• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টুইংকলে আকৌ অভিনয় কৰিব চিনেমাত। স্বামী অক্ষয় কুমাৰে মানিবনে এই সিদ্ধান্ত?

টুইংকলে আকৌ অভিনয় কৰিব চিনেমাত। স্বামী অক্ষয় কুমাৰে মানিবনে এই সিদ্ধান্ত?

4 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

5 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

6 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

7 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

8 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

8 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

9 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

10 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

10 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

11 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

11 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

12 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

টুইংকলে আকৌ অভিনয় কৰিব চিনেমাত। স্বামী অক্ষয় কুমাৰে মানিবনে এই সিদ্ধান্ত?

১১ বছৰৰ অন্তত টুনংকল খান্নাৰ U-TURN

editor by editor
April 27, 2022
in চিনেমা, বিনোদন, ভাৰত
0
টুইংকলে আকৌ অভিনয় কৰিব চিনেমাত। স্বামী অক্ষয় কুমাৰে মানিবনে এই সিদ্ধান্ত?
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এসময়ৰ বলীউডৰ চিৰপৰিচিত এটা চিনাকী নাম৷ নাম অভিনেত্ৰী টুইংকল খান্না৷ প্ৰায় এটা দশকৰ পূৰ্বে বলীউড ছবি দৰ্শকৰ বুকুত শিহৰণ তুলিব পৰা টুইংকল খান্নাক লৈ অনুৰাগীৰ মাজত চৰ্চাৰ অন্ত নাই৷ এটা দশকৰ পূৰ্বে ইখনৰ পাছত সিখন হিট চিনেমাৰ অন্তৰালত নায়িকা হিচাপে টুইংকল খান্নাৰ অৱদান অনস্বীকাৰ্য৷ কিন্তু ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ সৈতে বিবাহ হোৱাৰ পাছতে হঠাৎ ছবিজগতৰ পৰা আঁতৰি থাকি ব্যস্ত হৈ পৰিল অন্য এখন জগতত৷

দুটা সন্তানৰ মাতৃ হোৱাৰ উপৰিও এগৰাকী ছুপাৰষ্টাৰৰ পত্নী হিচাপে দৈনন্দিন পাৰিবাৰিক কামৰ মাজতে আবদ্ধ হৈ থকা টুইংকল খান্নাই বিবাহৰ কেইটাবছৰৰ পিছতেই আত্মপ্ৰকাশ কৰিছিল এগৰাকী লেখিকা হিচাপে৷ অভিনেত্ৰী হিচাপে যেনেদৰে অনুৰাগীৰ মাজত টুইংকল খান্না জনপ্ৰিয় আছিল তেনেদৰে লেখিকা হিচাপেও নিৰ্দিষ্টসংখ্যক পঢ়ুৱৈ সমাজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল৷

কিন্তু, বলীউড ছবি অনুৰাগীসকলৰ বাবে এই সময়ৰ এটা আশাব্যঞ্জক সুখবৰ৷ কিয়নো, সুদীৰ্ঘ এটা দশকৰ পাছত পুনৰ ৰূপালী পৰ্দাত দেখা যাব এসময়ৰ মোহময়ী অভিনেত্ৰী টুইংকল৷ অৱশ্যে টুইংকল খান্নাৰ বিপৰীতে অভিনয় কৰিব লগা নায়কক লৈ চৰ্চাৰ অন্ত নাই অনুৰাগীৰ মাজত৷ উল্লেখ্য যে লেখিকা হিচাপে আত্মপ্ৰকাশ কৰা টুইংকল খান্না নিজেই লিখা গল্পৰ আধাৰত এই ছবিখন নিৰ্মাণ হ’ব৷

ইতিমধ্যে বিভিন্ন আলোচনীত প্ৰকাশ পোৱা টুইংকল খান্নাই লিখা গল্পটোৰ নাম আছিল— ‘দ্য লিজেণ্ড অৱ লক্ষ্মীপ্ৰসাদ’৷ আৰু এই গল্পৰ মূল কাহিনীৰ আধাৰতে বলীউডত নিৰ্মাণ হ’ব এখন বিশেষ ছবি৷ টুইংকল খান্নাই অভিনয় কৰিব লগা এই চলচ্চিত্ৰখন পৰিচালনা কৰিব সোনল ডাব্ৰালে৷ এইখিনিতে আপোনাৰ অজ্ঞাতে আমি আৰু এটা তথ্য জনায় থও যে— ইয়াৰ পূৰ্বে স্বামী তথা ছুপাৰষ্টাৰ অক্ষয় কুমাৰ অভিনীত ‘পেডমেন’ চিনেমাখনৰ কাহিনীৰ ৰচকো আছিল পত্নী টুইংকল খান্না৷

আৰু সুদীৰ্ঘ প্ৰায় এটা দশকতকৈও অধিক কালৰ অন্তত পুনৰ ৰূপালী পৰ্দালৈ টুইংকল খান্না উভতি অহাৰ এই খবৰে সততে অনুৰাগীসকলৰ মাজত তুলিছে আনন্দৰ জোৱাৰ।

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akshay kumarasom live 24assam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actressBollywood Moviebollywood newsbollywood startwinkle khanna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
Next Post
কোনে উদ্ধাৰ কৰিব ডুবন্ত কংগ্ৰেছক? অন্তিম পাশুপাত অস্ত্ৰ প্ৰশান্ত কিশোৰেও ক’লে- NO

কোনে উদ্ধাৰ কৰিব ডুবন্ত কংগ্ৰেছক? অন্তিম পাশুপাত অস্ত্ৰ প্ৰশান্ত কিশোৰেও ক’লে- NO

‘টুইটাৰৰ ভৱিষ্যৎ অন্ধকাৰ’। CEO পৰাগ আগৰৱালক ইলন মাস্কে পৰিশোধ কৰিব লাগিব ৩২১ কোটি টকা!

‘টুইটাৰৰ ভৱিষ্যৎ অন্ধকাৰ’। CEO পৰাগ আগৰৱালক ইলন মাস্কে পৰিশোধ কৰিব লাগিব ৩২১ কোটি টকা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.