূৰ্যৰ আশীৰ্বাদ বৰ্তি থাকিব কোন কোন ৰাশিৰ জাতকৰ ওপৰত৷

মেষ ৰাশি

৩১ ডিচেম্বৰ ২০২৬ পৰ্যন্ত সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিব মেষ ৰাশিৰ ওপৰত৷ কোনো গোপন শত্ৰুৱে আপোনাৰ কেৰিয়াৰত ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে৷ কিন্তু তেওঁলোক সফল নহ’ব৷ সূৰ্যৰ কৃপাত নিজৰ বিৰোধীসকলক পৰাস্ত কৰিব পাৰিব মেষ ৰাশিৰ জাতকে৷ চলিত বছৰত আৰ্থিক অৱস্থাৰো উন্নতি হ’ব আপোনাৰ৷ আৰ্থিক উন্নতিৰ পথৰ সকলো বাধা দূৰ হ’ব৷ অফিচত পদোন্নতি আৰু দৰমহাবৃদ্ধি হব পাৰে৷ যিসকলে এই বছৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব খুজিছে তেওঁলোকৰ বাবে ভাল সময়৷ মেষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে এই সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল লাভ কৰিব৷

বৃষ ৰাশি

চলিত বছৰত সকলো কামতে ভাগ্যৰ সহায়তা পাব বৃষ ৰাশিৰ জাতকে৷ সূৰ্যৰ কৃপাত এই সময়ত আপোনাৰ পাৰিবাৰিক সকলো সমস্যা দূৰ হব৷ পেছাগত জীৱনত কাৰ্যকৰী আৰু লাভজনক ফল লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ ব্যৱসায়ত উন্নতি কৰিব পাৰিব আৰু সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ পেছাগত জীৱনত বৃহৎ লাভ কৰিব পাৰে৷ কোম্পানী সলনি কৰিব পাৰে৷ উন্নতি হ’ব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ সূৰ্য দেৱতাৰ কৃপা সকলো সময়তে থাকে সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ ২০২৬ চনতো তেওঁলোকৰ ওপৰত সূৰ্যৰ কৃপা থাকিব৷ চলিত বছৰত প্ৰচুৰ সুখ আৰু সৌভাগ্য লাভ কৰিব তেওঁলোকে৷ পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটাব পাৰ৷ সন্তান সুখ লাভ কৰিব পাৰে৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ আহিব পাৰে৷ সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে এই বছৰ পঢ়াশুনাত ভাল ফল পাব৷ এই সময়ত আপোনাৰ জীৱনৰ সকলো বাধা দূৰ হৈ যাব আৰু নিজৰ কামত বহু বেছি মনোযোগ দিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?
বিনোদন

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

May 30, 2026
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

May 30, 2026
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক
জীৱনশৈলী

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

May 30, 2026
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?
জীৱনশৈলী

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

May 30, 2026
Next Post
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.