• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৱনুৱাৰ বাবে পুনৰ সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ আহ্বান

নিৱনুৱাৰ বাবে পুনৰ সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ আহ্বান

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

4 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

4 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

5 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

6 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

7 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

7 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

8 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

9 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

9 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

10 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

11 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিৱনুৱাৰ বাবে পুনৰ সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ আহ্বান

editor by editor
June 15, 2022
in নিয়োগ, ভাৰত
0
নিৱনুৱাৰ বাবে পুনৰ সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ আহ্বান
0
SHARES
526
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় পেৰামিলিটাৰীত যোগদান কৰি দেশ সেৱা কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে ই এক সোণালী সুযোগ। সীমান্ত সুৰক্ষা বাহিনীয়ে উপ-পৰিদৰ্শক আৰু কনিষ্টবল পদৰ বাবে আবেদন আহ্বান কৰিছে।

এই খালী পদৰ অধীনত উপ-পৰিদৰ্শক আৰু কনিষ্টবলৰ ১১০টা পদত নিযুক্তি দিয়া হ’ব। গ্ৰুপ বি আৰু গ্ৰুপ চিৰ অন্তৰ্গত এই নিযুক্তিসমূহ বিএছএফৰ এছএমটি কৰ্মশালাৰ বাবে কৰা হ’ব। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

বি এছ এফৰ এই অফিচিয়েল ৱেবছাইট rectt.bsf.gov.in ত গৈ প্ৰাৰ্থীসকলে অনলাইনত আবেদন কৰিব পাৰিব। আবেদনৰ শেষ তাৰিখ ১১ জুলাই ২০২২ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

লগতে পঢ়ক Google Map: আমেৰিকা জাপানৰ সৈতে একে শাৰীতে ভাৰত, ভাৰতক কি সুবিধা দিছে গুগলে?

খালী পদৰ বিৱৰণ

১) কনিষ্টবল – ৮৮ টা পদ

২) উপ পৰিদৰ্শক (বাহন মেকানিক) – ১২ টা পদ

৩) উপ পৰিদৰ্শক (অ’টো ইলেক্ট্ৰিচিয়ান) – ৪ টা পদ

৪) উপ পৰিদৰ্শক (ষ্ট’ৰ কীপাৰ) – ৬ টা পদ

বয়সৰ উৰ্ধ সীমা

এই পদসমূহত আবেদন কৰা প্ৰাৰ্থীৰ নূন্যতম বয়স ১৮ বছৰ আৰু সৰ্বোচ্চ বয়স ২৫ বছৰ হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলক চৰকাৰী নিয়ম অনুসৰি বয়সৰ উৰ্ধ সীমা ৰেহাই প্ৰদান কৰা হ’ব।

লগতে পঢ়ক নিজৰ স্বামীক হত্যা কৰি কোনে লিখিলে ‘স্বামীক কেনেকৈ হত্যা কৰা হ’ল?’

শিক্ষাগত অৰ্হতা

১) কনিষ্টবল – এই পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। লগতে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা প্ৰমাণ পত্ৰ বা তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

২) উপ পৰিদৰ্শক- উপ পৰিদৰ্শকৰ সকলো পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অ’টো মোবাইল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত তিনি বছৰীয়া ডিপ্লমা কৰিব লাগিব।

দৰমহা

১) উপ পৰিদৰ্শক – ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০ টকা৷

২) কনিষ্টবল – ২১,৭০০ টকাৰ পৰা ৬৯,১০০ টকা৷

নিযুক্তি প্ৰক্ৰিয়া

লিখিত পৰীক্ষা, শাৰীৰিক পৰীক্ষা আৰু চিকিৎসা পৰীক্ষাৰ ভিত্তিত এই পদসমূহৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।

লগতে পঢ়ক প্ৰেমিকাক প্ৰতাৰণা! অন্য যুৱতীৰ বাবে ৫০ লাখ টকা খৰচ! প্ৰেমিকাই কি শাস্তি দিলে প্ৰেমিকক?

কেনেকৈ কৰিব আবেদন?

১) প্ৰাৰ্থীসকলে প্ৰথমে BSF ৰ অফিচিয়েল ৱেবছাইট rectt.bsf.gov.in লৈ যাব লাগিব।

২) ইয়াৰ পিছত হোম পেজত দিয়া Current Recruitment Openings ৰ লিংকটোত ক্লিক কৰিব লাগিব।

৩) তাৰ পিছত সীমান্ত সুৰক্ষা বাহিনী, SMT WKSP ত Group-B & C Combatised পোষ্টৰ লিংকত ক্লিক কৰিব লাগিব।

৪)  ইয়াৰ পিছত আপুনি apply ৰ বিকল্পটোত ক্লিক কৰক।

৫) এতিয়া অনুৰোধ কৰা সবিশেষ পূৰণ কৰি পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

৬) পঞ্জীয়ন কৰাৰ পিছত আবেদন পত্ৰ পূৰণ আৰম্ভ কৰিব পাৰিব।

৭) আবেদন পত্ৰ পূৰণ কৰাৰ পিছত প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।

৮) শেষত আবেদনৰ মাচুল দিব লাগিব আৰু submit বুটামত ক্লিক কৰিব লাগিব।

৯) আবেদন পত্ৰৰ প্ৰতিলিপি প্ৰিন্ট কৰি ভৱিষ্যতে ব্যৱহাৰৰ বাবে লগত ৰাখিব।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBSF
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!

কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!

২০০ বাৰতকৈ অধিক বিষাক্ত সৰ্পৰ দংশন! তাৰ পিছতো কেনেকৈ জীয়াই আছে এজন মানুহ?

২০০ বাৰতকৈ অধিক বিষাক্ত সৰ্পৰ দংশন! তাৰ পিছতো কেনেকৈ জীয়াই আছে এজন মানুহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.