• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ৰাশিৰ জাতক মা দুৰ্গাৰ সকলোতকৈ প্ৰিয়, দেৱীৰ আশীৰ্বাদ সমগ্ৰ জীৱনেই থাকে এওঁলোকৰ ওপৰত

এই ৫ৰাশিৰ জাতক মা দুৰ্গাৰ সকলোতকৈ প্ৰিয়, দেৱীৰ আশীৰ্বাদ সমগ্ৰ জীৱনেই থাকে এওঁলোকৰ ওপৰত

2 years ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

10 minutes ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

57 minutes ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

1 hour ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

3 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

3 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

5 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

5 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

6 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ৰাশিৰ জাতক মা দুৰ্গাৰ সকলোতকৈ প্ৰিয়, দেৱীৰ আশীৰ্বাদ সমগ্ৰ জীৱনেই থাকে এওঁলোকৰ ওপৰত

এই ৫ৰাশিৰ জাতক মা দুৰ্গাৰ সকলোতকৈ প্ৰিয়, দেৱীৰ আশীৰ্বাদ সমগ্ৰ জীৱনেই থাকে এওঁলোকৰ ওপৰত

editor by editor
October 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এই ৫ৰাশিৰ জাতক মা দুৰ্গাৰ সকলোতকৈ প্ৰিয়, দেৱীৰ আশীৰ্বাদ সমগ্ৰ জীৱনেই থাকে এওঁলোকৰ ওপৰত
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি আহিনৰ শুক্লা প্ৰতিপদ৷ আজিৰপৰাই আৰম্ভ হৈছে দেৱীপক্ষ৷ শাৰদীয় নৱৰাত্ৰীৰ আজি প্ৰথম দিন৷ ষষ্ঠীত দেৱীৰ বোধন কৰি পুজা আৰম্ভ কৰিলে দেৱীপক্ষৰ প্ৰথম দিনৰ পৰা আৰম্ভ কৰি ৯দিন ধৰি দেৱীৰ ৯ৰূপৰ আৰাধনা কৰা হয়৷ এই সময় যি কোনো শুভ কামৰ বাবে উপযুক্ত বুলি ধাৰণা কৰা হয়৷

শাস্ত্ৰ অনুসৰি এই ৯দিন শুভ মুহূৰ্ত বিচাৰ নকৰাকৈয়ে সকলো শুভ কৰা কৰিব পাৰে৷ মনত ভক্তি লৈ দেৱীৰ পূজা কৰিলে সকলো বাধা বিপত্তি দুখ, কষ্ট দূৰ হয় আৰু মনৰ সকলো ইচ্ছা পূৰণ হয় বুলি প্ৰচলিত বিশ্বাস৷ জানি থওক কোন ৫ৰাশিৰ জাতক দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়৷ জ্যোতিষ অনুসৰি এই ৫ৰশিৰ জাতকৰ ওপৰত দেৱীৰ আশীৰ্বাদ থাকে সকলো সময়তে৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়৷ এওঁলোকে সকলো সময়তে সকলো কামতে দেৱীৰ আশীৰ্বাদ পায়৷ আপুনি যদি মেষ ৰাশিৰ জাতক হয় তেন্তে শক্তিৰূপিনী দেৱীয়ে তেওঁৰ শুভ দৃষ্টি আপোনাৰ ওপৰত ৰাখে৷ দেৱীৰ আশীৰ্বাদত কেৱল দুৰ্গাপূজাৰ সময়তেই নহয় সমগ্ৰ বছৰজুৰি থাকে মেষ ৰাশিৰ ওপৰত৷ এওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধি বৰ্তি থাকে সকলো সময়তে৷ সন্তানৰ ভাগ্যও সাধাৰণতে খুব ভাল হয় মেষ ৰাশিৰ জাতকৰ৷

