• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ দিয়া হ’ব, বাজেটত ডাঙৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ দিয়া হ’ব, বাজেটত ডাঙৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

2 years ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

32 minutes ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

2 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

3 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

4 hours ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

6 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

15 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

15 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

16 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

17 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

18 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ দিয়া হ’ব, বাজেটত ডাঙৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

editor by editor
February 1, 2024
in বাণিজ্য, ভাৰত
0
বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ দিয়া হ’ব, বাজেটত ডাঙৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
0
SHARES
290
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১ ফেব্ৰুৱাৰীত সংসদত অন্তবৰ্তীকালীন বাজেট উত্থাপন কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। বাজেট দাখিলৰ সময়তেই নিৰ্মলা সীতাৰমণে তুলি ধৰিলে বিগত ১০বছৰত দেশত হোৱা উন্নতিৰ খতিয়ান। সম্প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সূৰ্যোদয় যোজনৰ ঘোষণা কৰিছে। নিৰ্মলা সীতাৰমণৰ বাজেটত এইবাৰ বিশেষভাৱে স্থান লাভ কৰিছে বিদ্যুতেও। সকলোৰে ছাদে ছাদে ছলাৰ চিষ্টেম লগাই দিয়াৰ ওপৰিও এককোটি পৰিয়ালক প্ৰতি মাহে ৩০০ ইউনিট বিদ্যুত বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

বিশেষকৈ ছলাৰ ৰুফটফ স্কিমে একোটা পৰিয়ালৰ ১৫০০০-১৮০০০টকা ৰাহি কৰিব বুলিও দাবী কৰিছে নিৰ্মলা সীতাৰমণে। ইয়াৰ পূৰ্বে ২২ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ১কোটি লোকৰ ঘৰৰ ছাদত সৌৰ পেনেল বহুৱাই দিব বুলি ঘোষণা কৰিছিল। বাজেটত প্রধানমন্ত্ৰীৰ এই ঘোষণাতেই ছিলমোহৰ মৰা হ’ল। প্রধানমন্ত্ৰীয়ে বৈঠকত জনাইছে যে, সৌৰশক্তি প্ৰতিখন ঘৰৰ ছাদত লাগিলে বিদ্যুতৰ বিল কমিব।

প্রধানমন্ত্ৰী সূৰ্যোদয় যোজনাৰ লক্ষ্য হৈছে ছাদত ছলাৰ বহুৱাই নিম্ন আয়ৰ ব্যক্তিসকলৰ ঘৰলৈ বিদ্যুৎ সৰবৰাহ কৰা। ইয়াৰ সৈতে অতিৰিক্ত বিদ্যুৎ উৎপাদনৰ বাবে অতিৰিক্ত আয়ৰ সুযোগ প্ৰদান কৰা। সাধাৰণ মানুহক সৌৰশক্তি গ্ৰহণেৰে উৎসাহিত কৰিবলৈ কেন্দ্ৰৰ মাধ্যমেৰে প্ৰচাৰ চলোৱাৰো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই। এই বছৰৰ বাজেট প্ৰকৃততে অন্তবৰ্তীকালীন বাজেট। এই বাজেটৰ উদ্দেশ্য হৈছে নতুন চৰকাৰ গঠন হোৱা পৰ্যন্ত যাতে চৰকাৰী কামৰ খৰচত বাধা নাহে সেই অনুসৰি ধন খৰচ কৰা। এই বৰ্ষৰ পূৰ্ণাংগ বাজেট জুলাই-আগষ্টত দাঙি ধৰিব বুলিও একাংশ অৰ্থনীতিবিদে উল্লেখ কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!
ভাৰত

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

June 24, 2026
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী
জীৱনশৈলী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

June 23, 2026
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?
অপৰাধ

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

June 23, 2026
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক
বিবিধ

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

June 23, 2026
Next Post
সংগী মেষ ৰাশিৰ জাতক? প্ৰেম কৰাৰ পূৰ্বে তেওঁৰ চৰিত্ৰৰ এই দিশসমূহ জানি থওক

সংগী মেষ ৰাশিৰ জাতক? প্ৰেম কৰাৰ পূৰ্বে তেওঁৰ চৰিত্ৰৰ এই দিশসমূহ জানি থওক

ফেব্ৰুৱাৰীৰ প্রথম ১৫দিনত লটাৰী পোৱাৰ যোগ ৩ ৰাশিৰ, অন্য ৰাশিৰ জাতকৰ ভাগ্যত কি আছে?

ফেব্ৰুৱাৰীৰ প্রথম ১৫দিনত লটাৰী পোৱাৰ যোগ ৩ ৰাশিৰ, অন্য ৰাশিৰ জাতকৰ ভাগ্যত কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.