• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহানগৰীৰ OYO হোটেলত কিশোৰীক উপৰ্যুপৰি দলৱদ্ধ ধৰ্ষণ পাঁচ যুৱকৰ

মহানগৰীৰ OYO হোটেলত কিশোৰীক উপৰ্যুপৰি দলৱদ্ধ ধৰ্ষণ পাঁচ যুৱকৰ

4 years ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

40 minutes ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

2 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

2 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

3 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

3 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

3 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

3 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

4 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

5 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

7 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

7 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মহানগৰীৰ OYO হোটেলত কিশোৰীক উপৰ্যুপৰি দলৱদ্ধ ধৰ্ষণ পাঁচ যুৱকৰ

editor by editor
March 12, 2022
in অপৰাধ, অসম
0
মহানগৰীৰ OYO হোটেলত কিশোৰীক উপৰ্যুপৰি দলৱদ্ধ ধৰ্ষণ পাঁচ যুৱকৰ
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এক জঘন্য দলৱদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে৷ এগৰাকী ১৫ বছৰীয়া কিশোৰীক পাঁচ যুৱকে দলৱদ্ধভাৱে ধৰ্ষণ কৰি আহিছিল৷

ঘটনাৰ বিৱৰণীৰ মতে গুনৱাহাটী মহানগৰীৰ ঘাঁহিগাঁৱৰ এগৰাকী কিশোৰীক এজন যুৱকে প্ৰেমৰ চালনাৰে ধৰ্ষণ কৰি আহিছিল৷

শেহতীয়াকৈ পোহৰলৈ অহা ঘটনা অনুসৰি যোৱা ১৬ ফেব্ৰুৱাৰিত বিকি আলী নামৰ যুৱকজনে প্ৰলোভনেৰে ঘৰত কোনো নথকা অৱস্থাত প্ৰেমিকা কিশোৰীগৰাকীক নিজৰ ঘৰলৈ লৈ গৈছিল৷ নিজ ঘৰলৈ নি ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰি মোবাইলেৰে ভিডিঅ’ ৰেকৰ্ডিং কৰে৷

লগতে পঢ়ক আসন্ন তৃতীয় বিশ্বযুদ্ধ! ৰাছিয়াক সকীয়ালে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে

ইয়াৰ পিছতে অভিযুক্ত যুৱক বিকি আলীয়ে অন্য চাৰি সতীৰ্থসহ কিশোৰীগৰাকীক ব্লেক মেইলিং কৰিবলৈ আৰম্ভ কৰে৷ প্ৰকাশিত খবৰ অনুসৰি বিকি আলীয়ে চাৰি সতীৰ্থ ক্ৰমে ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলীৰ সৈতে মিলি কিশোৰীগৰাকীক ব্লেক মেইলিং কৰি মহানগৰীৰৰ OYO হোটেললৈ নি দলৱদ্ধভাৱে উপৰ্যুপৰি ধৰ্ষণ কৰে৷

ইমানেই নহয় ব্লেক মেইলিং অব্যাহত ৰাখিবলৈ পাঁচ অভিযুক্তই কিশোৰীগৰাকীক ধৰ্ষণৰ দৃশ্য মোবাইলৰ কেমেৰাত বন্দী কৰে৷ ইয়াৰ পিছতে চাৰি অভিযুক্তই উক্ত ভিডিঅ’টো সামাজিক মাধ্যমতো ভাইৰেল কৰে৷

ঘটনা সন্দৰ্ভত যোৱা ৮ মাৰ্চত অৱগত হোৱাৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ ইতিমধ্যে আৰক্ষীয়ে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিলেও এতিয়ালৈকে এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

লগতে পঢ়ক জু বিডেনৰ প্ৰশাসনত ভাৰতীয় মূলৰ নাৰীৰ দপদপনি অব্যাহত

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি পাঁচ অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলি সাংবাদিকক জানিবলৈ দিছে৷

ইফালে অভিযুক্ত কিশোৰীগৰাকীৰ পৰিয়ালে পাঁচ অভিযুক্তৰ কঠোৰ শাস্তি দাবী উত্থাপন কৰিছে৷ পৰিয়ালৰ মতে কিশোৰীগৰাকী এইবাৰ হাই স্কুল পৰীক্ষাত অৱতীৰ্ণ হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGang RapeGang rape in GuwahatiGuwhatai City PoliceOYO
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

March 25, 2026
Next Post
ৰাজধানীত নহয়, শ্বহীদ ভগৎ সিঙৰ গাঁৱত শপত গ্ৰহণ কৰিব ভগৱন্ত মানৰ পঞ্জাৱ আপ চৰকাৰে

ৰাজধানীত নহয়, শ্বহীদ ভগৎ সিঙৰ গাঁৱত শপত গ্ৰহণ কৰিব ভগৱন্ত মানৰ পঞ্জাৱ আপ চৰকাৰে

‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  

‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা  

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.