মিথুন ৰাশি

আপুনি যদি মিথুন ৰাশিৰ জাতক হয় তেন্তে শক্তিৰূপিনী দেৱী দুৰ্গা আপোনাৰ ওপৰত অত্যন্ত প্ৰীত৷ দেৱীৰ প্ৰিয় ৰাশিৰ জাতকৰ ভিতৰত অন্যতম মিথুন৷ দুৰ্গাপূজাৰ মাজত বিশেষভাৱে সৌভাগ্যৰ দ্বাৰ উন্মুক্ত হয় মিথুন ৰাশিৰ জাতকৰ৷ মিথুন ৰাশিৰ জাতক কঠোৰ পৰিশ্ৰমী আৰু দুৰ্গাৰ কৃপাত এওঁলোকে পৰিশ্ৰমৰ ফল লাভ কৰে৷ দুৰ্গাপূজা চলি থকাৰ সময়ত মিথুন ৰাশিৰ জাতকৰ ৰৈ থকা সকলো কাম সম্পূৰ্ণ হয়৷ দেৱীৰ কৃপাত আৰ্থিক অৱস্থাৰ উন্নতিৰ যোগ থাকে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ মাজত শক্তি আৰু ক্ষমতা অন্যতকৈ বহু বেছি৷ সিংহৰ জাতকৰ এই শক্তি আৰু দৃঢ়তাৰ কাৰণে তেওঁলোক দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়৷ আপুনি সিংহ ৰাশিৰ জাতক হ’লে দেৱী দুৰ্গাৰ আশীৰ্বাদত সকলো সময়তে আপুনি ভাগ্যৰ সংগ পাই থাকে৷ মা দুৰ্গাৰ কৃপাত সিংহ ৰাশিৰ ভাগ্য নিজৰ হাততেই থাকে৷ আৰ্থিক সমস্যা উন্নত থাকিব৷

বৃশ্চিক ৰাশি

দেৱী দুৰ্গাৰ প্ৰিয় ৰাশিসমূহৰ তালিকাত আছে বৃশ্চিকো৷ দেৱীৰ কৃপাদৃষ্টি এওঁলোকৰ ওপৰত সকলো সময়তে থাকে৷ দুৰ্গাপূজা চলি থকাৰ সময়ত ভালধৰণে ভক্তিভাৱে দুৰ্গাৰ পুজা কৰিলে আৰু ভাল ফল পাব৷ মা দুৰ্গাই এওঁলোকৰ জীৱনত সুখ আৰু শান্তিৰে ভৰায় দিয়ে৷ আপুনি বৃশ্চিক ৰাশিৰ জাতক হ’লে দেৱী দুৰ্গাৰ আশীৰ্বাদত আৰ্থিক লাভ হোৱাৰ যোগ আছে৷ ঋণৰ পৰা মুক্তি পাব৷

কুম্ভ ৰাশি

আপুনি কুম্ভ ৰাশিৰ জাতক হ’লে আনন্দৰ দিন পাৰ কৰিব পূজাৰ সময়খিনি৷ কুম্ভৰ জাতক দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়৷ এওঁলোকে মা দুৰ্গাৰ আশীৰ্বাদ সকলো সময়তে পায়৷ দুৰ্গাপূজাৰ আগে পিছে কোনো ভাল খবৰ পাব পাৰে৷ দেৱীৰ কৃপাত জীৱনত পেছাগত সংকটে খুব এটা বৃহৎ আকাৰ ধাৰণ কৰিব নোৱাৰে৷ দেৱীৰ আৰাধনা কৰিলে খুব সহজেই ফল পাব এওঁলোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
জীৱনশৈলী

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

April 14, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
Next Post
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিনক EDৰ তলব

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজহাৰউদ্দিনক EDৰ তলব

থমকি যাওক সময়… দীৰ্ঘবিৰতিৰ অন্তত নিজ কন্যাক লগ পাই মহম্মদ ছামীৰ আবেগিক প’ষ্ট

থমকি যাওক সময়... দীৰ্ঘবিৰতিৰ অন্তত নিজ কন্যাক লগ পাই মহম্মদ ছামীৰ আবেগিক প’ষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.