• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ নীল ষষ্ঠীত থাকিব সৌভাগ্য় যোগ, সংক্ৰান্তিৰ পূৰ্বে সৌভাগ্য উপচি পৰিব ৫ৰাশিৰ জাতকৰ

কাইলৈ নীল ষষ্ঠীত থাকিব সৌভাগ্য় যোগ, সংক্ৰান্তিৰ পূৰ্বে সৌভাগ্য উপচি পৰিব ৫ৰাশিৰ জাতকৰ

2 years ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

30 minutes ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

58 minutes ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

2 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

3 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

4 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

4 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

5 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

5 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

7 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

8 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

8 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ নীল ষষ্ঠীত থাকিব সৌভাগ্য় যোগ, সংক্ৰান্তিৰ পূৰ্বে সৌভাগ্য উপচি পৰিব ৫ৰাশিৰ জাতকৰ

editor by editor
April 11, 2024
in জীৱনশৈলী, ভাৰত
0
কাইলৈ নীল ষষ্ঠীত থাকিব সৌভাগ্য় যোগ, সংক্ৰান্তিৰ পূৰ্বে সৌভাগ্য উপচি পৰিব ৫ৰাশিৰ জাতকৰ
0
SHARES
12.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১২ এপ্ৰিল ২০২৪ শুকুৰবাৰে চন্দ্ৰই বৃষ ৰাশিত দিনজুৰি বিৰাজ কৰিব। পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি। ইয়াৰোপৰি কাইলৈ পালিত হ’ব নীল ষষ্ঠী। সন্তানৰ মঙ্গল কামনা কৰি এই দিনটোত উপবাসে থাকে বহুতে। ইয়াৰোপৰি কাইলৈ পালিত হ’ব চ’ত নৱৰাত্ৰিৰ চতুৰ্থী। কাইলৈ পূজা কৰা হ’ব দেৱী কুশ্মাণ্ডাৰ।

কেইবাটাও শুভ যোগৰ সৃষ্টি হ’ব। এই শুভ যোগসমূহ হ’ল সৌভাগ্য যোগ, শোভন যোগ আৰু ৰবি যোগ। ইয়াৰ ফলত কাইলৈ শুকুৰবাৰে থাকিব ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন। ইয়াৰ সৈতে চ’ত নৱৰাত্ৰি চলি থকাৰ সময়ত দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ।

জ্য়োতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। শুকুৰবাৰে জ্য়োতিষ গণনা অনুসৰি সৌভাগ্য লাভ হ’ব ৫ৰাশিৰ জাতকৰ।

মিথুন ৰাশি

জ্য়োতিষ গণনা অনুসৰি শুকুৰবাৰে ভাগ্য়ৰ বিপুল সমৰ্থন পাব মিথুন ৰাশিৰ জাতকে। নিজৰ নিজৰ পেছাত সাফল্য লাভৰ সম্ভাৱনা আছে মিথুন ৰাশিৰ জাতকৰ। কোনো বিশেষ মানুহৰ সৈতে কাইলৈ পৰিচিত হ’ব আপুনি। এই আলাপ আপোনাৰ বাবে ভৱিষ্যতে মঙ্গলময় হ’ব। কাইলৈ মোটা টকা লাভ কৰিব পাৰে। সাংসৰিক সকলো দায়িত্ব ভাল ভাৱেই পালন কৰিব মিথুন ৰাশিৰ জাতকে।

তুলা ৰাশি

শত্ৰুৱে বিপদত পেলোৱাৰ পৰিকল্পনা কৰি থাকিলে বিফল হ’ব। জীৱনত সুখ শান্তি থাকিব। কাইলৈ শহুৰৰ ঘৰৰ দিশৰ পৰা আৰ্থিকভাৱে লাভৱান হোৱাৰ যোগ আছে। কাইলৈ মা দূৰ্গাৰ কৃপাত খ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব তুলা ৰাশিৰ জাতকৰ। বুদ্ধি খটুৱাই সিদ্ধান্ত ল’লে লাভৱান হ’ব।

ধনু ৰাশি

কাইলৈ সৌভাগ্য যোগত দাম্পত্য় জীৱনত প্ৰেম আৰু সুখৰ নতুন পথ খুলিব ধনু ৰাশিৰ জাতকৰ চৰকাৰী চাকৰিৰ সৈয়ে যুক্তসকল লাভৱান হ’ব। নিজস্ব কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব ধনু ৰাশিৰ জাতকে। সংগীৰ প্ৰতি আপোনাৰ বিশ্বাস আৰু ভৰসা বাঢ়িব। পিতৃৰ স্বাস্থ্যক লৈ আপুনি কিছু চিন্তিত থাকিব।

মকৰ ৰাশি

কাইলৈ শুকুৰবাৰে আপুনি যি কামতেই হাত নিদিয়ক কিয় লক্ষ্মীৰ আশীৰ্বাদত সাফল্য় লাভ কৰিব। কাইলৈ সন্ধিয়া পৰিয়ালৰ সদস্যসকলৰ পৰা চাৰপ্ৰাইজ উপহাৰ পাব পাৰে। সমাজত সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব মকৰ ৰাশিৰ জাতকে। সামাজিক কামতো আপোনাৰ উদ্যোগত প্ৰশংসা পাব।

মীন ৰাশি

​১২ এপ্রিল ২০২৪ শোভন যোগত অফিচত উন্নতি কৰাৰ যোগ আছে মীন ৰাশিৰ জাতকৰ। বহু দিন ধৰি বেংক লোনৰ বাবে চেষ্টা কৰিলে কাইলৈ সফল হ’ব। অপ্ৰয়োজনীয় খৰচ এৰাই চলিবলৈ চেষ্টা কৰক। যোগ প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। সন্ধিয়া ভাল সময় কটাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ
নিয়োগ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

September 2, 2026
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ
জীৱনশৈলী

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

September 2, 2026
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো
বিনোদন

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

September 2, 2026
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
Next Post
দৈনিক ৰাশিফল – এই কেইটা ৰাশিৰ লোকৰ ওপৰত মা লক্ষ্মীৰ কৃপা, কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক

দৈনিক ৰাশিফল - এই কেইটা ৰাশিৰ লোকৰ ওপৰত মা লক্ষ্মীৰ কৃপা, কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক

সাংসদ হ’বলৈ গৈ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ঘাতকৰ পুত্ৰ

সাংসদ হ'বলৈ গৈ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ঘাতকৰ পুত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.