• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই, ধনলাভ সম্ভৱ এই ৩ৰাশিৰ জাতকৰ

মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই, ধনলাভ সম্ভৱ এই ৩ৰাশিৰ জাতকৰ

2 years ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

27 minutes ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

1 hour ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

2 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

11 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

12 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

13 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

13 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

14 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

15 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

16 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

16 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই, ধনলাভ সম্ভৱ এই ৩ৰাশিৰ জাতকৰ

মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই, ধনলাভ সম্ভৱ এই ৩ৰাশিৰ জাতকৰ

editor by editor
August 28, 2024
in জীৱনশৈলী, লেখা
0
মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই, ধনলাভ সম্ভৱ এই ৩ৰাশিৰ জাতকৰ
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত পঞ্চ মহাপুৰুষ ৰাজযোগৰ উল্লেখ পোৱা যায়৷ পাঁচটা গুৰুত্বপূৰ্ণ গ্ৰহ স্বৰাশি বা উচ্চ ৰাশিত অৱস্থান কৰিলে বিশেষ কোনো মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰে৷ যেনেকৈ শনিৰ প্ৰভাৱত শ শ মহাপুৰুষ ৰাজযোগ, বুধৰ প্ৰভাৱত ভদ্ৰ মহাপুৰুষ ৰাজযোগ৷ ঠিক এনেকৈয়ে শুক্ৰই নিজৰ ৰাশি বা উচ্চ ৰাশিত প্ৰৱেশ কৰিলে তৈয়াৰ হয় মালব্য ৰাজযোগ৷ সমস্ত ৰাশিৰ জাতকৰ জীৱনত মালব্য ৰাজযোগৰ প্ৰভাৱত দেখা যায়৷ ছেপ্টেম্বৰত এই ৰাজযোগ গঠন কৰিব শুক্ৰই৷ ১৮ ছেপ্টেম্বৰত তুলা ৰাশিত প্ৰৱেশ কৰিব এই গ্ৰহই৷ এই ৰাশিত অহাৰ পাছতেই মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিব শুক্ৰই৷ ইয়াৰ শুভ প্ৰভাৱ থাকিব তিনি ৰাশিৰ জাতকৰ জীৱনত৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে মালব্য ৰাজযোগ লাভজনক প্ৰমাণিত হ’ব৷ আপোনাৰ ৰাশিৰ সপ্তম স্থানত এই ৰাজযোগ তৈয়াৰ হৈছে৷ দাম্পত্য জীৱন ভাল হ’ব৷ ইয়াৰোপৰি জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে৷ আয়ৰ উৎস বৃদ্ধি পাব৷ জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব৷ আপোনাৰ মনত পৃথক আত্মবিশ্বাস থাকিব৷ অংশীদাৰীৰ ব্যৱসায় কৰাসকলৰ বাবে এই সময় অনুকূল৷ অবিবাহিত জাতকে ভাল প্ৰস্তাৱ পাব পাৰে৷ বিলাসবহুল সামগ্ৰী ক্ৰয় কৰিব পাৰে৷

মকৰ ৰাশি

এই ৰাশিৰ জাতকৰ বাবে মালব্য ৰাজযোগ অত্যন্ত শুভ ফলদায়ী৷ এই ৰাজযোগ মকৰৰ জাতকৰ গোচৰ কোষ্ঠীৰ কেৰিয়াৰ আৰু ব্যৱস্থায়ৰ স্থানত তৈয়াৰ হ’ব৷ ব্যৱসায়ীয়ে বৃহৎ লাভ অৰ্জন কৰিব পাৰে৷ ইয়াৰোপৰি ব্যৱসায় বিস্তাৰ সম্ভৱ হ’ব৷ আয়ৰ একাধিক উৎস হাতলৈ আহিব পাৰে এই ৰাশিৰ জাতকৰ৷ সমস্ত অসম্পূৰ্ণ মনোকামনা পূৰ্ণ হ’ব৷ ইয়াৰোপৰি এই ৰাশিৰ যি জাতকে চাকৰিৰ সন্ধান কৰিছে তেওঁলোকে চাকৰি লাভ কৰিব৷ ব্যক্তিত্ব উন্নত হ’ব৷ চাকৰিয়াল জাতকৰ পদোন্নতি হ’ব পাৰে৷

কুম্ভ ৰাশি

শুক্ৰ গোচৰৰ ফলত সৃষ্ট মালব্য ৰাজযোগৰ প্ৰভাৱত কুম্ভ ৰাশিৰ জাতকৰ ভাল দিন আহিব৷ শুক্ৰই আপোনাৰ ৰাশিৰ নৱম স্থানত এই ৰাজযোগ তৈয়াৰ কৰিব৷ এই সময়ত পৰিশ্ৰম কৰিলে ভাগ্যৰ সংগত উন্নতি খাটাং৷ সমাজৰ উচ্চপদস্থ ব্যক্তিৰ সৈতে সাক্ষাৎ হ’ব৷ ভৱিষ্যতে এওঁলোকৰ দ্বাৰা বৃহৎ লাভ অৰ্জন কৰিব পাৰে৷ দেশ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে৷ চৰকাৰী চাকৰিৰ প্ৰস্তুতি লৈ থকাসকলে এই সময়ত সফলতা লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?
জীৱনশৈলী

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

September 17, 2026
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?
জীৱনশৈলী

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

September 17, 2026
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন
জীৱনশৈলী

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

September 17, 2026
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
Next Post
চন্দ্ৰত মাটি কিনা, আকাশত চাং পতা নহয়! চন্দ্ৰত এক একৰ মাটিৰ দাম কিমান?

চন্দ্ৰত মাটি কিনা, আকাশত চাং পতা নহয়! চন্দ্ৰত এক একৰ মাটিৰ দাম কিমান?

ফেব্ৰুৱাৰীলৈকে উভতি অহাৰ আশা নাই, কি হ’ব সুনীতা উইলিয়ামছৰ?

ফেব্ৰুৱাৰীলৈকে উভতি অহাৰ আশা নাই, কি হ’ব সুনীতা উইলিয়ামছৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.