• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ২০লাখতেই মাস্কে ভাৰতীয়ক দিব টেছলাৰ বাহন, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা বাৰে বাৰে কিয় কৰিছে টেছলাৰ CEO এলন মাস্কে?

মাত্ৰ ২০লাখতেই মাস্কে ভাৰতীয়ক দিব টেছলাৰ বাহন, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা বাৰে বাৰে কিয় কৰিছে টেছলাৰ CEO এলন মাস্কে?

3 years ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

7 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

7 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

7 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

8 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

8 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

9 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

9 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

9 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

10 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

10 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

11 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

মাত্ৰ ২০লাখতেই মাস্কে ভাৰতীয়ক দিব টেছলাৰ বাহন, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা বাৰে বাৰে কিয় কৰিছে টেছলাৰ CEO এলন মাস্কে?

editor by editor
July 13, 2023
in প্ৰযুক্তি, বাণিজ্য, বিশ্ব, ভাৰত, ৰাজনীতি
0
মাত্ৰ ২০লাখতেই মাস্কে ভাৰতীয়ক দিব টেছলাৰ বাহন, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা বাৰে বাৰে কিয় কৰিছে টেছলাৰ CEO এলন মাস্কে?
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতলৈ অচিৰেই আহি আছে টেছলাৰ বাহন৷ ভাৰতত কেতিয়া খোলা হ’ব টেছলাৰ শ্বৰুম? ইতিমধ্যেই মাৰ্কিন সংস্থাটোৰ চিইঅ’ এলন মাস্কৰ সৈতে বৈঠকত মিলিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এলন মাস্কে মোদীৰ সৈতে হোৱা প্ৰথম সাক্ষাততেই কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ কামকাজত খুবেই আকৃষ্ট৷ মোদীৰ কামকাজ দেখিয়েই তেঁও মোদী ভক্ত হৈ পৰিছে৷ অচিৰেই তেওঁ ভাৰতত টেছলাৰ শ্বৰুম খুলিবলৈকো আগ্ৰহী বুলি প্রধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতেই প্ৰকাশ কৰিছে মাস্কে৷

২০২১ বৰ্ষৰ পৰাই ভাৰতত টেছলাৰ শ্বৰুম খোলাৰ পৰিকল্পনা চলিছে৷ ২০২১ বৰ্ষতেই বাংগালুৰুক এটা কোম্পানীৰ সৈতে কথা পাতিছিল টেছলাৰ বিষয়ববীয়াই৷ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল৷ অৱশ্যে পৰিবহন মন্ত্ৰীৰ আপত্তি এটাতেই আছিল যে টেছলাৰ তৰফৰ পৰা যদি শুল্ক কমোৱাৰ ব্যৱস্থা কৰে তেন্তে ভাৰতত অচিৰেই ব্যৱসায় আৰম্ভ কৰিব পাৰিব টেছলাই৷

২০২১ত সেই পৰিক্ৰমা ৰৈ গ’লেও ভাৰতত প্ৰথমটো বৈদ্যুতিক কাৰখানা খুলিবলৈ অগ্ৰসৰ হৈছে টেছলা৷ কেন্দ্ৰীয় অধিকাৰীসকলৰ সৈতে এই বিষয়টোক আলোচনাতো বহিছে টেছলাৰ চিইঅ৷ সূত্ৰৰ খবৰ অনুসৰি ভাৰতত প্ৰতি বছৰে ৫লাখ গাড়ী উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে টেছলাই৷ ভাৰতীয় গ্ৰাহকৰ কথা ভাৱিয়েই এই বাহনৰ দাম ২৪,৪০০ডলাৰৰ পৰা আৰম্ভ হ’ব বুলি জনাইছে টেছলাৰ মালিক এলন মাস্কে৷ ভাৰতীয় টকাত এই ধনৰ পৰিমাণ হ’ব ২০লাখ টকা৷

