• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

10 months ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

60 minutes ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

1 hour ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

3 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

4 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

5 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

6 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

24 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

editor by editor
May 16, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

None

0
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ একাধিক বিমানবন্দৰৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা তুৰস্কৰ বিমানবন্দৰ ব্যৱস্থাপনা সংস্থা চেলেবি এভিয়েছনৰ লাইচেঞ্চ বাতিল কৰিলে ভাৰতে৷ ভাৰত আৰু পাক সামৰিক সংঘাতত ইছলামাবাদৰ কাষত থিয় হৈছিল তুৰস্ক৷ পাকিস্তানক ভাৰত আক্ৰমণ কৰিবলৈ ড্ৰোণ দি সহায় কৰিছিল তুৰস্কই৷ আনকি পাকিস্তানলৈ সেনাও পঠিয়াইছিল তুৰস্কই৷ ইয়াৰপাছতেই প্ৰশ্ন উঠিছিল যে, বিশ্বাসঘাতক তুৰস্কৰ সংস্থাত হাতত ভাৰতৰ বিমানবন্দৰৰ দায়িত্ব থকাটো মুঠেও নিৰাপদ নহয়৷ শেষপৰ্যন্ত সেয়ে তুৰস্কৰ সংস্থাৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ গ্ৰহণ কৰিছে নতুন দিল্লীয়ে৷

প্ৰিমিয়াম এয়াৰপৰ্ট লাউঞ্জত চাৰ্ভিছ দিয়ে তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনে৷ ভাৰতসহ বিদেশৰ বহু বিমানবন্দৰত এই দায়িত্ব গ্ৰহণ কৰি আহিছে তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনে৷ ভাৰতত দুটা পৃথক নামেৰে( ছেলেবি এয়াৰপৰ্ট চাৰ্ভিছ ইণ্ডিয়া আৰু ছেলেবি দিল্লী কাৰ্গো টাৰ্মিনেল মেনেজমেণ্ট ইণ্ডিয়া) গ্ৰাউণ্ডত অপাৰেছনৰ কাম কৰে এই সংস্থাকেইটাই৷

ভাৰতৰ ৯টা বিমানবন্দৰত আছে এই সংস্থাৰ গ্ৰাউণ্ড অপাৰেছন কৰ্মী৷ সেই বিশেষ বিমানবন্দৰ কেইটা হৈছে, দিল্লী, বাংগালুৰু, হায়দৰাবাদ, চেন্নাই, আহমেদাবাদ, গোৱা, কোচিন আৰু কুন্নুৰ বিমান বন্দৰত গ্ৰাউণ্ড অপাৰেছনৰ কাম কৰে ছেলেবিয়ে৷ ভাৰতত সংস্থাটোৰ কৰ্মী বৰ্তমান ৭৫০০ তকৈয়ো বেছি৷

পহেলগাম আক্ৰমণৰ পাছতেই পাক বন্ধু তুৰস্কৰ ভূমিকা ভাৰতৰ জাতীয় নিৰাপত্তাৰ বাবে শংকাৰ কাৰণ৷ ফলত তুৰস্কৰ সংস্থাক দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত কাম কৰিবলৈ দিয়াটো যুক্তিগ্ৰাহ্য আৰু জাতীয় নিৰাপত্তাৰ বাবে সঠিক নহয় বুলি বিভিন্নজনে কৈছিল৷ বেছিভাগেই কৈছিল যে ইয়াৰ ফলত জাতীয় সুৰক্ষা বিঘ্নিত হব পাৰে৷ তাৰপাছতেই ছেলেবি এভিয়েছনক বাতিলৰ সিদ্ধান্ত লয় কেন্দ্ৰই৷

উল্লেখ কৰা প্ৰয়োজন যে জে এন ইউ আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে তুৰস্কৰ সৈতে থকা চুক্তি বাতিল কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
Next Post
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন