• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?

Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

4 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

5 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

6 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

8 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

9 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

9 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?

editor by editor
September 3, 2022
in বাণিজ্য, ভাৰত
0
Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছুইগি ইনষ্টামাৰ্টৰ জৰিয়তে দেশৰ প্ৰধান প্ৰধান চহৰসমূহত কণ্ডম অৰ্ডাৰ কৰাৰ প্ৰৱণতা ক্ৰমশঃ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে এই সম্পৰ্কীয় এক সমীক্ষাত দেশৰ প্ৰধান প্ৰধান চহৰসমূহত ছুইগি ইনষ্টামাৰ্টৰ জৰিয়তে কণ্ডম অৰ্ডাৰ কৰাৰ তথ্য প্ৰকাশ পাইছে৷

ফুড ডেলিভাৰী প্লেটফৰ্মৰ মতে, ছুইগি ইনষ্টামাৰ্টৰ জৰিয়তে অনলাইন কণ্ডম অৰ্ডাৰ দিয়াৰ ক্ষেত্ৰত মেট্ৰ’ চহৰৰ তালিকাত মুম্বাই দেশৰ ভিতৰতে শীৰ্ষত আছে।

ছুইগিয়ে প্ৰকাশ কৰা মতে, মুম্বাইৰ গ্ৰাহকে বিগত ১২ মাহত ছুইগি ইনষ্টামাৰ্টত পূৰ্বৰ বৰ্ষতকৈ ৫৭০ গুণৰো অধিক কণ্ডম অৰ্ডাৰ কৰিছে।

লগতে পঢ়ক DSPৰ নিযুক্তি পত্ৰসহ ৫০ লাখ টকা প্ৰদান মুখ্যমন্ত্ৰীৰ, স্বৰ্ণকন্যা নয়মমণি শইকীয়ালৈ অভিনন্দন

ইফালে সংবাদ সংস্থা আইএএনএছৰ প্ৰতিবেদন অনুসৰি যোৱা দুবছৰত অনলাইন অৰ্ডাৰৰ চাহিদা বৃদ্ধি পোৱা আন এটা সামগ্ৰী হৈছে কণী৷ সংবাদ সংস্থাটোৰ মতে যোৱা দুটা বছৰত প্ৰায় ৫ কোটি কণী অৰ্ডাৰ পোৱা গৈছে। প্ৰতিবেদন অনুসৰি বিগত এটা বছৰত বেংগালুৰু, দিল্লী আৰু মুম্বাইয়ে গড়ে ৬০ লাখকৈ কণীৰ অৰ্ডাৰ দিছিল।

ব্ৰেকফাষ্টৰ সময়ত বেংগালুৰু আৰু হায়দৰাবাদৰ গ্ৰাহকে সৰ্বাধিক কণীৰ অৰ্ডাৰ দিয়া বুলি কোৱা হৈছে। আনহাতে, এপটোত আন এটা ব্ৰেকফাষ্ট ষ্টেপল— গাখীৰৰো চাহিদা বৃদ্ধি পাইছে৷ যোৱা দুটা বছৰত গাখীৰ ৩ কোটি অৰ্ডাৰ দিয়া হৈছিল৷ এই ক্ষেত্ৰতো বাংগালুৰু আৰু মুম্বাইয়ে শীৰ্ষ স্থানত আছে।

বেংগালুৰুৱেও সৰ্বাধিক দুগ্ধজাত বিকল্প যেনে সৰিয়হ আৰু ওট মিল্ক অৰ্ডাৰ দিছিল। আমোদজনক কথাটো হ’ল, বেংগালুৰু, মুম্বাই আৰু দিল্লীত ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত ভাৰতীয় ব্ৰেকফাষ্ট ক্লাছিক প’হা আৰু উপমাৰ ৰেডি টু ইট সংস্কৰণ জনপ্ৰিয় হোৱা বুলি কোৱা হৈছে।

লগতে পঢ়ক সোণৰ সংসাৰ কৰিবলৈ প্ৰেমিকৰ সৈতে পলাইছিল প্ৰেমিকা, প্ৰেমিকাক ছুৰিকাঘাত কৰি ধন সোণ লৈ পলাল প্ৰেমিক

যোৱা এটা বছৰত বাথৰুম ক্লিনাৰ, স্ক্ৰাব পেড, ড্ৰেইন ক্লিনাৰ আদিৰো অনলাইন চাহিদা বৃদ্ধি পাইছে৷

দ্ৰুত বাণিজ্যিক সেৱা ইনষ্টামাৰ্টে যোৱা এটা বছৰত কণ্ডমসহ কণী, চেনিটেৰী নেপকিন আৰু টেম্পন আদিৰ অনলাইন অৰ্ডাৰৰ ১৬ গুণৰো অধিক বৃদ্ধি পাইছে। বেংগালুৰু, মুম্বাই, হায়দৰাবাদ, দিল্লী আৰু চেন্নাইৰ গ্ৰাহকসকল হৈছে এই এপটোৰ সৰ্বাধিক ব্যৱহাৰকাৰী।

আনহাতে Swiggy Instamartত অনলাইন অৰ্ডাৰ অনুসৰি জনপ্ৰিয় সামগ্ৰীৰ তালিকাৰ শীৰ্ষত আছে ক্ৰমে কণ্ডম, কণী চেনিটেৰী নেপকিন আৰু টেম্পন আদি৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamcondommilkSwiggySwiggy Instamart
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
৭ পুত্ৰই গোচৰ তৰিলে আৰক্ষীক, পঞ্চম বিবাহ মণ্ডপৰ পৰাই গ্ৰেপ্তাৰ ৫৫ বছৰীয়া দৰাক!

৭ পুত্ৰই গোচৰ তৰিলে আৰক্ষীক, পঞ্চম বিবাহ মণ্ডপৰ পৰাই গ্ৰেপ্তাৰ ৫৫ বছৰীয়া দৰাক!

প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক…

প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.