বৰ্তমান আন্তৰ্জাতিক বজাৰত টেছলাৰ সকলোতকৈ কমদামী বাহন হৈছে Tesla Model-3, যাৰ দাম হৈছে ৬০ লাখৰ পৰা ৭০লাখ টকা৷ ভাৰতীয় গ্ৰাহকৰ বাবে এই দাম প্ৰায় ৬০ৰ পৰা ৭০ শতাংশ কমাবলৈ সাঁজু হৈছে টেছলাৰ চিইঅ’ এলন মাস্কে৷ বিশেষজ্ঞসকলৰ মতে টেছলাৰ এই পৰিকল্পনাই কেন্দ্ৰীয় চৰকাৰৰ মেক ইন ইণ্ডিয়া অভিযানত যথেষ্ট সহায়ক হৈ উঠিব৷ কেৱল বৈদ্যুতিক বাহনেই নহয়, বাহিৰৰ দেশৰ বাহন ৰপ্তানীৰ বাবে ভাৰতক বেচ হিচাপে ব্যৱহাৰ কৰিব পাৰে এই সংস্থাই৷

টেছলাৰ এই পৰিকল্পনাৰ ফলতেই আগন্তুক দিনত ভাৰতীয় গাড়ীৰ বজাৰখন আৰু সম্প্ৰসাৰিত হ’ব৷ ইয়াৰোপৰি নিবনুৱাসকলৰ বাবেও আহিবপাৰে ভাল খবৰ৷ কিয়নো এই সংস্থাত উলাব কেইবাশ চাকৰিও৷ প্ৰতিযোগিতমূলক বজাৰত আৰু নতুন নতুন কোম্পানীয়ে ভাৰতত শ্বৰুম খোলাৰ পৰিকল্পনা কৰিবলৈ সাহস কৰিব৷ ভাৰতৰ পৰা বিদেশলৈ বাহন ৰপ্তানী হ’লে দেশৰ অৰ্থনীতিৰ বাবেই ই শুভ হৈ পৰিব৷

ভাৰতত গাড়ী উৎপাদন কৰাৰ ওপৰিও ইন্দো-পেছিফিক অঞ্চলত এই গাড়ী ৰপ্তানি কৰিবলৈকো পৰিকল্পনা কৰিছে টেছলাই৷ এই মুহূৰ্তত এছিয়াৰ মাজত চীনতেই সকলোতকৈ ডাঙৰ কাৰখানা নিৰ্মাণ কৰিছে টেছলাই৷ তাতেই উৎপাদিত বাহন বিশ্বৰ একাধিক দেশত ৰপ্তানি দিয়ে চীনে৷ চীনৰ ওপৰত নিৰ্ভৰতা কমাই ভাৰতে পৰবৰ্তী বৈদ্যুতিক গাড়ী উৎপাদন আৰু ৰপ্তানীৰ হাব গঢ়ি তুলিবলৈ পৰিকল্পনা কৰিছে টেছলাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক
জীৱনশৈলী

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

March 30, 2026
Next Post
ভাৰতত বিলাহীৰ দাম আকাশলংঘী! সীমান্ত পাৰ হৈ বিলাহী কিনিবলৈ নেপাল গৈছে ভাৰতীয় নাগৰিক

ভাৰতত বিলাহীৰ দাম আকাশলংঘী! সীমান্ত পাৰ হৈ বিলাহী কিনিবলৈ নেপাল গৈছে ভাৰতীয় নাগৰিক

কাউণ্টডাউন আৰম্ভ! দুপৰীয়া ২.৩৫ মিনিটত চন্দ্ৰলৈ ৰাওনা হ’ব ইছৰোৰ চন্দ্ৰযান-৩

কাউণ্টডাউন আৰম্ভ! দুপৰীয়া ২.৩৫ মিনিটত চন্দ্ৰলৈ ৰাওনা হ’ব ইছৰোৰ চন্দ্ৰযান-৩

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.