• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তাঞ্জানিয়াত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ১৫৫ জন নিহত, ক্ষতিগ্ৰস্ত ২০ হাজাৰৰো অধিক লোক

তাঞ্জানিয়াত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ১৫৫ জন নিহত, ক্ষতিগ্ৰস্ত ২০ হাজাৰৰো অধিক লোক

2 years ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

21 minutes ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

1 hour ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

1 hour ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

3 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

3 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

4 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

4 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

5 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

6 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

14 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

তাঞ্জানিয়াত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ১৫৫ জন নিহত, ক্ষতিগ্ৰস্ত ২০ হাজাৰৰো অধিক লোক

editor by editor
April 26, 2024
in বিশ্ব
0
তাঞ্জানিয়াত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ১৫৫ জন নিহত, ক্ষতিগ্ৰস্ত ২০ হাজাৰৰো অধিক লোক
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তাঞ্জানিয়াত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ১৫৫ জন নিহত, ক্ষতিগ্ৰস্ত ২০ হাজাৰৰো অধিক লোক

যোৱা কেইসপ্তাহমানৰ পৰা তাঞ্জানিয়াত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ভয়াৱহ বানপানীৰ সৃষ্টি হৈছে। এই পৰ্যন্ত বানপানী আৰু ভূমিস্খলনৰ ফলত ১৫৫ জন লোকে প্ৰাণ হেৰুৱাইছে।

প্ৰচণ্ড বৰষুণৰ বাবে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তাঞ্জানিয়াৰ প্ৰধানমন্ত্ৰী কাছিম মাজালিৱাই ইয়াৰ বাবে এল নিনো জলবায়ুৰ আৰ্হিক দোষাৰোপ কৰিছে। তাঞ্জানিয়াত হোৱা প্ৰবল বৰষুণৰ ফলত পথ, দলং আৰু ৰেলপথৰ ব্যাপক ক্ষতিসাধন হৈছে।

প্ৰধানমন্ত্ৰী মাজালিৱাই কয় যে, “এল নিনোৰ প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহাই দেশৰ বিভিন্ন ঠাইত বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত বহু ক্ষতি হৈছে।” বৰষুণৰ বিধ্বংসী প্ৰভাৱৰ বাবে তেওঁ অস্থায়ী কৃষি পদ্ধতিক জগৰীয়া কৰে। এই অস্থায়ী কৃষি পদ্ধতিসমূহৰ ভিতৰত শস্য কাটি জ্বলোৱা, পশুধন অনিয়ন্ত্ৰিতভাৱে চৰা আৰু বনাঞ্চল ধ্বংস আদি অন্যতম।

তাঞ্জানিয়াৰ প্ৰধানমন্ত্ৰীয়ে কয় যে ধাৰাসাৰ বৰষুণৰ ফলত ৫১ হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলত ২০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বানত আবদ্ধ হৈ থকা লোকসকলক জৰুৰীকালীন সেৱাৰ জৰিয়তে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে।

বৰ্তমানেও কিছু কিছু ঠাইত বৰষুণ অব্যাহত আছে। যাৰ ফলত পৰিস্থিতি এতিয়াও শাম কটা নাই। উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FloodsLandslidestanzaniaTanzania Floods
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য
ভাৰত

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

September 14, 2026
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Next Post
মুক্তিৰ পূৰ্বেই হাজাৰ কোটিৰ ঘৰ অতিক্ৰম কৰিলে! পাৰিশ্ৰমিক বঢ়ালে পুষ্পা-২ৰ অভিনেতা আল্লু অৰ্জুনেও, :ছবিখনৰ বাবে কিমান শ কোটি লৈছে আল্লুৱে?

মুক্তিৰ পূৰ্বেই হাজাৰ কোটিৰ ঘৰ অতিক্ৰম কৰিলে! পাৰিশ্ৰমিক বঢ়ালে পুষ্পা-২ৰ অভিনেতা আল্লু অৰ্জুনেও, :ছবিখনৰ বাবে কিমান শ কোটি লৈছে আল্লুৱে?

৮বছৰীয়া কাজিয়া পাহৰি আৰতিৰ বিয়াত গোবিন্দ, নৱদম্পত্তিক আশীৰ্বাদ দি কি ক’লে গোবিন্দই?

৮বছৰীয়া কাজিয়া পাহৰি আৰতিৰ বিয়াত গোবিন্দ, নৱদম্পত্তিক আশীৰ্বাদ দি কি ক’লে গোবিন্দই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.