• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

3 years ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

14 hours ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

15 hours ago
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

15 hours ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

16 hours ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

16 hours ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

18 hours ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

18 hours ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

1 day ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

1 day ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

1 day ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

2 days ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 15, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

editor by editor
June 15, 2022
in জীৱনশৈলী, বিবিধ
0
নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

প্ৰতিনিধিত্বমূলক ফ’টো

0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুনিবলৈ আচৰিত লাগিলেও এয়াই সঁচা৷ বিশ্বজুৰি বিভিন্ন জাতি-জনজাতিৰ মাজত অদ্ভুত ৰীতি-নীতি আৰু পৰম্পৰা প্ৰচলিত আছে। পৰম্পৰাসমূহ বিশ্বাস কৰাৰ আঁৰত সকলোৰে নিজা যুক্তি আৰু আদৰ্শ আছে। কিন্তু এই অদ্ভুত ৰীতি-নীতিবোৰৰ মাজৰে এটা হৈছে কন্যাক পিতৃৰ সৈতে বিয়া কৰাই দিয়াটো।

বাংলাদেশৰ ‘মাণ্ডি’ জনজাতিৰ মাজত প্ৰচলিত এই প্ৰথা প্ৰচলিত আছে৷ এই প্ৰথা অনুসৰি কোনো পত্নীৰ স্বামীৰ মৃত্যু হ’লে সেই বিধৱা পত্নীক অন্য লোকৰ সৈতে বিয়া দিয়া হয়৷ আৰু যদি বিধৱাগৰাকীৰ সৈতে কন্যা সন্তান থাকে বা পূৰ্বৰ গৰ্ভস্থ সন্তান জন্ম দিয়ে, তেন্তে সেই কন্যা সন্তানক উক্ত পিতৃৰ সৈতে বিয়া দিয়া হয়৷ অৰ্থাৎ কন্যাগৰাকীয়ে পিতৃক স্বামী হিচাপে গ্ৰহণ কৰিব লাগে৷

 

লগতে পঢ়ক কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!

এই মাণ্ডি জনজাতিৰে অৰোলা নামৰ এগৰাকী ৩০ বছৰীয়া মহিলাই নিজৰ জীৱনৰ কাহিনী বৰ্ণানা কৰি কয় যে ‘‘মই যেতিয়া সৰু আছিলো তেতিয়াই মোৰ পিতৃৰ মৃত্যু হৈছিল। মোৰ মায়ে এজন অন্য লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। মই সদায় ভাবিছিলো যে মোৰ দেউতা কিমান ভাল। দেউতাই মোক বহুত মৰম কৰিছিল আৰু ময়ো দেউতাক বহুত ভাল পাইছিলো।’’

ইয়াৰ পিছতে তেওঁ আৰু কয়, ‘‘যেতিয়া মই আৰু অলপ ডাঙৰ হৈছিলোঁ, মোক কোৱা হৈছিল যে যিজনক মই দেউতা বুলি ভাবি আছো, তেওঁ প্ৰকৃততে মোৰ স্বামীহে। প্ৰথমতে এই কথা মোৰ সপোন যেন লাগিছিল। কিন্তু বাস্তৱত এইটোৱেই সঁচা আছিল যে মোৰ দেউতাই মোৰ স্বামী। মোৰ ৩ বছৰ বয়সতে দেউতাৰ সৈতে বিয়া দিছিল। প্ৰচলিত কুপ্ৰথাৰ বাবে যিকোনো মূল্যত মই সেই কথা গ্ৰহণ কৰিব লগা হৈছিল।’’

 

লগতে পঢ়ক নিৱনুৱাৰ বাবে পুনৰ সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ আহ্বান

পুৰণি কালত এই জনজাতিৰ লোকসকলে বিশ্বাস কৰিছিল যে স্বামীয়ে তেওঁৰ পত্নীৰ সৈতে কন্যাকো পত্নী হিচাপে ৰাখিলে মাতৃ-কন্যা দুয়ো সুৰক্ষিত হ’ব।

অৱশ্যে মাণ্ডি জনজাতিৰ মাজত প্ৰচলিত এই প্ৰথা এতিয়া লাহে লাহে কমি আহিছে৷ বৰ্তমান জনজাতিটোৰ ছোৱালীবোৰে এই কু-প্ৰথা মানি নলৈ বহু ছোৱালীয়ে অন্য ঠাইলৈ পলাই গৈছে। বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ তেওঁলোকে পূৰ্বৰ কুপ্ৰথাৰ পৰা মুক্ত স্বাধীন জীৱন কটাইছে। আমিও আশা কৰিছো মাণ্ডি জনজাতিৰ এই কুপ্ৰথা বিলুপ্ত হওক।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamMandi tribe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
জীৱনশৈলী

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

July 14, 2025
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য
জীৱনশৈলী

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

July 14, 2025
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?
জীৱনশৈলী

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

July 14, 2025
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

July 14, 2025
Next Post
হাই কলেষ্টেৰল: কি কি শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে? আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

হাই কলেষ্টেৰল: কি কি শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে? আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

বিশ্বৰ আটাইতকৈ দামী পানীৰ বটলটোৰ দাম কিমান লাখ টকা? জানিলে আপোনাৰ চকু কপালত উঠিব!

বিশ্বৰ আটাইতকৈ দামী পানীৰ বটলটোৰ দাম কিমান লাখ টকা? জানিলে আপোনাৰ চকু কপালত উঠিব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.