• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

1 month ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

27 minutes ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

49 minutes ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

2 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

2 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

2 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

6 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

6 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

8 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

9 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

9 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

10 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

editor by editor
May 7, 2026
in জীৱনশৈলী
0
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিমাহেই এটাকৈ পূৰ্ণিমা তিথি আহে৷ এই বছৰ মে মাহ জ্যোতিষমতে বিশেষ গুৰুত্বপূৰ্ণ৷ কাৰণ মাহৰ আৰম্ভণি আৰু শেষ, দুই সময়তে পূৰ্ণিমা পৰিছে৷ এমাহত দুটা পূৰ্ণিমা পৰাটো খুবেই বিৰল৷ জ্যোতিষশাস্ত্ৰত এনে এক বিশেষ চন্দ্ৰযোগে মানুহৰ আবেগ, সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু ভাগ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়৷ এই বিৰল চন্দ্ৰ চমৎকাৰে বিশেষভাৱে শুভ প্ৰভাৱ পেলাব ৫ৰাশিৰ জাতকৰ ওপৰত৷ সাফল্য আৰু মানসিক শান্তি পাব ৫ৰাশিৰ জাতকে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ বাবে মে মাহৰ দুই পূৰ্ণিমা অত্যন্তই শুভ ফল কঢ়িয়াই আনিব পাৰে৷ অৰ্থনৈতিক উন্নতিৰ সম্ভাৱনা প্ৰৱল৷ নতুন কাম বা নতুন সুযোগ পাব পাৰে৷ যিয়ে জীৱনলৈ স্থিতি কঢ়িয়াই আনিব৷ যিয়ে দীৰ্ঘদিন ধৰি কোনো কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পৰা নাই, সেই সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বাঢ়িব৷ ইয়াৰোপৰি আৱেগ নিয়ন্ত্ৰণৰ ক্ষমতাও উন্নত হ’ব৷ পৰিয়ালৰ সদস্য, বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ উন্নতি হ’ব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ৷ সেয়ে এমাহত দুটা পূৰ্ণিমাৰ প্ৰভাৱ সকলোতকৈ বেছি পৰিব এই ৰাশিৰ ওপৰত৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক জীৱনত সুখ শান্তি বৃদ্ধি পাব৷ মানসিক চাপ কমিব আৰু আত্মবিশ্বাস বাঢ়িব৷ জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত স্পষ্ট ধাৰণা তৈয়াৰ হ’ব৷ দীৰ্ঘদিনৰ বিভ্ৰান্তি দূৰ হৈ ডাঙৰ সিদ্ধান্ত লোৱাৰ সাহস পাব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে এই চন্দ্ৰযোগে মানসিক শান্তি আনি দিব পাৰে৷ অতিৰিক্ত চিন্তা বা অভাৰথিংকিংৰ পৰা মুক্তি পাব পাৰে৷ বহুদিন ধৰি যি মানসিক শান্তি বিচাৰি আছিল সেয়া লাভ কৰিব৷ কৰ্মক্ষেত্ৰত ভাল খবৰ অহাৰ সম্ভাৱনা আছে৷ নতুন দায়িত্ব বা সাফল্যই আপোনাৰ আত্মবিশ্বাস আৰু বঢ়াই তুলিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ বাবে এই যোগ অত্যন্ত কাৰ্যকৰী হ’ব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ চাকৰি বা ব্যৱসায় ক্ষেত্ৰত বৃহৎ সুযোগ আহিব পাৰে৷ ব্যৱসায়ীসকলে নতুন চুক্তি বা ডাঙৰ ডিল ফাইনেল কৰিব পাৰে৷ আৰ্থিক পৰিস্থিতিও পূৰ্বৰ তুলনাত মজবুত হব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ ওপৰত বৰ্তমান শনিৰ চাৰে সাতিৰ প্ৰভাৱ থাকিলেও মে মাহৰ এই বিশেষ পূৰ্ণিমাই কিছু স্বস্তি দিব পাৰে৷ দীৰ্ঘদিনৰ জটিল সমস্যাৰ অৱসান হব পাৰে৷ জীৱনত কিছু নতুন শুভ ঘটনা ঘটিব পাৰে৷ ব্যক্তিগত সম্পৰ্কৰ উন্নতি হব৷ মানসিক দিশৰ পৰা পাতল অনুভৱ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
Next Post
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক'লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.