• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা সময়ত কোটি টকাৰ মালিকৰ আজি এটকাৰ বাবে হাহাকাৰ, মাহিলী উপাৰ্জন মাথো…

এটা সময়ত কোটি টকাৰ মালিকৰ আজি এটকাৰ বাবে হাহাকাৰ, মাহিলী উপাৰ্জন মাথো…

2 years ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

16 minutes ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

36 minutes ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

1 hour ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

2 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

3 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

4 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

5 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

18 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

19 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

19 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

19 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এটা সময়ত কোটি টকাৰ মালিকৰ আজি এটকাৰ বাবে হাহাকাৰ, মাহিলী উপাৰ্জন মাথো…

editor by editor
December 10, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
এটা সময়ত কোটি টকাৰ মালিকৰ আজি এটকাৰ বাবে হাহাকাৰ, মাহিলী উপাৰ্জন মাথো…
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা সময়ত কোটি টকাৰ মালিক আজি এটকাৰ বাবে হাহাকাৰ, মাহিলী উপাৰ্জন মাথো…

ক্ৰিকেটৰ ভগৱান শচীনৰ বন্ধু তথা ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিয়ে এসময়ত নিজৰ খেলৰ ভিত্তিত ক্ৰিকেট জগতত ভাল নাম অৰ্জন কৰিছিল। সেই সময়ত তেওঁৰ খ্যাতিৰ অভাৱ নাছিল, ধন-সম্পত্তিৰো নাছিল কোনো অভাৱ।

প্ৰথম সাতখন টেষ্টত তেওঁ দুটা ডাবল শতক অৰ্জন কৰিছিল, য’ত তেওঁৰ গড় আছিল ১০০ৰ ওপৰত। এই সাতখন মেচত তেওঁ ৭৯৩ ৰান সংগ্ৰহ কৰিছিল আৰু এই সময়ছোৱাত তেওঁ আনকি গড়ৰ ক্ষেত্ৰত মহান ডন ব্ৰেডমেনকো অতিক্ৰম কৰিছিল। মাথো কিছুদিনৰ ভিতৰতে সফলতাই গগণ চুম্বে। কিন্তু ইয়াৰ পিছতে সম্পূৰ্ণ ওলোটা হৈ পৰে কাম্বলিৰ জীৱন।

কোৱা হয় যে এসময়ত কম্বলীৰ সম্পত্তিৰ পৰিমাণ আছিল প্ৰায় ২০ কোটি টকা, কিন্তু বৰ্তমান সময়ত এটা এটা টকাৰ বাবে হাহাকাৰ। এনে পৰিস্থিতি হৈ পৰিছে যে, এই মহান বেটছমেনজন বৰ্তমানে টকাৰ বাবে সম্পূৰ্ণ অন্যৰ ওপৰত নিৰ্ভৰশীল। স্বাস্থ্যও বৰ্তমানে একেবাৰে বেয়া। চিকিৎসাৰ বাবেও তেওঁৰ হাতত পৰ্যাপ্ত ধন নাই।

বৰ্তমান কাম্বলীৰ উপাৰ্জনৰ একমাত্ৰ উৎস হৈছে বিচিচিআইৰ পৰা পোৱা মাহিলী পেঞ্চন, য’ত তেওঁ ব’ৰ্ডৰ পৰা প্ৰতিমাহে ত্ৰিশ হাজাৰ টকা পায়। এটা সময়ত কোটি টকাৰ মালিকৰ এতিয়া মাহিলী উপাৰ্জন মাথো ৩০ হাজাৰ।

১৯৯৩ চনত ভাৰতৰ হৈ অভিষেক ঘটোৱা কাম্বলিৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ অতি চুটি। তেওঁৰ কেৰিয়াৰত মাত্ৰ ১৭খন টেষ্ট খেলিছিল, য’ত তেওঁ ৫৪.২ গড়ে ১০৮৪ ৰান সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত তেওঁ তিনিটা পঞ্চাশ, চাৰিটা শতক আৰু দুটা দ্বৈত শতক অৰ্জন কৰিছিল। ইয়াৰ উপৰিও তেওঁ দেশৰ হৈ ১০৪খন এদিনীয়া মেচ খেলিছিল, য’ত ৩২.৫৯ গড়ে ২৪৭৭ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ ভিতৰত আছিল দুটা পঞ্চাশ আৰু দুটা শতক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Binod KambliFinanceFormer cricketerFormer Indian CricketerIndian Cricketer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?
বিশ্ব

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

August 28, 2026
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

August 28, 2026
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!
বিশ্ব

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

August 28, 2026
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!
জীৱনশৈলী

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

August 28, 2026
Next Post
পূৰ্বৰে পৰা অৰুণোদয় হিতাধিকাৰী নেকি, তেন্তে হেৰুৱাব পাৰে ধন, কি কৰিব লাগিব ধন পাই থাকিবৰ বাবে

পূৰ্বৰে পৰা অৰুণোদয় হিতাধিকাৰী নেকি, তেন্তে হেৰুৱাব পাৰে ধন, কি কৰিব লাগিব ধন পাই থাকিবৰ বাবে

এখন বিশেষ বিবাহ, যি বিবাহে গঢ়িলে বিশ্ব অভিলেখ, বিবাহখনৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব

এখন বিশেষ বিবাহ, যি বিবাহে গঢ়িলে বিশ্ব অভিলেখ, বিবাহখনৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.