• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সকলোতকৈ কুখ্যাত কাৰাগাৰক লৈ ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৬২ বছৰৰ পাছত আকৌ মুকলি হ’ল আলকাট্ৰাজ কাৰাগাৰ

11 months ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

17 minutes ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

47 minutes ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

2 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

3 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

4 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

5 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

6 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশ্বৰ সকলোতকৈ কুখ্যাত কাৰাগাৰক লৈ ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৬২ বছৰৰ পাছত আকৌ মুকলি হ’ল আলকাট্ৰাজ কাৰাগাৰ

বিশ্বৰ সকলোতকৈ কুখ্যাত কাৰাগাৰক লৈ ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৬২ বছৰৰ পাছত আকৌ মুকলি হ’ল আলকাট্ৰাজ কাৰাগাৰ

editor by editor
May 5, 2025
in বিবিধ, বিশ্ব
0
বিশ্বৰ সকলোতকৈ কুখ্যাত কাৰাগাৰক লৈ ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৬২ বছৰৰ পাছত আকৌ মুকলি হ’ল আলকাট্ৰাজ কাৰাগাৰ
0
SHARES
850
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৬৩ চনত বন্ধ হৈ যোৱা আলকাট্ৰাজ জে’ল আকৌ এবাৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিছে ড’নাল্ড ট্ৰাম্পে৷ কেলিফৰ্নিয়াৰ ছান ফ্ৰান্সিছকো উপকূলৰ গোল্ডেন গেট ব্ৰিজ লাগোৱা সেই দ্বীপ কাৰাগাৰ আকৌ নতুনকৈ উদ্বোধন কৰাৰ কথা জনাইছে আনেৰিকাৰ প্ৰেছিডেণ্টে৷

ট্ৰাম্পে সোমাবাৰে তেওঁৰ সামাজিকমাধ্যম ট্ৰুথ ছচিয়েলত লিখিছে, বহুদিন ধৰি আমেৰিকা নিষ্ঠুৰ, হিংসাত্মক আৰু দাগী অপৰাধীৰ দ্বাৰা জৰ্জৰিত হৈ পৰিছে৷ আলকাট্ৰাজ আমেৰিকাৰ আইন শৃংখলা আৰু ন্যায়বিচাৰৰ প্ৰতীক হিচাপে কাম কৰিব৷ যদিও বিৰোধী ডেমোক্ৰেট শিবিৰে ট্ৰাম্পৰ এই সিদ্ধান্তক কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মানিব খোজা নাই৷

বিশ্বৰ সকলোতকৈ কুখ্যাত কাৰাগাৰ হিচাপে পৰিচিত আছিল আলকাট্ৰাজ৷ বন্ধ হৈ যোৱাৰ পাছত সেয়া জনপ্ৰিয় পৰ্যটনক্ষেত্ৰ হৈ উঠিছিল৷ প্ৰয়াত হলীউড তাৰকা চন কোনেৰিৰ জনপ্ৰিয় ছবি দ্যা ৰক নিৰ্মিত হৈছিল সেই জেলখানাক কেন্দ্ৰ কৰিব গঢ়ি উঠা কাহিনীৰ ভিত্তিত৷ ট্ৰাম্পে জনাইছে যে ভয়ংকৰ আৰু দাগী অপৰাধীসকলৰ বাবে কাৰাগাৰৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ দিহা কৰিছে ট্ৰাম্পে৷

উল্লেখ কৰা প্ৰয়োজন যে চান ফ্ৰান্সিছকো উপসাগৰৰ দ্বীপত অৱস্থিত আলকাট্ৰাজ কাৰাগাৰ নিৰ্মিত হৈছিল ১৯১২ চনত৷ ১৯৩৬ চনত জে’লখন আমেৰিকাৰ বিচাৰ বিভাগে নিয়ন্ত্ৰণ কৰিছিল৷ অপৰাধীৰ নামত অতিৰিক্ত ব্যয় হোৱাৰ কাৰণে ১৯৬৩ চনত বন্ধ কৰি দিয়া হৈছিল এই কাৰাগাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
Next Post
আনন্দৰ মুহূৰ্তবোৰত হঠাৎ নামি আহিল বিষাদ, গাত হালধি ঘঁহাৰ পাছতেই হাৰ্ট এটেকত কইনাৰ মৃত্যু

৬মে’ৰ পৰাই শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতক-জাতিকাৰ! হাতলৈ ধন আহিব কোন কোন জাতকৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন