• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

1 year ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

5 minutes ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

1 hour ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

2 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

3 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

5 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

14 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

14 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

15 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

15 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

16 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

editor by editor
July 8, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?
0
SHARES
150
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধুনিক ডিজিটেল যুগত কামৰ মাজত সহজে মনসংযোগত ব্যাঘাত ঘটাটো প্ৰত্যেকৰে প্ৰধান সমস্যা হৈ পৰিছে৷ যাৰ বাবে আমাৰ বেছিভাগ সময়তেই মনসংযোগত বাঘ্যাত ঘটে৷ যাৰ বাবে আমি বহুতেই বহু সময়ত মুড ছুইং কিংবা শাৰীৰিক ক্লান্তিক দায়ী কৰি থাকো৷ কিন্তু জানেনে কেনেকৈ মেজাজ কিংবা শৰীৰ নহয়, আপোনাৰ মস্তিষ্কও ক্লান্ত হ’ব পাৰে৷ সেয়ে ঘনে ঘনে মনসংযোগত ব্যাঘাত ঘটে আৰু সহজ কামো শেষ কৰিবলৈ সময় লাগে৷ এই সকলো ইংগিতে ক’ব পাৰে যে আপোনাৰ মনত এনাৰ্জিৰ প্ৰয়োজন৷ কোন কোন লক্ষণে দেখা দিলে বুজিব যে আপুনি মানসিকভাৱে ক্লান্ত?

  • কোনো কাম কৰাৰ সময়ত কি আপোনাৰ মনোযোগ বিভ্ৰান্ত হৈছে নেকি? ফোনৰ নটিফিকেছন, সৰু সৰু শব্দই চিন্তাৰ মনোযোগ নষ্ট কৰি দিয়ে৷ তেতিয়াই বুজিব যে আপোনাৰ মস্তিষ্ক ক্লান্ত হৈ পৰিছে৷ মনক বিশ্ৰামৰ দৰকাৰ৷
  • ক্ৰমশ কামৰ প্ৰতি আগ্ৰহ বা উৎসাহ কমি গলে সতৰ্ক হওক৷ অৰ্থাৎ পূৰ্বে যিসমূহ কাম কৰিবলৈ ভাল লাগে সেয়াও বিৰক্তিকৰ বা ক্লান্তিকৰ যেন লাগিলে বুজিব যে আপোনাৰ মস্তিষ্কই ক্লান্ত হোৱাৰ ইংগিত দিছে৷
  • পৰ্যাপ্ত টোপনিৰ পাছতো দিনজুৰি ক্লান্ত লাগে নেকি? টোপনি টোপনি ভাৱ আহে৷ ইয়াৰ আঁৰতো কিন্তু মস্তিষ্কৰ ক্লান্তি থাকিব পাৰে৷
  • মস্তিষ্কই ঠিকমতে কাম নকৰিলে সৰু সৰু সিদ্ধান্ত লোৱাত সমস্যা হয়৷ কি খাব, কি পিন্ধিব, কাৰ সৈতে কথা পাতিব এইসমূহ সাধাৰণ সিদ্ধান্ত লোৱাত সমস্যা হ’ব পাৰে৷
  • নিজক অকলশৰীয়া, আৱদ্ধ ধাৰণা হোৱাটোও মানসিক ক্লান্তিৰ লক্ষণ৷ এই ক্ষেত্ৰত কোনো বিষয়ত উৎসাহ, এনাৰ্জি পোৱা নাযায়৷

এই ধৰণৰ সমস্যাত ভূগিলে কিছুদিন কাম কৰাৰ বিৰত থাকি, প্ৰকৃতিৰ মাজলৈ যোৱা, মেডিটেছন, যোগ ব্যায়াম বা কাউন্সেলিঙে আপোনাৰ নতুন উদ্যম উভতাই আনিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে
জীৱনশৈলী

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

September 30, 2026
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ
জীৱনশৈলী

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

September 30, 2026
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

September 30, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
Next Post
এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.