• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

3 weeks ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

29 minutes ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

3 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

3 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

4 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

5 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

5 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

6 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

7 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

8 hours ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

9 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

9 hours ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

স্বামীৰ ব্যতিক্ৰমী সিদ্ধান্ত, কি কয় আৰক্ষীয়ে?

editor by editor
July 4, 2026
in অপৰাধ, বিবিধ, ভাৰত
0
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত সংঘটিত এক ব্যতিক্ৰমী ঘটনাই সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত ২৫ জুনত সামাজিক ৰীতি-নীতি অনুসৰি এগৰাকী যুৱক আৰু মেৰঠৰ এগৰাকী যুৱতীৰ বিবাহ সম্পন্ন হয়। কিন্তু বিবাহৰ প্ৰথম নিশাই কইনাই এনেকুৱা কথা প্ৰকাশ কৰিলে যিয়ে দৰা আৰু তেওঁৰ পৰিয়ালক স্তম্ভিত কৰি তোলে। জানিব পৰা মতে, বিৱাহৰ নিশা দৰাই কোঠালৈ যোৱাৰ লগে লগে নৱবিবাহিত পত্নীয়ে তেওঁক স্পৰ্শ নকৰিবলৈ কয় আৰু কয় যে নববিবাহিত পত্নীৰ হৃদয়ত অন্য এজনেহে স্থান লাভ কৰিছে আৰু তেওঁৰ শৰীৰৰ ওপৰতো তেওঁৰ প্ৰেমিকৰহে অধিকাৰ আছে। কেৱল সেয়াই নহয়, যদি দৰাই তেওঁক স্পৰ্শ কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁ হ*ত্যাও কৰাব পাৰে বুলি ভাবুকি দিয়ে। এই অস্বাভাৱিক পৰিস্থিতিত দৰাজন আতংকিত হৈ পৰে আৰু তৎক্ষণাত কইনাৰ পিতৃগৃহলৈ ফোন কৰি সমগ্ৰ বিষয়টো অৱগত কৰে। কিন্তু যুৱতীৰ পৰিয়ালে বিষয়টোক বিশেষ গুৰুত্ব নিদি কেৱল তেওঁলোকৰ জীয়েকক ঘৰলৈ ঘূৰাই অনিবলৈ কয়। দৰাৰ পৰিয়ালে এই পৰিস্থিতিত কইনক অকলে পঠিয়াবলৈ অনিচ্ছা প্ৰকাশ কৰে।

দৰাৰ ব্যতিক্ৰমী সিদ্ধান্ত

অৱশেষত, বিবাহৰ মাত্ৰ তিনিদিন পিছতে দৰাই এক ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ নিজেই নৱবিবাহিত পত্নীৰ প্ৰেমিকক হাপুৰলৈ মাতি আনে আৰু পত্নীক সন্মান সহকাৰে প্ৰেমিকৰ হাতত গতাই দিয়ে। এই সিদ্ধান্তই সামাজিকভাৱে ব্যাপক আলোচনা আৰু চৰ্চাৰ সৃষ্টি কৰিছে। ইয়াৰ পিছত ভৱিষ্যতে কোনো ধৰণৰ আইনী জটিলতা বা মিছা অভিযোগৰ সন্মুখীন নহ’বলৈ দৰা আৰু তেওঁৰ পিতৃয়ে হাপুৰ মহিলা থানাত উপস্থিত হৈ লিখিত অভিযোগ দাখিল কৰে। তেওঁলোকে আৰক্ষীক জনায় যে যুৱতীগৰাকী নিজৰ ইচ্ছামতে প্ৰেমিকৰ সৈতে গুচি গৈছে, সেয়েহে ভৱিষ্যতে তেওঁলোক বা তেওঁলোকৰ পৰিয়ালৰ বিৰুদ্ধে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা আইনী ব্যৱস্থা গ্ৰহণ নহ’ব লাগে।

ঘটনা সন্দৰ্ভত কি কয় আৰক্ষীয়ে?

হাপুৰ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণা ৰায়ে জনোৱা মতে, যুৱতীগৰাকীৰ আন এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। কিন্তু পৰিয়ালৰ ইচ্ছাত তেওঁৰ মতামতৰ বিপৰীতে এই বিবাহ সম্পন্ন কৰা হৈছিল। পিছত দুয়োপক্ষৰ আলোচনা আৰু পাৰস্পৰিক সন্মতিৰ ভিত্তিত বিষয়টোৰ শান্তিপূৰ্ণ সমাধান কৰা হয়। বৰ্তমান যুৱতীগৰাকী নিজৰ প্ৰেমিকৰ সৈতে আছে আৰু ঘটনাটো লৈ আৰক্ষীয়েও প্ৰয়োজনীয় নথি-পত্ৰ সংৰক্ষণ কৰিছে। এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে বিবাহৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তত সংশ্লিষ্ট দুয়োপক্ষৰ পূৰ্ণ সন্মতি আৰু ইচ্ছাক সৰ্বাধিক গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। অন্যথা এনে অনাকাংক্ষিত আৰু জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে, যাৰ প্ৰভাৱ কেৱল দম্পতীয়েই নহয়, দুয়োটা পৰিয়ালৰ ওপৰতো পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24marriage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!
বাণিজ্য

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

July 24, 2026
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?
ভাৰত

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

July 24, 2026
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?
ভাৰত

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

July 24, 2026
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?
জীৱনশৈলী

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

July 24, 2026
Next Post
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.