মুখৰ দুৰ্গন্ধ প্ৰায় মানুহৰ বাবেই বিব্ৰতকৰ হব পাৰে। মুখৰ দুৰ্গন্ধৰ বহু কাৰণ থাকিব পাৰে। যেনে দাঁতৰ অস্বাস্থ্যকৰ পৰিচ্ছন্নতা, পেটৰ সমস্যা। কিন্তু আপুনি জানেনে যে পুষ্টিৰ ঘাটিৰ বাবেও মুখৰ দুৰ্গন্ধ ওলাব পাৰে। জানি থওক কোন ভিটামিনৰ ঘাটি হলে মুখেৰে দুৰ্গন্ধ ওলায়?

ভিটামিন বি-১২ৰ অভাৱত নিশ্বাসত দুৰ্গন্ধ ওলাব পাৰে। ভিটামিন বি ১২ৰ অভাৱত দাঁতৰ আলু ফুলি যোৱা, নিশ্বাসত দুৰ্গন্ধ, মুখৰ আলছাৰ আৰু বহু সমস্যা তৈয়াৰ হব পাৰে। ইয়াৰ অভাৱ দূৰ কৰিবলৈ আপুনি বাদাম, গাখীৰ, দৈ আৰু কণী খাব পাৰে।

মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ উপায়

মুখৰ দুৰ্গন্ধ দূৰ কৰিবলৈ খাদ্যগ্ৰহণৰ পাছত মুড়ি চোবাই খাব পাৰে। মুখৰ দুৰ্গন্ধ দূৰ কৰিবলৈ প্ৰতিদিনে দুবাৰ দাঁত ব্ৰাছ কৰক।

প্ৰতিদিনে খালী পেটত তুলসী পাত চুবাই খাওক। তুলসী পাত চুবাই খালে নিঃশ্বাসৰ দুৰ্গন্ধ দূৰ কৰাত সহায়ক হয়।

( Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ জ্ঞানৰ উদ্দেশ্যে লিখা হৈছে। সবিশেষ তথ্যৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লওক।)