• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শক্তিবৰ্ধক ঔষধ সেৱন কৰি কিশোৰীক ধৰ্ষণ! অত্যাধিক পৰিমানে ৰক্তক্ষৰণ হৈ যুৱতীৰ মৃত্যু

শক্তিবৰ্ধক ঔষধ সেৱন কৰি কিশোৰীক ধৰ্ষণ! অত্যাধিক পৰিমানে ৰক্তক্ষৰণ হৈ যুৱতীৰ মৃত্যু

3 years ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

6 hours ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

7 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

8 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

8 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

9 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

9 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

10 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

10 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

12 hours ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

12 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

13 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

শক্তিবৰ্ধক ঔষধ সেৱন কৰি কিশোৰীক ধৰ্ষণ! অত্যাধিক পৰিমানে ৰক্তক্ষৰণ হৈ যুৱতীৰ মৃত্যু

editor by editor
November 14, 2022
in অপৰাধ, ভাৰত
0
শক্তিবৰ্ধক ঔষধ সেৱন কৰি কিশোৰীক ধৰ্ষণ! অত্যাধিক পৰিমানে ৰক্তক্ষৰণ হৈ যুৱতীৰ মৃত্যু
0
SHARES
522
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰপ্ৰদেশৰ উন্নাওত আকৌ ধৰ্ষণৰ স্বীকাৰ হ’ল এগৰাকী যুৱতী। ধৰ্ষণৰ পিছতেই অতিৰিক্ত ৰক্তক্ষৰণৰ ফলত মৃত্যু হৈছে যুৱতীগৰাকীৰ। ধৰ্ষণৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২৫ বছৰীয়া যুৱকক। অভিযুক্তৰ নাম ৰাজ গৌতম বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদন উল্লেখ থকা অনুযায়ী নিজ গৃহতেই ধৰ্ষণ পাষাণ্ড যুৱকে ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক। আৰক্ষীৰ তদন্তত দোষ স্বীকাৰ কৰিছে অভিযুক্ত গৌতমে। ধৰ্ষণৰ পূৰ্বে শক্তিবৰ্ধক ঔষধ সেৱন কৰিছিল ধৃত গৌতমে। ধৰ্ষণৰ সময়তেই জ্ঞান হেৰুৱাই পেলাইছিল কিশোৰীগৰাকীয়ে।

অচেতন অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰে ভগ্নীয়ে। লগে লগেই কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। চিকিৎসকে দিয়া প্ৰতিবেদনত শাৰীৰিক নিৰ্যাতনৰ সময়ত অত্যাধিক বল প্ৰয়োগ কৰাৰ বাবে অত্যাধিক পৰিমানে ৰক্তক্ষৰণ হৈ মৃত্যু হৈছে যুৱতীগৰাকীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
ভাৰত

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

March 24, 2026
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী
অসম

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

March 24, 2026
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

March 23, 2026
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
Next Post
ছবিত পাৰিশ্ৰমিক কমাবলৈ ৰাজী হ’ল খিলাড়ী অক্ষয়, বক্সঅফিচত নামিছে নেকি বিপৰ্জয়?

ছবিত পাৰিশ্ৰমিক কমাবলৈ ৰাজী হ’ল খিলাড়ী অক্ষয়, বক্সঅফিচত নামিছে নেকি বিপৰ্জয়?

অস্কাৰৰ বাবে মনোনিত পাক ছবি ‘জয়লেণ্ড’ নিষিদ্ধ হ’ল পাকিস্তানত! কিয় এই ছবি প্ৰদৰ্শনত আপত্তি পাক প্রশাসনৰ?

অস্কাৰৰ বাবে মনোনিত পাক ছবি 'জয়লেণ্ড’ নিষিদ্ধ হ’ল পাকিস্তানত! কিয় এই ছবি প্ৰদৰ্শনত আপত্তি পাক প্রশাসনৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.