• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ ৰানত আউট হ’লেও বিৰাটে গঢ়ি গ’ল এক অভিলেখ

৩ ৰানত আউট হ’লেও বিৰাটে গঢ়ি গ’ল এক অভিলেখ

1 year ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

35 minutes ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

2 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

2 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

3 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

4 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

4 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

5 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

6 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

6 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

7 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৩ ৰানত আউট হ’লেও বিৰাটে গঢ়ি গ’ল এক অভিলেখ

editor by editor
December 16, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
৩ ৰানত আউট হ’লেও বিৰাটে গঢ়ি গ’ল এক অভিলেখ
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ ৰানত আউট হ’লেও বিৰাটে গঢ়ি গ’ল এক অভিলেখ

ব্রিজবেনৰ গাব্বাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ টেষ্ট ছিৰিজৰ তৃতীয়খন টেষ্ট মেচত ১০০ সংখ্যক টেষ্ট মেচ খেলি বিৰাট কোহলীয়ে নিজৰ নামত এক ডাঙৰ টেষ্ট অভিলেখ গঢ়িছে।

তৃতীয়বাৰৰ বাবে টছত জয়ী হৈ টেষ্টত অষ্ট্ৰেলিয়াক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পিছত কেংগাৰুৱে সুযোগ গ্ৰহণ কৰে, অষ্ট্ৰেলিয়াৰ ইনিংছৰ সময়ত ট্ৰেভিছ হেড আৰু স্মিথে শতকিয় ইনিংছ খেলি অষ্ট্ৰেলিয়াৰ হৈ ৰানৰ পাহাৰ গঢ়ে। ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে সৰ্বাধিক ৬ উইকেট দখল কৰে।

অষ্ট্ৰেলিয়াই ইনিংস সামৰাৰ পাছত ভাৰতে বেট ধৰে। পাছে গব্বাত প্ৰথম ইনিংছত বেটিং কৰি থকাৰ সময়ত বিৰাট কোহলিয়ে মাত্ৰ তিনি ৰান সংগ্ৰহ কৰিয়ে আউট হৈ পেভিলিয়নলৈ উভতে। কিন্তু আউট হোৱাৰ পূৰ্বে ২ ৰান সংগ্ৰহ কৰিয়ে নিজৰ নামত লিপিবদ্ধ কৰে এক বিশেষ অভিলেখ।

অষ্ট্ৰেলিয়াত টেষ্ট ক্ৰিকেটত ৰানৰ ক্ষেত্ৰত এতিয়া টিম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক তথা অধিনায়ক ৰাহুল দ্ৰাবিড়ৰ অভিলেখ ভংগ কৰে বিৰাট কোহলীয়ে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬২ খন টেষ্ট ইনিংছত ৰাহুল দ্ৰাবিড়ৰ নামত ২১৬৬ ৰান আছে।

এতিয়া ২ ৰান সংগ্ৰহ কৰাৰ পাছতে বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৮ টা টেষ্ট ইনিংছত ২১৬৮ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত দ্ৰাবিড়ৰ অভিলেখ ভংগ কৰে।

এতিয়া বিৰাট ক্ৰিকেটাৰ ভগৱান শচীন টেণ্ডুলকাৰ (৩৬৩০ ৰান) আৰু ভিভিএছ লক্ষ্মণ (২৪৩৪)ৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা তৃতীয়জন বেটছমেন হিচাপে পৰিগণিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian CricketIndian CricketerViirat KohliVirat Kohli Record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
এক দেশ এক নিৰ্বাচন- কাইলৈ লোকসভাত দাখিল কৰা হ’ব বিধেয়ক

এক দেশ এক নিৰ্বাচন- কাইলৈ লোকসভাত দাখিল কৰা হ'ব বিধেয়ক

কাইলৈ ব্ৰহ্মযোগৰ বিশেষ প্ৰভাৱ, সৌভাগ্যৰে ভৰি পৰিব ৫ ৰাশিৰ জীৱন

কাইলৈ ব্ৰহ্মযোগৰ বিশেষ প্ৰভাৱ, সৌভাগ্যৰে ভৰি পৰিব ৫ ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.