• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০০ বাৰতকৈ অধিক বিষাক্ত সৰ্পৰ দংশন! তাৰ পিছতো কেনেকৈ জীয়াই আছে এজন মানুহ?

২০০ বাৰতকৈ অধিক বিষাক্ত সৰ্পৰ দংশন! তাৰ পিছতো কেনেকৈ জীয়াই আছে এজন মানুহ?

4 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

6 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

6 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

7 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

7 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

8 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

9 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

9 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

10 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

11 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

12 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

13 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

২০০ বাৰতকৈ অধিক বিষাক্ত সৰ্পৰ দংশন! তাৰ পিছতো কেনেকৈ জীয়াই আছে এজন মানুহ?

editor by editor
June 15, 2022
in বিবিধ, বিশ্ব
0
২০০ বাৰতকৈ অধিক বিষাক্ত সৰ্পৰ দংশন! তাৰ পিছতো কেনেকৈ জীয়াই আছে এজন মানুহ?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিষাক্ত সাপে এজন ব্যক্তিক ২০০ বাৰতকৈও অধিক দংশন কৰাৰ পিছতো জীয়াই আছে। এই বিষাক্ত সাপবোৰৰ ভিতৰত মাম্বাৰ পৰা কোব্ৰালৈকে আছে।

উল্লেখনীয় কথাটো হ’ল যে লোকজনে ইচ্ছাকৃতভাৱে এই বিষাক্ত সাপবোৰেৰে নিজক দংশন কৰোৱাইছিল৷ টিম ফ্ৰাইড নামৰ লোকজনে বিশ্বৰ পোন প্ৰথমে ইউনিভাৰ্চেল এণ্টি-ভেনম প্ৰস্তুত কৰাৰ বাবে এই বিপদজনক কাম কৰি আহিছে৷

৫৩ বছৰীয়া এই টিম ফ্ৰাইড বৰ্তমান আমেৰিকাৰ উইচকনচিনৰ নিৱাসী। লোকজনে তেওঁৰ ঘৰত বহু প্ৰকাৰৰ সাপ ৰাখিছিল। আৰু এইদৰেই তেওঁ ইচ্ছাকৃতভাৱেই নিজৰ শৰীৰl সৰ্প দংশন কৰাই আছিল৷

লগতে পঢ়ক কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!

তেওঁ প্ৰকাশ কৰা মতে সৰ্পই দংশন কৰিলেও তেওঁৰ শৰীৰত বিশেষ প্ৰভাৱ পৰা নাছিল৷ কিন্তু ২০০১ চনত দুটা বিষাক্ত ক’ব্ৰাই দংশন কৰাৰ পিছতে টিম ফ্ৰাইডে মৃত্যু দুৱাৰ দলিত উপস্থিত হৈছিল৷

২০০১ চনৰ সেই ঘটনাক সুঁৱৰি টিম ফ্ৰাইডে নেচনেল জিঅ’গ্ৰাফীক কয় ‘‘১ ঘণ্টাৰ ভিতৰতে অগা পিছাকৈ দুটা বিষাক্ত ক’ব্ৰাই দংশন কৰিছিল৷ মই প্ৰায় মৰিয়েই গৈছিলো৷ কথাটো একেবাৰে ধেমালি নাছিল৷’’

‘‘মোৰ শৰীৰত ইমানহে ইমিউনিটি আছিল যে এটা সাপৰহে দংশন সহ্য কৰিব পাৰিছিলো, কিন্তু দুটাৰ নহয়৷ সৰ্পৰ দংশনৰ পিছতে মোক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু ৪ দিন ক’মাত থাকো৷’’ টিম ফ্ৰাইডে কয়৷

লগতে পঢ়ক দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইন্টাৰনেট সেৱা, ইয়াৰ স্পীড হ’ব কেনেকুৱা?

চিকিৎসালয়ত চেতনা ঘূৰি অহাৰ পিছতে টিম ফ্ৰাইডে সাপৰ গৱেষণা কৰিবলৈ আৰম্ভ কৰে৷ বৰ্তমান টিম ফ্ৰাইড চেণ্টিভেক্সৰ কেলিফৰ্ণিয়া ভেকচিনেচন ৰিচাৰ্চ কোম্পানীৰ হাৰ্পেট’লজীৰ সঞ্চালকৰ পদত কাৰ্যনিবাহ কৰি আছে।

গৱেষণাৰ সময়ত টিমে নিজকে ২০০ বাৰতকৈও অধিক বিষাক্ত সাপক দংশন কৰোৱাইছে। তেওঁ এটা ইউনিভাৰ্চেল এন্টি-ভেনম বনাব বিচাৰে যাতে যিকোনো সৰ্পৰ দংশনৰ চিকিৎসা কৰিব পৰা যায়।

লগতে পঢ়ক Google Map: আমেৰিকা জাপানৰ সৈতে একে শাৰীতে ভাৰত, ভাৰতক কি সুবিধা দিছে গুগলে?

টিমে আৰু কয়, ‘‘যেতিয়াই সাপে কামোৰে, তেতিয়াই বহুত বিষ হয়। যেন একেলগে ১০০ টা মৌমাখিয়ে কামুৰিছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বছৰি প্ৰায় ৫৪ লাখ লোকক সাপে কামোৰে। ইয়াৰে ৮১ হাজাৰৰ পৰা ১ লাখ ৩৮ হাজাৰ লোকৰ মৃত্যু হয়।’’

ইফালে, ২০২০ বৰ্ষত কৰা এক অধ্যয়ন অনুসৰি ২০০০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত সৰ্প দংশনৰ ফলত ১২ লাখ লোকৰ মৃত্যু হৈছিল। অৰ্থাৎ প্ৰতি বছৰে গড়ে ৫৮ হাজাৰ লোকৰ মৃত্যু হৈছিল। ইয়াৰে এক চতুৰ্থাংশ আছিল ১৫ বছৰতকৈ কম বয়সৰ লোক। টিমে কয় যে এই সংখ্যাবোৰৰ বাবেই তেওঁলোকৰ কাম গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: anti venomasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcobra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 21, 2026
Next Post
নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

হাই কলেষ্টেৰল: কি কি শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে? আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

হাই কলেষ্টেৰল: কি কি শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে? আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.