• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুশান্তৰ মৃত্যুত কাৰ কাৰ হাত আছে?

সুশান্তৰ মৃত্যুত কাৰ কাৰ হাত আছে?

6 years ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

2 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

2 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

2 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

4 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

5 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

6 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

6 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

6 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

7 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

8 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

9 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

সুশান্তৰ মৃত্যুত কাৰ কাৰ হাত আছে?

ৰিয়াৰ পাছত আজি EDয়ে কাক জেৰা কৰিব?

editor by editor
August 8, 2020
in অপৰাধ, চিনেমা
0
সুশান্তৰ মৃত্যুত কাৰ কাৰ হাত আছে?
0
SHARES
64
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দর্ভত অনুসন্ধানৰ বাবে শুকুবাৰে EDৰ কার্যালয়ত উপস্থিত হয় ৰিয়া চক্ৰৱর্তী। সুশান্তৰ একাউণ্টৰ ১৫ কোটি টকা হৰলুকী সন্দর্ভত অনুসন্ধান আৰম্ভ কৰিছে EDয়ে। শুকুৰবাৰে ৯ ঘণ্টা ধৰি জেৰা কৰা হয় ৰিয়া চক্ৰৱর্তী আৰু ভাতৃ সৌভিক চক্ৰৱর্তীক। দুদিন পূর্বে ৰিয়াৰ সম্পত্তি সন্দর্ভত নথি-পত্ৰ জমা দিবৰ বাবে EDয়ে নির্দেশ দিছিল যদিও নথি-পত্ৰ জমা দিয়াত ব্যর্থ হয় ৰিয়া। ইয়াৰ উপৰিও EDৰ বেছিভাগ প্ৰশ্নৰে উত্তৰ দিব নোৱাৰিলে ৰিয়া চক্ৰৱর্তীয়ে। শুকুৰবাৰে সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদী আৰু ৰিয়াৰ চার্টাড একাউণ্টটেণ্ট ৰিতেশ শ্বাহকো ৮ ঘণ্টা ধৰি জেৰা কৰে EDয়ে। EDয়ে ৰিয়াক প্ৰশ্ন কৰিছিল- প্ৰশ্ন ১- ৰিয়াৰ পিতৃৰ ঠিকনা আৰু কোম্পানীৰ ঠিকনা একেই নেকি? প্ৰশ্ন ২- সম্পত্তি ক্ৰয় কৰাৰ টকা ক’ৰ পৰা পাইছিল ৰিয়াই? প্ৰশ্ন ৩- কোম্পানীত ৰিয়া আৰু সৌভিকৰ কাম কি? এইসমূহ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল ৰিয়াই। শুকুৰবাৰে ৰিয়াৰ ফোনকলো গ্ৰহণ কৰে EDয়ে। ফোনকলৰ পৰা জনা যায় যে সুশান্তৰ মৃত্যুৰ পাছত মুম্বাই আৰক্ষীৰ ডিচিপি অভিষেক ত্ৰিমুখীৰ সৈতে বাৰে বাৰে ফোনত যোগাযোগ হয় ৰিয়াৰ। মেচেজৰ জৰিয়তেও দুয়োজনৰ মাজত ঘনাই যোগাযোগ হয়। ইয়াৰ পাছতে প্ৰশ্ন উঠিছে ৰিয়া চক্ৰৱর্তীৰ সৈতে মুম্বাই পুলিচৰ কিয় ইমান সঘন যোগাযোগ? শনিবাৰে সুশান্তৰ ফ্লেট মেট সিদ্ধার্থ পৃথানিক জেৰা কৰিব EDয়ে। কাৰণ সিদ্ধার্থ পৃথানি বিগত এবছৰ ধৰি সুশান্তৰ লগত একেলগে ফ্লেটত আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: edriya chakravarthisusant sing rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা
অপৰাধ

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

January 31, 2026
Next Post
ভাৰত সীমান্তত কোনে নির্মাণ কৰিলে হেলিপেড?

ভাৰত সীমান্তত কোনে নির্মাণ কৰিলে হেলিপেড?

ক’ৰোনাৰ পাছত আন এক ৰোগৰ আতংক

ক’ৰোনাৰ পাছত আন এক ৰোগৰ আতংক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.