• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ তালিবানী ফতোৱা,  চুলি কটা, দাঢ়ি কটা ইত্যাদি কেইবাটাও বিষয়ত পুৰুষে মানিব লাগিব নিৰ্দেশনা, অন্যথা কাৰাবাসৰ ওপৰিও দিয়া হ’ব এই শাস্তি

আকৌ তালিবানী ফতোৱা, চুলি কটা, দাঢ়ি কটা ইত্যাদি কেইবাটাও বিষয়ত পুৰুষে মানিব লাগিব নিৰ্দেশনা, অন্যথা কাৰাবাসৰ ওপৰিও দিয়া হ’ব এই শাস্তি

10 months ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

21 minutes ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 hour ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

16 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

16 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

17 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

19 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

19 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

20 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

20 hours ago
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

21 hours ago
শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

22 hours ago
বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আকৌ তালিবানী ফতোৱা, চুলি কটা, দাঢ়ি কটা ইত্যাদি কেইবাটাও বিষয়ত পুৰুষে মানিব লাগিব নিৰ্দেশনা, অন্যথা কাৰাবাসৰ ওপৰিও দিয়া হ’ব এই শাস্তি

আকৌ তালিবানী ফতোৱা, ইচ্ছানুসৰি চুলি কটা, দাঢ়ি কটা ইত্যাদি কেইবাটাও বিষয়ত পুৰুষে মানিব লাগিব নিৰ্দেশনা, অন্যথা কাৰাবাসৰ ওপৰিও দিয়া হ’ব এই শাস্তি

editor by editor
April 18, 2025
in জীৱনশৈলী, বিশ্ব
0
আকৌ তালিবানী ফতোৱা,  চুলি কটা, দাঢ়ি কটা ইত্যাদি কেইবাটাও বিষয়ত পুৰুষে মানিব লাগিব নিৰ্দেশনা, অন্যথা কাৰাবাসৰ ওপৰিও দিয়া হ’ব এই শাস্তি
0
SHARES
510
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ তালিবানি ফতোৱা৷ এইবাৰ নজৰত মহিলা নহয় পুৰুষ পৰিছে৷ নিজৰ ইচ্ছামতে এইবাৰ চুলি কাটিব নোৱাৰিব কোনো পুৰুষে৷ চুলিত ষ্টাইল দিবলৈ গ’লেই যাব লাগিব কাৰাগাৰলৈ৷ একেই শাস্তি পাব নাপিতেও৷ কেৱল সেয়াই নহয় আফগানী পুৰুষে তালিবানৰ নিৰ্দেশ মানি দাঢ়ি নাৰাখিলেও লাভ কৰিব একেই শাস্তি৷ ইয়াৰ সৈতে কোনোৱে যদি নামাজত অনুপস্থিত থাকে তেন্তে তেওঁলোকেও লাভ কৰিব শাস্তি৷ ৰাষ্ট্ৰপুঞ্জৰ এটা ৰিপৰ্টক উদ্ধৃতি কৰি এই খবৰ দিছে সংবাদ সংস্থা এপিয়ে৷

আফগানিস্তানৰ দখল লোৱাৰ পাছত এটাৰ পাছত এটা ফতোৱা জাৰি কৰিছে তালিবানে৷ ৰাষ্ট্ৰপুঞ্জৰ নতুন ৰিপৰ্ট অনুসৰি এতিয়া আফগানিস্তান জুৰি মৰেল পুলিছিং আৰম্ভ কৰিছে তালিবানে৷ তেওঁলোকৰ এই নীতি কাৰ্যকৰ হৈছে আৰক্ষী আৰু নাপিতৰ ওপৰতো৷ তালিবানী নিৰ্দে মানি চুলি নাকাটিলে, দাঢ়ি নাৰাখিলে আৰু নামাজ নপঢ়িলে আটক কৰা হ’ব৷ ইতিমধ্যেই বহুজনক আটকো কৰা হৈছে৷

তালিবানৰ এই ফতোৱা আৰু নীতিত আৰক্ষীৰ ভূমিকাক লৈ সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে ক্ষুদ্ৰ ব্যৱসায়ী আৰু বেচৰকাৰী শিক্ষাকেন্দ্ৰ৷ ইয়াৰ সৈতে নানান বিধিনিষেধৰ কাৰণে আফগানিস্তানৰ বাসিন্দাসকলৰ ব্যক্তিগত স্বাধীনতা বুলি কোনো কথাই নাই৷ বিগত বৰ্ষৰ আগষ্ট মাহত তালিবান চৰকাৰ আৰু মন্ত্ৰণালয়ে আফগানিস্তানৰ বাসিন্দাসকলে দৈনন্দিন জীৱনত কি কি মানিব লাগিব বুলি একাধিক নিৰ্দেশ দিয়া হৈছে৷

