• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

1 year ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

30 minutes ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

1 hour ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

2 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

3 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

4 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

5 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

5 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

6 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

6 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

7 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

9 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

editor by editor
October 18, 2024
in জীৱনশৈলী
0
ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলীৰ দুদিন পূৰ্বেই পালিত হ’ব ধনতেৰছ বা ধন ত্ৰয়োদশী। কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰছ পালন কৰা হয়। এই বছৰ ধনতেৰছ ২৯ অক্টোবৰত পালন কৰা হ’ব। প্ৰচলিত বিশ্বাস অনুসৰি এই দিনটোত বজাৰ কৰিলে মা লক্ষ্মীৰ কৃপা আপুনি লাভ কৰিব। ধনতেৰছত আপুনি যি ক্ৰয় কৰিব তৰ ১৩ গুণ আপোনাৰ সম্পদ বৃদ্ধি পাব। পুৰাণ অনুসৰি সমুদ্ৰ মন্থনৰ ফলত এই দিনটোতেই সমূদ্ৰৰ গৰ্ভৰ পৰা আবিৰ্ভাৱ হৈছিল মা লক্ষ্মীৰ। সমগ্ৰ বিশ্বৰ ধনভাণ্ডাৰৰ সৈতে লক্ষ্মী দেৱী এই দিনটোতেই আবিৰ্ভাৱ হৈছিল। তেতিয়াৰে পৰাই এইদিনটোক ধনতেৰছ বুলি কোৱা হয়। প্ৰচলিত বিশ্বাস অনুসৰি এই দিনটোত সোন, ৰূপ, তাম আৰু পিতলেৰে তৈয়াৰ কৰা সামগ্ৰী ক্ৰয় কৰাটো শুভ। ধনতেৰছত লৈ আৰু এটি পুৰাণ কথাও প্ৰচলিত হৈ আছে। এই কাহিনী অনুসৰি সকলো মানুহৰেই জীৱনত প্ৰতি ১২ বছৰৰ অন্তত বহুকেইটা সালসলনি আহে। জানি থওক ধনতেৰছ পালনৰ সঠিক কথা।

ধনতেৰছক লৈ পুৰাণত থকা কাহিনী

এবাৰ শ্ৰীবিষ্ণু মৰ্ত্যলোকলৈ অৰ্থাৎ পৃথিৱীৰ ফালে আহিছিল। সেই সময়ত দেৱী লক্ষ্মীয়ে তেওঁক এটা বিশেষ অনুৰোধ কৰিছিল। বিষ্ণুয়ে লক্ষ্মীক কয় যে, তেওঁৰ কথা শুনি চলিলেহে বিষ্ণুৱে তেওঁক দেখা দিব। বিষ্ণুৰ সকলো কথা মানি চলিব বুলি কথা দিয়ে লক্ষ্মীয়ে। পৃথিৱীত উপস্থিত হৈ এক স্থানত ৰৈ শ্ৰী বিষ্ণুৱে লক্ষ্মীক কয়, ‘মই ঘূৰি অহা পৰ্যন্ত তুমি এই স্থানতেই অপেক্ষা কৰিবা।’ এইবুলি কৈয়েই তেওঁ দক্ষিণৰ ফালে গমন কৰে। দক্ষিণ দিশত কি আছে? ক’লৈ গৈছে বিষ্ণু, সেই বিষয়টোক লৈ তেওঁ কৌতুহল সামৰিব নোৱাৰিলে। বিষয়টোক জানিবলৈ মা লক্ষ্মীৰ মন উদগ্ৰীৱ হৈ পৰিল।

নিজৰ কৌতুহল দমন কৰিব নোৱাৰি প্ৰতিশ্ৰুতি পাহৰি পেলাই লক্ষ্মীয়ে। কিছুদূৰ যোৱাৰ পাছতেই তেওঁ এটা স্থানত থমকি ৰয়। সুন্দৰ এখন ফুলৰ বাগিছাই তেওঁক মুগ্ধ কৰে। লক্ষ্মীয়ে এই স্থানত ৰৈ থাকোতেই বিষ্ণু ওভতি আহে। উভতি আহিয়েই তেওঁ লক্ষ্মীক সেই স্থানত দেখা পায়। বিষ্ণুৰ কথা অমান্য কৰাৰ বাবে লক্ষ্মীক তেওঁ অভিশাপ দিয়ে যে যিগৰাকী কৃষকৰ সূৰ্যফুলৰ খেতিত তেওঁ প্ৰৱেশ কৰিছে এই খেতিয়কৰ ঘৰত তেওঁ ১২ বছৰ থাকিব লাগিব। স্বৰ্গলৈ ১২ বছৰলৈ তেওঁ আৰু যাব নোৱাৰিব। এইবুলি কৈয়েই বিষ্ণুৱে ক্ষীৰ সাগৰত প্ৰস্থান কৰে আৰু লক্ষ্মীয়েও সেই কৃষকৰ ঘৰলৈ যাব লগাত পৰে।

লক্ষ্মীয়ে তেওঁৰ ঘৰত অৱস্থান কৰাত কৃষকৰ ঘৰ সম্পদ আৰু সম্পত্তিৰে ভৰি পৰে। ১২ বছৰ পাছত লক্ষ্মীক ওভটাই নিবলৈ বিষ্ণু নিজেই আছে। কৃষকে কিন্তু তেওঁক কোনো কাৰণতেই যাব দিব নিবিচাৰিলে। তেতিয়াই মা লক্ষ্মীয়ে সেইগৰাকী কৃষকক কয় যে প্ৰতি বছৰে ধনতেৰছৰ দিনা ঘৰ পৰিষ্কাৰ পৰি ঘিউৰ প্ৰদীপ জ্বলাই আৰাধনা কৰিব। ইয়াৰোপৰি তামৰ পাত্ৰত কিছুপৰিমানে ধন ৰাখি থব। তেওঁ নহালৈকে ঘৰত এইদৰে প্ৰদীপ জ্বলাই ৰাখিব। ইয়াৰপাছতেই প্ৰতি ১২ বছৰ পাছত মা লক্ষ্মীয়ে মৰ্ত্যৰ কোনো কোনো ব্যক্তিৰ গৃহলৈ আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

March 22, 2026
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

March 22, 2026
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!
জীৱনশৈলী

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

March 22, 2026
Next Post
তুলা ৰাশিত সূৰ্যৰ প্ৰৱেশ, আগন্তুক ৩০ দিন ৩ৰাশিয়ে ৰজাৰ দৰে দিন কটাব

তুলা ৰাশিত সূৰ্যৰ প্ৰৱেশ, আগন্তুক ৩০ দিন ৩ৰাশিয়ে ৰজাৰ দৰে দিন কটাব

দীপাৱলিত ভুলতো ঘৰলৈ নানিব এইকেইপদ সামগ্ৰী, মা লক্ষ্মী ৰুষ্ট হ’লেই অভাৱ বাঢ়িব আপোনাৰ ঘৰত

দীপাৱলিত ভুলতো ঘৰলৈ নানিব এইকেইপদ সামগ্ৰী, মা লক্ষ্মী ৰুষ্ট হ’লেই অভাৱ বাঢ়িব আপোনাৰ ঘৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.