Tag: assam ka tazza khabar

কাইলৈৰ পৰা বিদ্যালয় বন্ধৰ ঘোষণা, হঠাৎ কিয় স্কুল বন্ধ দিছে চৰকাৰে?

কাইলৈৰ পৰা বিদ্যালয় বন্ধৰ ঘোষণা, হঠাৎ কিয় স্কুল বন্ধ দিছে চৰকাৰে?

কাইলৈৰ পৰা বিদ্যালয় বন্ধ ঘোষণাউৎকট গৰমৰ বাবেই বিদ্যালয় বন্ধৰ সিদ্ধান্তঅনাগত কেইবাদিনো গ্ৰীষ্মপ্ৰবাহ থাকিব বুলি সতৰ্কবাণীসতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মেট্ৰ’ ...

UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

বৰ্তমান সময়ত কেছ লেনদেনতকৈ অনলাইন লেনদেনেই সৰ্বাধিক কৰা হয়৷ অনলাইন লেনদেনৰ মাধ্যমেৰেই বজাৰ সমাৰ, ৰে’লৰ টিকট, ফ্লাইটৰ টিকট, ৰেস্তোৰাৰ বিল ...

আকৌ বঢ়োৱা হ’ল আধাৰ আপডেটৰ সময়, কেনেকৈ কৰিব আবেদন? জানক সহজ উপায়

আকৌ বঢ়োৱা হ’ল আধাৰ আপডেটৰ সময়, কেনেকৈ কৰিব আবেদন? জানক সহজ উপায়

বিনামূলীয়া আধাৰ সংশোধনৰ সময়সীমা আৰু এবাৰ বৃদ্ধি কৰিলে ইউনিক আইডেণ্টিফিকেছন অথোৰিটি অৱ ইণ্ডিয়াই৷ ১৪ ছেপ্টেম্বৰ পৰ্যন্ত বিনামূলীয়া আধাৰ আপডেটৰ দিন ...

অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্ব-ইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছোঁঃশংকৰজ্যোতি বৰুৱা

অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্ব-ইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছোঁঃশংকৰজ্যোতি বৰুৱা

বহু বিতৰ্ক, বহু প্ৰশ্ন৷ প্ৰেয়সীৰ সৈতে বাক বিতণ্ডা কৰি চৰ্চালৈ আহিছিল আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা৷ সামাজিক মাধ্যমযোগে শংকৰজ্যোতি বৰুৱাই ...

মা দুৰ্গাৰ এইবাৰ দোলাত আগমন, গমন হাতীত! জানক কি হ’ব পৰিণাম

মা দুৰ্গাৰ এইবাৰ দোলাত আগমন, গমন হাতীত! জানক কি হ’ব পৰিণাম

চাৰিওফালে এক অস্থিৰ সময়৷ তাৰমাজতেই বাজি উঠিছে দেৱী দুৰ্গাৰ আগমনৰ সুৰ৷ আমাৰ সমাজত নাৰী একেবাৰেই নিৰাপদ নহয় বুলি নাৰীয়ে অভিযোগ ...

এতিয়াই জানি থওক! পিতৃপক্ষৰ সময়ত ভুলতো দান নকৰিব এই ৭সামগ্ৰী, পূণ্যৰ সলনি পাপৰ বোজা কঢ়িয়াব আপুনি

এতিয়াই জানি থওক! পিতৃপক্ষৰ সময়ত ভুলতো দান নকৰিব এই ৭সামগ্ৰী, পূণ্যৰ সলনি পাপৰ বোজা কঢ়িয়াব আপুনি

সনাতন ধৰ্মৰ লোকসকলৰ বাবে পিতৃপক্ষৰ বিশেষ তাৎপৰ্য আছে। এই সময়ছোৱাত পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে তৰ্পন, দান আৰু স্নান আদি শুভ ...

শাওনত দান কৰক এই পাঁচ সামগ্ৰী, খুলিব উন্নতিৰ দ্বাৰ, হ’ব ধনবৃদ্ধিও

শাওনত দান কৰক এই পাঁচ সামগ্ৰী, খুলিব উন্নতিৰ দ্বাৰ, হ’ব ধনবৃদ্ধিও

১৮ জুলাইৰ পৰা আৰম্ভ হৈছে শাওন মাহ৷ এই মাহত শিৱৰ পূজাৰ্চনাৰ বিশেষ মাহাত্ম্য আছে৷ শাস্ত্ৰ অনুসৰি শাওন মাহত শিৱৰ পূজা ...

অলিম্পিকত দেশলৈ আহিল আৰু এটা পদক, শ্বুটিঙত পদক জয় কৰি কি ক’লে স্বপ্নীল কুছালে?

অলিম্পিকত দেশলৈ আহিল আৰু এটা পদক, শ্বুটিঙত পদক জয় কৰি কি ক’লে স্বপ্নীল কুছালে?

শ্বুটিং ৰেঞ্জত স্বপ্নীল কুছালে ভাৰতৰ হৈ তৃতীয়টো পদক নিশ্চিত কৰিলে পেৰিছ অলিম্পিকত৷ সাধাৰণ পৰিয়ালৰ পৰা আহি বিশ্বৰ মঞ্চত উজলি উঠিছে ...

আপোনাৰ এলেকাত BSNLৰ নেটৱৰ্ক আছেনে? কেনেকৈ পৰীক্ষা কৰিব? জানক সহজ পদ্ধতি

আপোনাৰ এলেকাত BSNLৰ নেটৱৰ্ক আছেনে? কেনেকৈ পৰীক্ষা কৰিব? জানক সহজ পদ্ধতি

ৰিচাৰ্জৰ দাম বাঢ়ি যোৱাৰ ফলত বহুতেই BSNL লৈ পোৰ্ট কৰাৰ কথা ভাৱিছে৷ ৰাষ্ট্ৰায়ত্ত টেলিকম সংস্থাৰ চিম কাৰ্ড লোৱাৰ বাবে আগবাঢ়ি ...

‘অসমৰ চৰকাৰী হাস্পতালত, অসম চৰকাৰৰ অধীনত কাম নকৰো৷’ এগৰাকী চিকিৎসকে কি লিখিছে সামাজিক মাধ্যমত?

‘অসমৰ চৰকাৰী হাস্পতালত, অসম চৰকাৰৰ অধীনত কাম নকৰো৷’ এগৰাকী চিকিৎসকে কি লিখিছে সামাজিক মাধ্যমত?

চাকৰিৰ প্ৰতি মোহভংগ চৰকাৰি চিকিৎসকৰ! পোহৰলৈ আহিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিস্ফোৰক তথ্য৷ অসমৰ ৪০ গৰাকী চৰকাৰী চিকিৎসকে কৰিলে পদত্যাগ৷ GMCHৰ ...

Page 2 of 224 1 2 3 224

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]