• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাকৰি যাব সহস্ৰাধিক টেট শিক্ষকৰ! মাজুলীত শিক্ষকৰ ওপৰত খৰ্গহস্ত হৈ আৰু কি ক’লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?

চাকৰি যাব সহস্ৰাধিক টেট শিক্ষকৰ! মাজুলীত শিক্ষকৰ ওপৰত খৰ্গহস্ত হৈ আৰু কি ক’লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?

3 years ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

35 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 hour ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

2 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

3 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

3 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

21 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

22 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

23 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

24 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চাকৰি যাব সহস্ৰাধিক টেট শিক্ষকৰ! মাজুলীত শিক্ষকৰ ওপৰত খৰ্গহস্ত হৈ আৰু কি ক’লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?

editor by editor
December 4, 2022
in অসম, নিয়োগ, শিক্ষা
0
চাকৰি যাব সহস্ৰাধিক টেট শিক্ষকৰ! মাজুলীত শিক্ষকৰ ওপৰত খৰ্গহস্ত হৈ আৰু কি ক’লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?
0
SHARES
921
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘একাংশ শিক্ষকে চাকৰি নকৰে, একাংশ শিক্ষক স্কুললৈ নাযায়, তেনে শিক্ষকৰ প্ৰৰোচনাত আপোনালোক নপৰিব, মোৰ টাৰ্গেট সেইসকল শিক্ষক, যি নিজৰ দায়িত্ব ভালদৰে পালন কৰা নাই।’ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে মাজুলীত কৰিছে এই মন্তব্য।

ষ্টেট পুল আৰু ঠিকাভিত্তিক শিক্ষকৰ পাৰদৰ্শিতা মূল্যায়ন এপক লৈ অসন্তুষ্ট মাজুলীৰ পাঁচ শতাধিক শিক্ষক। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ খং এইসকল শিক্ষকৰ। কিন্তু মন্ত্ৰী ডা০ পেগুৱে এইসকল শিক্ষকৰ সমস্যা সমাধান কৰাৰ সলনি দিলে ধমকহে। কিয় একাংশ শিক্ষকক ধমক দিলে দিলে শিক্ষামন্ত্ৰীয়ে?

সমগ্ৰ ৰাজ্যত টেট উত্তীৰ্ণ সহস্ৰাধিক শিক্ষকে হেৰুৱাব চাকৰি। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ নিৰ্দেশনা অনুযায়ী আৰম্ভ কৰা ঠিকাভিত্তিক শিক্ষকৰ পাৰদৰ্শিতা এপক লৈ ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ মাজত চাকৰি হেৰুওৱাৰ আশংকা ঘনীভূত হৈছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী ডা০ ৰণোজ পেগুৱে এলানি কাৰ্যসূচী লৈ দেওবাৰে মাজুলীত উপস্থিত হোৱাত গড়মূৰ আৱৰ্ত ভৱনত মন্ত্ৰী ডা০ পেগুক মাজুলীৰ শতাধিক ষ্টেট পুল আৰু ঠিকাভিত্তিক শিক্ষকে সাক্ষাৎ কৰি শিক্ষকৰ পাৰদৰ্শিতা এপ’ৰ ওপৰত মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰে। এই সাক্ষাৎকাৰতেই শিক্ষকসকলৰ ওপৰত খৰ্গহস্ত হৈ মন্ত্ৰী ডা০ পেগুৱে একাংশ শিক্ষকক গালি পৰাত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়। মন্ত্ৰী গৰাকীৰ এনে আচৰণত কেইবাজনো শিক্ষক আৰু শিক্ষত্ৰীয়ে এপৰ বিৰোধিতা কৰি পুনৰ শিক্ষকৰ পাৰদৰ্শিতাৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ বিষয়ত যুক্তি দৰ্শাই।

উল্লেখযোগ্য যে,চৰকাৰৰ নিৰ্দেশনা অনুসৰি শিক্ষকৰ যোগ্যাতাৰ বাবে যি ১৫০ নম্বৰৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব সেই পৰীক্ষাৰ মূল্যায়নত পৰীক্ষা পৰিষদৰ ১০০ নম্বৰৰ বিপৰীতে বিদ্যালয়।প্ৰধানে শিক্ষক সকলক ৫০ নম্বৰৰ প্ৰদান কৰিব পাৰিব।এনেস্থলত বহু বিদ্যালয়ত প্ৰধান শিক্ষকৰ সৈতে বহু শিক্ষকৰ সু-সম্পৰ্ক নথকাৰ বাবে বিদ্যালয় প্ৰধানে তেনে শিক্ষকক সঠিক মূল্য প্ৰদান নকৰিলে বহু শিক্ষকে চাকৰি হেৰুৱাব পাৰে বুলি শিক্ষক সকলে আশংকা প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী
জীৱনশৈলী

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

January 26, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
Next Post
যুৰীয়া জীৱনৰ আশাবোৰ থিতাতেই ভাঙিল! বৰমালা পিন্ধায়েই চিৰনিদ্ৰাত শুই পৰিল কইনা শিৱাংগী…

যুৰীয়া জীৱনৰ আশাবোৰ থিতাতেই ভাঙিল! বৰমালা পিন্ধায়েই চিৰনিদ্ৰাত শুই পৰিল কইনা শিৱাংগী...

মানুহ মাত্ৰে ভুল হয়েই, আজমলক শ্বেৰমানে দিছে ৰক্ষাকৱচ…

মানুহ মাত্ৰে ভুল হয়েই, আজমলক শ্বেৰমানে দিছে ৰক্ষাকৱচ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.