গণ পৰিবহণ, সংগীত, গাঢ়ি কমোৱা আৰু উৎসৱ উদযাপন কৰাৰ ক্ষেত্ৰতো নিৰ্দেশ দিয়াৰ সৈতে কেইবাখনো আইন জাৰি কৰা হৈছে৷ সকলোতকৈ উল্লেখযোগ্য বিষয়টো এয়াই যে মন্ত্ৰণালয়ে জনাই দিছে জনমানসত মহিলাই মুখ খুলিব নোৱাৰিব৷ অৰ্থাৎ কোনো বিষয়তেই মত ৰাখিব নোৱাৰিব৷ প্ৰকাশ্যে মুখো দেখুৱাব নোৱাৰিব মহিলাই৷

এই বিষয়টোক লৈ পূৰ্বেও তালিবানক সতৰ্ক কৰিছিল ৰাষ্ট্ৰপুঞ্জই৷ ৰাষ্ট্ৰপুঞ্জৰ এগৰাকী অধিকাৰীয়ে জনাইছে যে মহিলাসকলৰ কৰ্মসংস্থান, শিক্ষা আৰু পোছাক বিধিক বিধিনিষেধ যুক্ত কৰি তালিবানে যি আইন আনিছে সেয়া ভৱিষ্যতৰ বাবে খুবেই বেয়া৷ এই ধৰণৰ বিধিনিষেধ জাৰি নকৰাৰ বাবে ৰাষ্ট্ৰপুঞ্জৰ তৰফৰ পৰা জনোৱা হৈছিল তালিবানক৷ এই বিষয়ক লৈ উদ্বেগ প্ৰকাশো কৰা হৈছিল৷ কিন্তু নৈতিকৰা আইন সম্পৰ্কে ৰাষ্ট্ৰপুঞ্জৰ উদ্বেগক কোনো গুৰুত্বই নিদিলে তালিবানে৷

শেহতীয়া সিদ্ধান্তসমূহক লৈ আকৌ মুখ খুলিছে ৰাষ্ট্ৰপুঞ্জই৷ তেওঁলোকে জনাইছে যে, এই আইন আৰম্ভ হোৱাৰ পাছত তালিবানী নিৰ্দেশ মানি চুলি দাঢ়ি নকটাৰ বাবে বহুজনক গ্ৰেপ্তাৰ কৰাটো ন্যায়সংগত নহয়৷ ৰমজানৰ সময়ত নামাজত যোগ দিয়াটো বাধ্যতামূলক কৰা হৈছিল৷ যিসকলে নামাজত যোৱা নাছিল তেওঁলোকক ধৰা হৈছে বুলিও ৰিপৰ্টত উল্লেখ কৰিছে ৰাষ্ট্ৰপুঞ্জই৷ ইয়াৰ প্ৰভাৱ পৰিছে তাৰ অৰ্থসামাজিক পৰিস্থিতিতো৷ বিশ্ব বেংকৰ এক ৰিপৰ্ট অনুসৰি মহিলাসকলৰ শিক্ষা আৰু কামৰ পৰা বঞ্চিত ৰাখিলে প্ৰতি বছৰে ১.৪ বিলিয়ন আৰ্থিক ক্ষতি হ’ব আফগানিস্তানৰ৷

কিন্তু এইসমূহ কথা মানিব খোজা নাই তালিবানে৷ তেওঁলোকৰ নেতা হিবাতু্ল্লা আখুন্দজাদাই জনাই দিছে তাত ইছলামিক আইনেই জাৰি থাকিব৷ সেই আইন মানিয়েই আফগানিস্তান চলিব বুলি জনাই দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?
জীৱনশৈলী

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

February 5, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?
জীৱনশৈলী

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

February 4, 2026
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত
জীৱনশৈলী

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

February 4, 2026
Next Post
নক্ষত্ৰ সলনি কৰিব শনিয়ে, ২৮ এপ্ৰিলৰ পৰা আয় দ্বিগুণ হ’ব এই ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব শনিয়ে, ২৮ এপ্ৰিলৰ পৰা আয় দ্বিগুণ হ’ব এই ৫ৰাশিৰ জাতকৰ

মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

মুখ্যমন্ত্ৰীৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ! এই ভ্ৰমণত কাৰ্বি আংলঙবাসীৰ বাবে কি কি ভালখবৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.