• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

1 year ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

31 minutes ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

54 minutes ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

1 hour ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

13 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

14 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

15 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

15 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

16 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

16 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

17 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

18 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

editor by editor
September 27, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনা অনুসৰি প্ৰত্যেক ৰাশিৰ জাতকৰ নিজস্ব কিছু বৈশিষ্ট্য থাকে৷ বিভিন্ন ৰাশিৰ জাতকৰ জন্মছকত বিভিন্ন যোগ লক্ষ্য কৰা যায়৷ এই যোগসমূহ চায়েই ব্যক্তিজনে ভৱিষ্যতে কিমান উন্নতি কৰিব পাৰিব সেয়া বুজিব পাৰি৷ বৈদিক জ্যোতিষে জনোৱা অনুসৰি ৰাশিচক্ৰৰ ভিতৰত ৫ৰাশিৰ জাতক সকলোতকৈ ভাগ্যবান৷ বয়স ৩০ পাৰ হ’লেই ভাগ্যোন্নতি হয় এই ৫ৰাশিৰ জাতকৰ৷ এই সময়ত তেওঁলোকে প্ৰচুৰ খ্যাতি আৰু ধন অৰ্জন কৰিব পাৰে৷

৩০ পাৰ হ’লে কোন কোন ৰাশিৰ ভাগ্যোদয় হয়?

৩০ বছৰৰ পাছত কোটিপতি হোৱাৰ পথ মসৃণ হয় ৫ৰাশিৰ জাতকৰ৷ এই ৫ৰাশিৰ ভিতৰত কোনকেইটা ৰাশি আছে সকলোৱেই জানিবলৈ আগ্ৰহী হৈ থাকে৷

মেষ ৰাশি

আৰ্থিক সৌভাগ্য লগত লৈয়েই জন্ম হয় মেষ ৰাশিৰ জাতক৷ বয়স ৩০ অতিক্ৰম কৰিলে ভাগ্যই এওঁলোকক ৰাজভোগ দিয়ে৷ এই সময়ত তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰেও বহু সম্পদ গঢ়ে৷ প্ৰচুৰ ধনলাভৰ যোগ থাকে এওঁলোকৰ৷

বৃষ ৰাশি

অৰ্থ উপাৰ্জনৰ বাবে গতি লাভ কৰে এই ৰাশিৰ জাতকেও৷ এই ৰাশিত শুক্ৰৰ শুভদৃষ্টি থাকে৷ প্ৰচুৰ ক্ষমতাৰ অধিকাৰী হয় এওঁলোক৷ বয়স ৩০ অতিক্ৰম কৰাৰ পাছত এওঁলোকৰ প্ৰতিভা আৰু দক্ষতা দুগুণে ফুটি উঠে৷ এওঁলোকে ৩০ বছৰ বয়সৰ পাছত বহু ধনৰ গৰাকী হোৱাটো সাধাৰণ কথা হৈ পৰে৷

কৰ্কট ৰাশি

৩০ বছৰৰ পাছত ভাগ্যৰ পূৰ্ণ সমৰ্থন লাভ কৰে কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ত প্ৰচুৰ অৰ্থ আয় কৰে তেওঁলোকে৷ ৩০ বছৰ বয়সৰ পাছত যি কামতেই হাত দিয়ে তাতেই সফলতা পায় কৰ্কট ৰাশিৰ জাতকে৷

সিংহ ৰাশি

কঠোৰ পৰিশ্ৰমৰ বলত সাফল্য পায় সিংহ ৰাশিৰ জাতকে৷ ৩০ বছৰৰ পাছত এওঁলোকৰ ওপৰত ভাগ্যলক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰে সিংহ ৰাশিৰ জাতকে৷ সকলো কামেই তেওঁলোকে সফলভাৱে কৰিব পাৰে৷ বেংক বেলেন্সো বিপুল হাৰত বাঢ়িবলৈ ধৰে৷

বৃশ্চিক ৰাশি

৩০ বছৰৰ পাছত কোটিপতি হোৱাৰ যোগ থাকে বৃশ্চিক ৰাশিৰ জাতকৰো৷ এই ৰাশিৰ জাতকৰ ইচ্ছাশক্তি প্ৰৱল আৰু মানসিকভাৱেও তেওঁলোক বহুপৰিমানে শক্তিশালী৷ এওঁলোকে সকলো সময়তে বৃহৎ কিছু কাম কৰাৰ মানসেৰেই কাম কৰে৷ ৩০ বছৰৰ পাছত ভাগ্যই লগ দিয়ে বৃশ্চিকৰ জাতকক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of AssamDAILY ASTROLOGYdaily horoscopedaily horoscope for today in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

March 21, 2026
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ
জীৱনশৈলী

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

March 21, 2026
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ
ভাৰত

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

March 21, 2026
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
Next Post
পত্নীৰ বিকিনি পিন্ধাৰ মন, স্বামীয়ে কিনি পেলালে এটা দ্বীপেই

পত্নীৰ বিকিনি পিন্ধাৰ মন, স্বামীয়ে কিনি পেলালে এটা দ্বীপেই

কোনোবা যদি অষ্টম শ্ৰেণী উত্তীৰ্ণ কোনোবা আকৌ দশম শ্ৰেণীতেই ফেইল, কাপুৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ শিক্ষিত কোন?

কোনোবা যদি অষ্টম শ্ৰেণী উত্তীৰ্ণ কোনোবা আকৌ দশম শ্ৰেণীতেই ফেইল, কাপুৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ শিক্ষিত কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.