• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শান্তিৰে পাৰ হ’ল যোৱা নিশা, ভাৰত-পাক সীমান্তত নাই কোনো গুলি-বাৰুদৰ শব্দ

শান্তিৰে পাৰ হ’ল যোৱা নিশা, ভাৰত-পাক সীমান্তত নাই কোনো গুলি-বাৰুদৰ শব্দ

1 year ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

5 minutes ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

23 minutes ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

54 minutes ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

1 hour ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

1 hour ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

2 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

2 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

3 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

4 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

4 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শান্তিৰে পাৰ হ’ল যোৱা নিশা, ভাৰত-পাক সীমান্তত নাই কোনো গুলি-বাৰুদৰ শব্দ

editor by editor
May 12, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
শান্তিৰে পাৰ হ’ল যোৱা নিশা, ভাৰত-পাক সীমান্তত নাই কোনো গুলি-বাৰুদৰ শব্দ
0
SHARES
783
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শান্তিৰে পাৰ হ’ল যোৱা নিশা, ভাৰত-পাক সীমান্তত নাই কোনো গুলি-বাৰুদৰ শব্দ

যোৱা নিশা জম্মু-কাশ্মীৰ আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অন্যান্য অঞ্চল যথেষ্ট শান্তিপূৰ্ণ ভাৱে পাৰ হ’ল। কোনো গুলি-বাৰুদ তথা মিছাইল তথা তেনে ঘটনা সংঘটিত হোৱাৰ খবৰ নাই। শেহতীয়াকৈ এইটোৱেই প্ৰথম নিস্তব্ধ নিশা দুয়ো দেশৰ সীমান্ত।

এই তথ্য সদৰি কৰিছে ভাৰতীয় সেনাৰ ফালৰ পৰা। অৰ্থাৎ যোৱা নিশা পাকিস্তানৰ পৰা কোনো ধৰণৰ আক্ৰমণৰ খবৰ পোৱা নাই।
উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল আৰু আজি ভাৰত আৰু পাকিস্তানৰ ডিজিএমঅ’ (সামৰিক অভিযানৰ সঞ্চালক প্ৰধান)ৰ মাজতো আলোচনা হোৱাৰ কথা।

ভাৰতীয় সেনাই কয়, ‘জম্মু-কাশ্মীৰ আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অন্যান্য অঞ্চলত নিশাটো বহুলাংশে শান্তিপূৰ্ণ হৈ থাকে। কোনো ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা নাই; যোৱা কিছুদিনত এইটোৱেই প্ৰথম নিস্তব্ধ নিশা।”

উল্লেখ্য যে, কালিৰ সংবাদ মেলত ভাৰতীয় সেনাই স্পষ্ট কৰি দিছিল যে, এই যুদ্ধ বিৰতিত যদি নিয়ম উলংঘা কৰি পাকিস্তানে গুলি কৰে, তেন্তে ভাৰতৰ পৰা অধিক ভয়াবহ ভাৱে এই আক্ৰমণৰ উত্তৰ দিয়া হব।

উল্লেখযোগ্য যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাই চৰম সীমাত উপনীত হৈছিল। অৱশ্যে এতিয়া দুয়োখন দেশৰ মাজত শান্তি প্ৰতিষ্ঠা হ’ব বুলি আশা কৰা হৈছে। আজি ১২ মে’ তাৰিখে দিনৰ ১২বজাত দুয়োখন দেশৰ ডি জি এম অ’ৰ মাজত আলোচনা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Pak BorderIndia Pak warOperation SindoorPahalgam Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল
বিনোদন

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

June 6, 2026
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি
বিনোদন

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

June 6, 2026
Next Post
চলন্ত বাহনত কিশোৰীৰ সৈতে দলবদ্ধ…, বান্ধৱীক দলিয়ালে পথলৈ, নিহত

চলন্ত বাহনত কিশোৰীৰ সৈতে দলবদ্ধ..., বান্ধৱীক দলিয়ালে পথলৈ, নিহত

জেঠৰ আৰম্ভণি ৩ ৰাশিৰ বাবে অতিকে শুভ, উদয় হ’ব ভাগ্য

জেঠৰ আৰম্ভণি ৩ ৰাশিৰ বাবে অতিকে শুভ, উদয় হ'ব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.