• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

3 weeks ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

5 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

5 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

5 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

6 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

6 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

7 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

7 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

7 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

8 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

9 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

9 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

editor by editor
March 22, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিনিয়োগ আৰম্ভ কৰাৰ বাবে কেৱল মোটা অংকৰ ধন থকাটো জৰুৰী নহয়৷ সৰু সঞ্চয়েৰেও আপুনি আৰম্ভ কৰিব পাৰে বিনিয়োগ৷ বিনিয়োগৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে শৃংখলা আৰু ধৈৰ্য৷ আপুনি যদি প্ৰতিমাহে নিয়মিত অলপ অলপকৈ ধন বিনিয়োগ কৰি থাকে তেন্তে দীৰ্ঘম্যাদত আপুনি মোটা অংকৰ ধন সঞ্চয় কৰিব পাৰে৷ নিশ্চিত ৰিটাৰ্ণসহ পোষ্ট অফিচৰ আৰ ডি স্কিমে আপোনাক লাখপতি কৰি তুলিব৷ এই স্কিমসমূহ যিহেতু চৰকাৰ সমৰ্থিত সেয়ে চৰকাৰে প্ৰতি তিনিমাহৰ অন্তৰে অন্তৰে সুদৰ হাৰ নিৰ্ধাৰণ কৰে৷ এই স্কিমত ম্যাদপূৰ্তিৰ পাছত আপুনি সুদসহ মোটা অংকৰ ধন পাব পাৰে৷

পোষ্ট অফিচৰ RDত সুদৰ হাৰ

পোষ্ট অফিচত পাঁচ বছৰীয়া আৰ ডি আছে৷ বৰ্তমান এই স্কিমত ৬.৭ শতাংশকৈ বাৰ্ষিক সুদৰ হাৰত ধন সঞ্চয় কৰিব পাৰিব৷ এই সুদ প্ৰতি তিনিমাহৰ অন্তৰে অন্তৰে যোগ কৰা হয়৷ আপুনি প্ৰতি মাহত মাত্ৰ ১০০ টকা দি এই আৰ ডি আৰম্ভ  কৰিব পাৰে৷ বিনিয়োগৰ বাবে ইয়াত কোনো সৰ্বোচ্চ সীমা নাই৷

ম্যাদপূৰ্তিৰ সময় ৫ বছৰতৈ বঢ়াবও পাৰি

প্ৰথম পাঁচ বছৰৰ পাছত আপুনি ম্যাদপূৰ্তিৰ সময়কাল আৰু ৫ বছৰলৈ বঢ়াব পাৰে৷ ইয়াৰোপৰি আপুনি যেতিয়া ১২ মাহৰ কিস্তি জমা কৰে আৰু একাউণ্টটোৱে এবছৰ পূৰ্ণ কৰে তেতিয়া আপুনি ঋণ লব পাৰে৷ ঋণৰ পৰিমাণ আপোনাৰ আৰ ডি একাউণ্টত থকা অৰ্থৰ ৫০শতাংশ পৰ্যন্ত হব পাৰে৷ এই ঋণৰ সুদ আৰ ডি সুদৰ হাৰতকৈ ২শতাংশ বেছি হব৷

৫ বছৰত ১৫ লাখ টকা কেনেকৈ লাভ কৰিব?

আপুনি যদি পোষ্ট অফিচৰ আৰ ডি স্কিমত ৫ বছৰৰ বাবে প্ৰতিমাহে ২১০০০ টকাকৈ বিনিয়োগ কৰে তেতিয়া ম্যাদপূৰ্তিত আপুনি প্ৰায় ১৫ লাখ টকা লাভ কৰিব৷ এই ক্ষেত্ৰত পাঁচ বছৰৰ পাছত আপোনাৰ মুঠ সঞ্চয় হ’ব ১৪,৯৮,৬৮২ টকা৷ ইয়াৰ মাজত ১২,৬০,০০০ টকা হ’ব আপোনাৰ মুঠ বিনিয়োগ আৰু ২,৩৮,৬৮২ টকা হব অৰ্জিত সুদ৷

আপুনি যদি আৰু পাঁচ বছৰ বঢ়ায়

আপুনি যদি আৰ ডি আৰু পাঁচ বছৰৰ বাবে বঢ়ায় তেতিয়া আপোনাৰ সঞ্চয় আৰু বৃদ্ধি পাব৷ ১০ বছৰৰ পাছত আপুনি ৩৫,৮৭,৯৪৪ টকা পাব৷ ইয়াত মাজত ২৫,২০,০০০ টকা হব আপোনাৰ মুঠ বিনিয়োগ আৰু ১০,৬৭,৯৪৪ টকা হব সুদৰ আয়৷ এই পোষ্ট অফিচৰ আৰ ডিক দীৰ্ঘম্যাদি সঞ্চয়ৰ বাবে এক নিৰাপদ আৰু ভাল বিকল্প৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
Next Post
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

কন্দাকটা-কাজিয়া-অশান্তি একো নাই, Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.