• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনাৰ পাছত আন এক ৰোগৰ আতংক

ক’ৰোনাৰ পাছত আন এক ৰোগৰ আতংক

6 years ago
স্পেইনৰ বিশ্বজয়ৰ পিছতে কিয় চৰ্চালৈ আহিছে আমেৰিকা-ইজৰাইল-ইৰানৰ যুদ্ধৰ প্ৰসংগ?

স্পেইনৰ বিশ্বজয়ৰ পিছতে কিয় চৰ্চালৈ আহিছে আমেৰিকা-ইজৰাইল-ইৰানৰ যুদ্ধৰ প্ৰসংগ?

2 minutes ago
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

1 hour ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

2 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

3 hours ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

3 hours ago
সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

3 hours ago
চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

4 hours ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

4 hours ago
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

5 hours ago
FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

6 hours ago
আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

7 hours ago
পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ক’ৰোনাৰ পাছত আন এক ৰোগৰ আতংক

৩৪ খন ৰাজ্যৰ শ শ লোক আক্ৰান্ত

editor by editor
August 8, 2020
in ক'ভিড-১৯, বিশ্ব, ভাৰত
0
ক’ৰোনাৰ পাছত আন এক ৰোগৰ আতংক
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্বজুৰি ক’ৰোনা মহামাৰীৰ আতংকৰ পাছত আমেৰিকাত এইবাৰ আন এক ৰোগৰ প্ৰাদুর্ভাৱ ঘটিছে। পিয়াঁজত বেক্টেৰিয়াৰ সৃষ্টি হৈ এই ৰোগৰ প্ৰাদুর্ভাৱ ঘটিছে আমেৰিকাত। ইতিমধ্যে মার্কিন যুক্তৰাষ্ট্ৰৰ প্ৰায় ৩৪খন ৰাজ্যত এই ৰোগৰ প্ৰাদুর্ভাৱ ঘটিছে। ‘থমচন ইণ্টাৰনেচনেল’ সংস্থাৰ পিয়াঁজ খাই প্ৰায় ৪০০ ৰো অধিক আমেৰিকান অসুস্থ হৈ পৰিছে। আমেৰিকাৰ স্বাস্থ্য বিশেষজ্ঞৰ মতে পিয়াঁজৰ চালমনেলা বেক্টেৰিয়াৰ প্ৰভাৱৰ পৰাই এই ৰোগৰ প্ৰাদুর্ভাৱ ঘটিছে। ইতিমধ্যে থমচন ইণ্টাৰনেচনেল’ৰ সৰবৰাহকৃত পিয়াঁজৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে আমেৰিকাই। নাগৰিকক নির্দেশ দিয়া হৈছে সেই কোম্পানীৰ পিয়াঁজ ক্ৰয় নকৰিবৰ বাবে। ১৯ জুনৰ পৰা ১১ জুলাইৰ ভিতৰত আমেৰিকাত এই ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰে। এই বেক্টেৰিয়া সংক্ৰমিত ৰোগীৰ দেহত ডায়েৰিয়া, জ্বৰ, পেটৰ বিষ আদি উপসর্গ দেখা দিয়ে। ৫ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ বয়ষ্ক লোকৰ শৰীৰত এই ৰোগৰ প্ৰাদুর্ভাৱ অধিক। এই ৰোগৰ সংক্ৰমণৰ উৎসৰ সন্ধানত তদন্ত অব্যাহত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্পেইনৰ বিশ্বজয়ৰ পিছতে কিয় চৰ্চালৈ আহিছে আমেৰিকা-ইজৰাইল-ইৰানৰ যুদ্ধৰ প্ৰসংগ?
বিনোদন

স্পেইনৰ বিশ্বজয়ৰ পিছতে কিয় চৰ্চালৈ আহিছে আমেৰিকা-ইজৰাইল-ইৰানৰ যুদ্ধৰ প্ৰসংগ?

July 20, 2026
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ
ভাৰত

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

July 20, 2026
FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!
বিনোদন

FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

July 20, 2026
FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?
বিনোদন

FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

July 20, 2026
Next Post
বন্যাক্ৰান্তক চৰিয়াই গাল ফালি দিয়াৰ লগতে ধৰি বান্ধি নিয়াৰ হুমকি দিলে বিধায়কে

বন্যাক্ৰান্তক চৰিয়াই গাল ফালি দিয়াৰ লগতে ধৰি বান্ধি নিয়াৰ হুমকি দিলে বিধায়কে

মাজুলীবাসীক ফাঁকি মুখ‍্যমন্ত্ৰীৰ

মাজুলীবাসীক ফাঁকি মুখ‍্যমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.