• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা বৃক্ক বিফল হোৱাৰ সম্ভাৱনা

আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা বৃক্ক বিফল হোৱাৰ সম্ভাৱনা

1 year ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

3 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

3 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

4 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

4 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

5 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

7 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

7 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

8 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

8 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা বৃক্ক বিফল হোৱাৰ সম্ভাৱনা

editor by editor
April 10, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা বৃক্ক বিফল হোৱাৰ সম্ভাৱনা
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা বৃক্ক বিফল হোৱাৰ সম্ভাৱনা

বেয়া জীৱনশৈলীয়ে আমাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। জানি বা অজানিতে মানুহৰ কিছুমান অভ্যাস বৃক্কৰ শত্ৰু হৈ পৰে। যাৰ বাবে বৃক্ক বিফল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়ে বৃক্কৰ যত্ন লোৱা প্ৰয়োজন।

বৃক্কৰ কাম হ’ল তেজত থকা আৱৰ্জনা, অতিৰিক্ত তৰল পদাৰ্থ আৰু ইলেক্ট্ৰ’লাইট, যেনে ছডিয়াম আৰু পটাছিয়াম, ফিল্টাৰ কৰি উলিয়াই, যাতে আমাৰ সামগ্ৰিক স্বাস্থ্য ভাল হৈ থাকে। যদি বৃক্ক সুস্থ হয় তেন্তে শৰীৰত ৰক্তচাপ, ৰক্তকণিকা উৎপাদন আৰু কেলচিয়ামৰ ভাৰসাম্য বজাই থাকে। কিন্তু বৃক্ক তথা কিডনীৰ ক্ষতি হোৱাৰ লগে লগে শৰীৰত বিষাক্ত পদাৰ্থ দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতা দেখা দিয়ে। যি শৰীৰৰ বাবে মাৰাত্মক।

সেয়ে সহজে আমাৰ কিছুমান অভ্যাস সলনি কৰিয়ে বৃক্কৰ যত্ন লব পাৰি।

বিষনাশক দৰব- যদি চিন্তা নকৰাকৈ বিষনাশক ঔষধ বা পেইন কিলাৰ খায় তেন্তে আজিয়েই এই অভ্যাস সলনি কৰক। বিষনাশক ঔষধে বৃক্কত বেয়া প্ৰভাৱ পেলায়।

পানী কমকৈ খোৱা- বৃক্কই শৰীৰৰ তেজ ফিল্টাৰ কৰে। যাৰ বাবে পৰ্যাপ্ত পানীৰ প্ৰয়োজন হয়। যিসকল লোকে পানী কমকৈ খায়, তেওঁলোকৰ বৃক্কৰ সমস্যা হয়। বিশেষকৈ গৰমৰ দিনত সমস্যাৰ সন্মুখীন অধিক হ’ব পাৰে। ইয়াৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।

মদ্যপান- যদি আপুনি বেছিকৈ মাদক দ্ৰব্য সেৱন কৰে তেন্তে ই বৃক্ক আৰু যকৃতৰ বাবে বিপজ্জনক। বেছিকৈ মদ্যপান কৰিলে ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে বৃক্কৰ ক্ষতি হ’ব পাৰে।

ধূমপান- ধূমপান স্বাস্থ্যৰ বাবে বিপদজনক। ইয়াৰ ফলত কেৱল কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি হোৱাই নহয় হৃদৰোগৰো সৃষ্টি হয়। ধূমপান কৰিলেও বৃক্কক প্ৰত্যক্ষভাৱে বহু দিশত ক্ষতি কৰিব পাৰি। চিগাৰেটৰ ধোঁৱাত কেডমিয়ামৰ দৰে বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে যিয়ে বৃক্কৰ ক্ষতি কৰিব পাৰে।

অতিৰিক্ত ওজন- মেদবহুলতা শৰীৰৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰিছে। যাৰ বাবে বৃক্কতো প্ৰভাৱ পৰে। সুস্থ শৰীৰৰ ভৰ সূচকাংক (BMI) ১৮.৫ৰ পৰা ২৪.৯ৰ ভিতৰত। যদি আপোনাৰ ইয়াতকৈ বেছি আছে তেন্তে আপুনি মেদবহুলতাৰ শ্ৰেণীত পৰে। বিশেষকৈ কঁকালত অতিৰিক্ত চৰ্বি থকাটো আপোনাৰ বৃক্ক, যকৃত, ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ বাবে বিপদজনক।

অস্বাস্থ্যকৰ খাদ্য – প্ৰচুৰ পৰিমাণে সংৰক্ষক পদাৰ্থ থকা খাদ্য, যিবোৰ বস্তুত চৰ্বি, চেনি, কৃত্ৰিম ৰং আৰু সোৱাদ আৰু ৰাসায়নিক পদাৰ্থ যোগ কৰা হয় যাতে নষ্ট নহয়। এইবোৰ শৰীৰৰ বাবে ক্ষতিকাৰক।

বেয়া টোপনি- যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেন্তে ই আপোনাৰ বৃক্কতো প্ৰভাৱ পেলায়। টোপনিৰ গুণগত মান আৰু সময় বৃক্কৰ ৰোগ হ’ব পাৰে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে বেয়া টোপনিৰ ফলত দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে প্ৰতিদিনে ৭-৮ ঘণ্টা টোপনি যোৱা নিশ্চিত কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: healthhealth tipskidney
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

September 17, 2026
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!
বাণিজ্য

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

September 17, 2026
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত
জীৱনশৈলী

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

September 17, 2026
Next Post
ডাকঘৰৰ অতিকে লাভজনক আঁচনি, অৱসৰৰ পিছত প্ৰতিমাহে পাব ২০ হাজাৰ টকা

ডাকঘৰৰ অতিকে লাভজনক আঁচনি, অৱসৰৰ পিছত প্ৰতিমাহে পাব ২০ হাজাৰ টকা

কুম্ভ ৰাশিত ট্ৰেন্সজিটৰ বাবে ২৩ এপ্ৰিলৰ পূৰ্বে চন্দ্ৰই ৩ ৰাশিৰ ওপৰত কৰিব সুখৰ বৰষুণ

কুম্ভ ৰাশিত ট্ৰেন্সজিটৰ বাবে ২৩ এপ্ৰিলৰ পূৰ্বে চন্দ্ৰই ৩ ৰাশিৰ ওপৰত কৰিব সুখৰ বৰষুণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.